সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ| এপ্ৰিল | ২০২২ | চতুৰ্থ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

ভাষাৰ সুৰক্ষা কেৱল ভাষাটো কোৱা অথবা লিখা মানুহসকলৰ হাততেই কেন্দ্ৰীভূত হৈ নাথাকে। ভাষাৰ সুৰক্ষা বহুলাংশে ভাষাটোৰ ঐতিহ্যৰ সংৰক্ষণ, কালৰ ক্ৰমত ঘটা পৰিবৰ্ধন আৰু পৰিমাৰ্জনৰ অভিলেখ তথা প্ৰযুক্তিৰ দ্ৰুত উত্তৰণৰ সৈতে ইয়াৰ শ্ৰীবৃদ্ধিকৰণৰ ওপৰতো নিৰ্ভৰ কৰে।

অসমীয়া ভাষাৰ চৰ্চা আৰু ইয়াৰ ব্যৱহাৰৰ ইতিহাস তথা বৰ্তমানৰ পৰিস্থিতিলৈ চালে আমি দেখো যে ভাষাটোৰ অধিকাংশ ব্যৱহাৰকাৰীয়েই, সততে যিসকলে ভাষাটোৰ সাধনালব্ধ চৰ্চা নকৰে নাইবা সাহিত্যৰ কোনো ক্ষেত্ৰতেই ওতপ্ৰোত ভাবে জড়িত নহয়, ভাষাটোক শিক্ষাগ্ৰহণৰ এক আংগিকমাত্ৰ অথবা সাধাৰণ এক সামাজিক উপাদান মাত্ৰ বুলি গণ্য কৰে। ভাষাৰ প্ৰয়োজনীয়তাই খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ সমমৰ্যাদা এতিয়ালৈকে লাভ কৰা নাই। সেয়েহে ভাষাটোৰ সুৰক্ষিত ব্যৱহাৰ, যথাযথ সংৰক্ষণ আৰু সৰ্বোতোপৰি ইয়াৰ গতি-প্ৰকৃতিৰ প্ৰতি সূক্ষ্মদৃষ্টি ৰখাটো অধিকাংশ অসমীয়াভাষীৰ বাবে অপৰিহাৰ্য কথা নহয়। কিন্তু ইংৰাজীৰ দৰে ভাষা এটাই মৌলিক প্ৰয়োজনৰ সমপৰ্যায়ৰ স্থান অধিকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত সেই ভাষাৰ কদাচিত ভুল চৰ্চা হ'লেও ভাষাটোৰ ক্ষতি নহয় বুলি হীৰেন ভট্টাচাৰ্যদেৱে কৈছে, যি ভুল চৰ্চা অসমীয়া ভাষাৰ বাবে মাৰাত্মক কথা। এইখিনিতেই ভাষা ব্যৱহাৰকাৰী আৰু ভাষা চৰ্চাকাৰী মানুহখিনিৰ পাৰ্থক্য। চৰ্চাকাৰীসকলে ভাষাটোৰ উন্নতিৰ হকে অবিৰত কাম কৰি থকাৰ বিপৰীতে ব্যৱহাৰকাৰীসকলে ভাষাৰ প্ৰতি অমনোযোগী হোৱা বাবেই বৰ্তমান অসমীয়া ভাষাৰ অস্তিত্বৰ সংকটৰ প্ৰশ্নটো আহি পৰিছে।

অসমীয়া ভাষাক এক মৌলিক প্ৰয়োজন কৰি তোলাটো প্ৰতিজন ভাষা চৰ্চাকাৰীৰ লক্ষ্য হোৱা উচিত আৰু সেই লক্ষ্যৰ আখৰুৱা পথতেই অসমীয়া ৱিকিমিডিয়াই জন্ম লাভ কৰি দিনে দিনে বিকাশ আৰু প্ৰকাশৰ দিশে উধাইছে। মাৰ্চ মাহৰ প্ৰুফৰীডাথন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ প্ৰদৰ্শন অত্যন্ত সন্তোষজনক। এনে ধাৰাবাহিকতা আগলৈয়ো অক্ষুণ্ণ থাকক। প্ৰতিজন ৱিকিমিডিয়ানেই অসমীয়া ভাষাৰ বৃহৎ জলধিত দৈনিক বিন্দুমাত্ৰ অৰিহণা হ'লেও আগবঢ়াওক আৰু তাত উচ্চল তৰংগৰ সঘন আৱিৰ্ভাৱ ঘটি থাকক, এয়াই আমাৰ কাম্য।

