সমললৈ যাওক

সদস্য:Vkborah

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া:বাবেল
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
ৱিকিপিডিয়ানৰ ভাষাসমূহ

ভৃগু কুমাৰ বড়া

মই যোৰহাট জিলাৰ তিতাবৰৰ বাসিন্দা। শিক্ষাগত অৰ্হতা কম্পুউটাৰ ইঞ্জিনিয়াৰিং স্নাতক।

কৰ্ম জীৱনত মই সহায়ক প্ৰশাসনীক বিষয়া হিচাপে ভাৰতীয় জীৱন বীমা নিগমত ২০০৭ চনত যোগ দান কৰোঁ। ট্ৰেইনিং আগ্ৰাত আৰু তাৰ পিচত ধেমাজী শাখা কৰ্যালয়ত যোগদান কৰোঁ। পিচত ২০১০ চনত যোৰহাট মাণ্ডলীক কাৰ্যালয়ৰ কাৰ্মিক আৰু উদ্যোগীগ সম্বন্ধ বিভাগলৈ বদলি হওঁ। ২০১৫ চনত প্ৰশাসনীক বিষয়া পদলৈ পদ্দোন্নতি হয় আৰু কলিকতা অৱস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ কাৰ্মিক আৰু উদ্যোগীগ সম্বন্ধ বিভাগলৈ বদলি হওঁ। ২০১৯ চনত শাখা প্ৰবন্ধক হিচাপে আন্দামান আৰু নিকুবৰ দ্বীপপুঞ্জৰ ৰাজধানী প'ৰ্ট ব্লেয়াৰলৈ বদলি হওঁ।