বাৰ্তা:অসম ৰাজ্যিক পৰিবহণ নিগম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


পৰিবহন নে পৰিবহণ? শব্দ অভিধানত ন আছে, আনহাতে গুগল অনুসন্ধানত দুয়োটাই সমানে ব্যৱহৃত দেখুৱাইছে| ৰাইজে আলোচনা কৰিব| বিষ্ণু শইকীয়া 15:19, 7 ফেব্ৰুৱাৰী 2013 (UTC)