Drnayanjyoti (বাৰ্তা) 12:42, 3 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

ত্ৰিভংগ হৈছে পৰম্পৰাগত ভাৰতীয় কলা আৰু ওডিছী নৃত্য, ভাৰতীয় শাস্ত্ৰীয় নৃত্যপ্ৰকাৰত ব্যৱহৃত এক ভংগীমা বা শৰীৰৰ স্থিতি। এই ভংগীমাত দেহৰ আঁঠুৰ ফালে এটা দিশত কঁকালত আৰু তাৰ পিছত পুনৰ কান্ধ আৰু ডিঙিত আনটো দিশত বেঁকা হৈ শৰীৰৰ তিনিটা ভাঁজৰ সৃষ্টি কৰে। ভাৰতীয় কলাত ব্যৱহৃত এই ভংগীমা কমেও ২০০০ বছৰ পুৰণি। ভাৰতীয় ভাস্কৰ্য আৰু চিত্ৰকলাৰ অগণন উদাহৰণত বাৰে বাৰে ইয়াৰ পুনৰাবৃত্তি হোৱা দেখা যায়। ভাৰতীয় ধৰ্মই ইয়াক পূব আৰু দক্ষিণ-পূব এছিয়ালৈ লৈ গৈছিল। পাশ্চাত্য কলাৰ কণ্ট্ৰেপোষ্টো আৰু "এছ কাৰ্ভ" অৰ্থাৎ ইংৰাজী 'S' আকৃতিৰ দৰে ভাঁজৰ সমতুল্য ত্ৰিভংগয়ে চিত্ৰসমূহত গতিক সূচায় আৰু "ছন্দময় তৰলতা আৰু যৌৱন শক্তি"ক প্ৰতিনিধিত্ব কৰে। সবিশেষ ইয়াত পঢ়ক...

যোৱা মাহৰ ভাল প্ৰবন্ধ যোৱা মাহৰ ভাল প্ৰবন্ধ সংগীতা কাকতিৰ বিষয়ে ইয়াত বিতংকৈ পঢ়ক।
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মাৰ্চ-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১৩১

