সদস্য বাৰ্তা:Saidul776

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


প্রভাকৰ শৰ্মা নেওগ (talk) 03:31, 6 মাৰ্চ 2014 (UTC)

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়‎[সম্পাদনা কৰক]

প্রবন্ধটোৰ অনেক বিসংগতিৰ বাবে মচি পেলোৱা হ'ল। আপুনি অনুৰূপ এটা প্ৰবন্ধ চাই চাই পুনৰ লিখক। এই প্ৰবন্ধটো চাব পাৰে: যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়। ৱিকি মাৰ্ক-আপ বোৰ মন কৰিব। কিবা জানিবলগা থাকিলে মোৰ আলোচনা পৃষ্ঠাত বা ফেচবুক গ্ৰুপত লিখক। প্রভাকৰ শৰ্মা নেওগ (talk) 03:31, 6 মাৰ্চ 2014 (UTC)

পদক[সম্পাদনা কৰক]

Wikipedia Motivation Award The Wikipedia Motivation Barnstar
প্ৰিয় সতীৰ্থ, এন আই টি শিলচৰত (National Institute of Technology, Silchar) ৱিকিপিডিয়াৰ প্ৰচাৰত কৰা আপোনাৰ অমূল্য অৱদানৰ বাবে এই পদক আগবঢ়ালোঁ। আশাকৰোঁ আপোনাৰ কষ্ট সফল হ'ব। প্রভাকৰ শৰ্মা নেওগ (talk) 15:59, 16 মাৰ্চ 2014 (UTC)

ৰঙিয়া ৰেল ষ্টেচন[সম্পাদনা কৰক]

তুমি ৰঙিয়া ৰেল ষ্টেচনক ৰঙিয়া ৰেল জংচনলৈ ৰি-ডাইৰেক্ট কৰা পৰিলক্ষিত হৈছে। আচলতে প্ৰথমটোহে শুদ্ধ। ৰঙিয়া এটা জংচন ষ্টেচনহে। ইংৰাজী প্ৰবন্ধবোৰ চাবা। তাত Rail station বুলিহে লিখে, Rail junction বুলি নিলিখে। বাবুল বৈশ্য 07:54, 5 মে' 2014 (UTC)


ধন্যবাদ ভূলটো আঙুলিয়াই দিয়া বাবে। Saidul Islam 08:21, 5 মে' 2014 (UTC)

সন্মান[সম্পাদনা কৰক]

Working Man's Barnstar.png The Working Wikipedian's Barnstar
মাত্ৰ তিনিমাহতে কুৰিৰো অধিক প্ৰবন্ধ সৃষ্টি আৰু অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়াৰ বিকাশৰ বাবে আপুনি যি নিৰন্তৰ প্ৰচেষ্টা চলাই আছে, সেইটোৱে আমাক অভিভূত কৰিছে। আপোনাৰ অৰিহণাৰ স্বীকৃতি স্বৰূপে এই সামান্য পদক আপোনালৈ আগবঢ়োৱা হ'ল। বাবুল বৈশ্য 00:50, 9 জুন 2014 (UTC)


অভিনন্দন! প্রভাকৰ শৰ্মা নেওগ (talk) 04:38, 9 জুন 2014 (UTC)


ধন্যবাদ। Saidul Islam 14:44, 9 জুন 2014 (UTC)

বঁটা[সম্পাদনা কৰক]

Team Barnstar Hires.png The Teamwork Barnstar
১৩ ফেব্ৰুৱাৰী, ২০১৫ ত ৰাষ্ট্ৰীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰত সম্পন্ন হোৱা দ্বিতীয়খন ৱিকি সন্মিলনৰ আয়োজনত তুমি আগবঢ়োৱা সহযোগিতাৰ বাবে এই বঁটা আগবঢ়ালো। আশা কৰোঁ আগলৈকো একেই উৎসাহেৰে অসমীয়া ৱিকিত কাম কৰি থাকিবা। জলি বৰা (talk) 07:05, 14 ফেব্ৰুৱাৰী 2015 (UTC)

ধন্যবাদ __Saidul Islam (talk) 12:35, 14 ফেব্ৰুৱাৰী 2015 (UTC)