নাৰীবাদ আৰু লোকগাথা ২০২২ এডিটাথনৰ অন্তৰ্গত

  1. ‎হুমা কুৰেছি
  2. ‎ম্ৰূনাল ঠাকুৰ
  3. ‎‎জপ
  4. ‎কিশোৰ প্ৰীতি
  5. ‎লেছবিয়ান কামোদ্দীপক সৃষ্টি কৰ্ম
  6. ‎নজৰ বট্টু
  7. ‎বলকান শপত গ্ৰহণ কৰা কুমাৰী
  8. বাচ্ছা পোছ
  9. ‎শ্বিল্ড-মেইডেন
  10. ‎থালি
  11. ভাংৰা নৃত্য
  12. গাজৰৰ হালোৱা
  13. ‎চৰী নৃত্য
  14. চুপ্‌ফনিঅ'
  15. বিষকন্যা
  16. ত্ৰিপুণ্ড্ৰ
  17. ‎ত্ৰিভংগ
  18. ‎লাম্বাদা এম্ব্ৰইডাৰী
  19. ‎বিন্দী
  20. ঘাগ্ৰা চোলি
  21. ‎কেনে (মল্লযুঁজ)
  22. ‎আকি কিটি
  23. ‎নংশ্বাবা
  24. ‎কমণ্ডলু
  25. ‎পাখংব
  26. মেছেনী নৃত্য
  27. ‎মণিপুৰী ৰন্ধনপ্ৰণালী
  28. ‎অসম ৰাজ্যিক মহিলা আয়োগ
  29. গংগুবাই কোঠেৱালী
  30. ‎নন্দী
  31. ‎কড়ি খেল
  32. লোকচিকিৎসা
  33. কন্যাক নগা জনগোষ্ঠী
  34. ‎মিত্ৰবিন্দা
  35. ধনদা পাঠক
  36. ‎অশুভ দৃষ্টি
  37. মাধুৰীমা ঘৰফলীয়া
  38. ‎ঘিলাখেল
  39. হৈ গুদু খেল
  40. মিছ আৰ্থ
  41. গোমচেঙৰ চোলা
  42. বুঢ়া ডাঙৰীয়া
  43. খেতৰ
  44. নটী নৃত্য
  45. ‎ৰীতা কোঠাৰী
  46. শুচিব্ৰতা ৰায়চৌধুৰী
  47. ‎লাৱণ্য প্ৰভা ঘোষ
  48. তাবিজ
  49. ‎লুংজুবেল
  50. তাৰা দেওধৰ
  51. ‎জেনিছ পাৰিয়েট
  52. ‎জাচিংফা
  53. হেজাৰী ভাওনা
  54. ‎দয়া বাই
  55. ‎নিৰুপমা হাগজেৰ
  56. নীলম কোঠাৰী
  57. কমিটি ভাওনা
  58. শিৱলিংগ
  59. গোছ উঠা উৎসৱ
  60. কোমোৰা খেল
  61. জোৱলা বৰা
  62. হেলা (চৰিত্ৰ)
  63. সবিতা বেহেন
  64. ‎প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়
  65. মাই কো চুম ফাই
  66. দুমৌৰ
  67. পাৱনী পৰৱ
  68. অনুপমা পৰমেশ্বৰন
  69. কন্ধ
  70. কোট্টাংকুলাঙ্গাৰা উৎসৱ
  71. অসমৰ লোকস্থপতি
  72. ফাবাংকূট উৎসৱ
  73. ‎এলজিবিটি যুৱচামৰ আত্মহত্যা
  74. সুন্দৰীদিয়াৰ সুঁৱেৰী উৎসৱ
  75. ‎চৈতেলী গোৱা
  76. বৰাত উৎসৱ
  77. চৰে-বৰাত
  78. মানেকা গান্ধী
  79. লীনা যাদৱ
  80. ‎পাজাৰ
  81. মিছ ৱৰ্ল্ড
  82. চ'জুন
  83. লাঙামাৰা পূজা
  84. কিংকৰী দেৱী
  85. খাৰচী পূজা
  86. বাই মাই জাই
  87. শিয়াল খেদা উছৱ
  88. ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মী
  89. ‎দিদি কণ্ট্ৰেক্টৰ
  90. ৰাধিকা মেনন
  91. লো-চাৰ
  92. বে-দেইন্-খলাম
  93. হাজা গেৰবা
  94. মাংবউং নৃত্য
  95. আৰতি ৰাণা
  96. ‎চাপচাৰকূট উৎসৱ
  97. সুৰভিন চাওলা
  98. ‎ৰত্না পাঠক শ্বাহ
  99. আজিলামু নৃত্য
  100. ‎মাল্লাখাম্ব
  101. মেৰু নৃত্য
  102. বাসন্তী দেৱী
  103. সুনিতা দেৱী
  104. ফা চিন
  105. তানখন
  106. লুঙী
  107. টিফনি ব্ৰাৰ
  108. ভণিতা জগদেও বৰাদে
  109. চোলা
  110. বিনা দেৱী
  111. তাছি আৰু নুংচি মালিক
  112. ড° মালিনী
  113. ইতি ত্যাগী
  114. সাধনা মহিলা সংঘ
  115. মিছ ইউনিভাৰ্ছ

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. জেন গুডঅল

অন্যান্য

  1. ৰুছ-ইউক্ৰেনীয় যুদ্ধ
  2. বাৰ্মিজ বজাৰ
  3. ‎স্পেইন

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. ‎মীনা স্বামীনাথন

অন্যান্য

  1. দ্য কাশ্মীৰ ফাইলচ (চলচ্চিত্ৰ)

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. বিক্ৰম ৰাজখোৱা
  2. সত্যকাম বৰঠাকুৰ
  3. ‎প্ৰবীণ ফুকন
  4. ‎দিলীপ বৰা
  5. জয়ভদ্ৰ হাগ্‌জেৰ

অন্যান্য

  1. পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড
  2. কামৰূপ একাডেমী
  3. অসম শোধনাগাৰ আন্দোলন
  4. ‎জাংফাই (অলংকাৰ)

সানমিহলি

  1. ৰমন পৰিঘটনা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
Center
কোকৰাঝাৰ জিলাৰ বাওঁখুংগ্ৰী পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য।
আলোকচিত্ৰ শিল্পী:জ্যোতিৰ্ময় বৰদলৈ
উল্লেখনীয় ৱিকিমিডিয়ান

ঈশান জ্যোতি বৰা: ২০১৬ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। নগাঁ‌ৱৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৪,৪২১ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৪১৯। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ অসমীয়া ৱিকিউৎস, ইংৰাজী ৱিকিপিডিয়া, ৱিকিমিডিয়া কমন্স আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ১১,৫১৮টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক”, “জীৱনীকাৰ পদক”, "বিশিষ্ট লেখক পদক", গ্ৰন্থকীট পদক আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
ৰুমী বৰা
লোকসংস্কৃতি পদক
প্ৰণামিকা অধিকাৰী
প্ৰশাসকৰ পদক
চাণক্য কুমাৰ দাস







১-১৬ মাৰ্চ, ২০২২ত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় ভাষাৰ ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ স্থানপ্ৰাপ্তসকল
স্থান
স্থানপ্ৰাপ্তৰ নাম
প্ৰথম স্থান
প্ৰাণজ্যোতি নাথ
দ্বিতীয় স্থান
ঈশান জ্যোতি বৰা
তৃতীয় স্থান
ৰুমী বৰা
চতুৰ্থ স্থান
প্ৰণামিকা অধিকাৰী
পঞ্চম স্থান
পল্লৱী দত্ত বৰুৱা
ষষ্ঠ স্থান
গীতাৰ্থ বৰদলৈ
সপ্তম স্থান
চাণক্য কুমাৰ দাস
অষ্টম স্থান
নিৰঞ্জন বড়া
নৱম স্থান
অনামিকা(চুমু) বড়া
দশম স্থান
গীতাশ্ৰী গগৈ আপ্তে
একাদশ স্থান
জলি ৰুমী বৰা
দ্বাদশ স্থান
কুলধৰ ৰাভা
বিশেষ অভিলেখ
মাৰ্চ-২০২২ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

১ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈকে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ ৱিকিউৎসই বাৰটা ভাষাৰ ভিতৰত দ্বিতীয় স্থান দখল কৰে৷ মুঠ এশগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত অসমীয়া ৱিকিউৎসৰ প্ৰাণজ্যোতি নাথে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰে৷ ১৮ গৰাকী ৱিকিমিডিয়ানে এই প্ৰতিযোগিতাত মুঠ ৩৪ খন ন-পুৰণি অসমীয়া গ্ৰন্থৰ ডিজিটেলকৰণৰ কাম হাতত লয় আৰু ২১ খন গ্ৰন্থৰ কাম সম্পূৰ্ণ কৰে৷

উল্লেখনীয় কাম সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অনামিকা বড়া--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা১৩১--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা১২১৯৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ-৫৪০-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাশ্ৰী গগৈ আপ্তে১৮৮৫-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন১০৮-৪৭- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস৪৭--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলী ৰুমি বৰা৩৬-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জ্যোতি প্ৰসাদ চৌধুৰী-২৫-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০দিব্য দত্ত১৮--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১দীপকজ্যোতি মহন্ত১০২৬- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২নয়নজ্যোতি নাথ৪১১--৫৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩নিতিশা বৰদলৈ--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪পল্লৱী দত্ত বৰুৱা-৩৯৫-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫প্ৰণামিকা অধিকাৰী১৮৮--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬প্ৰাণজ্যোতি নাথ১৮১১৭৬-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭প্ৰিয়াংকুশ ডেকা---- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮বাবুল বৈশ্য৩৬৪--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯মৃদুল কুমাৰ শৰ্মা-৫৭২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০ৰুমী বৰা-১০১০-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


ইনকুবেটৰ (Wq/as): অনামিকা বড়া, কুলধৰ ৰাভা, চন্দন চিৰিং ফুকন, চাণক্য কুমাৰ দাস, দিব্য দত্ত, দীপকজ্যোতি মহন্ত, নয়নজ্যোতি নাথ, প্ৰণামিকা অধিকাৰী, প্ৰিয়াংকুশ ডেকা, বাবুল বৈশ্য


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।