সদস্য বাৰ্তা:Rumi Borah~aswiki

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

— গীতাৰ্থ বৰদলৈ (talk) 07:59, 25 এপ্ৰিল 2013 (UTC)

-ধন্যবাদ। ৰুমী বৰা (talk) 18:19, 7 জুলাই 2013 (UTC)

তথ্য সূত্ৰ[সম্পাদনা কৰক]

আপুনি পৰিবেশ অধ্যয়ন সম্বন্ধীয় প্ৰবন্ধকেইটা সৃষ্টি কৰাৰ বাবে ধন্যবা। কিন্তু শেষত তথ্য সূত্ৰ দিওঁতে প্ৰবন্ধৰ নাম, লেখকৰ নাম উল্লেখ কৰাৰ লগতে আলোচনীখনৰ মাহ, বৰ্ষ, পৃষ্ঠাৰ সংখ্যা আদিও উল্লেখ কৰিব। তেতিয়া প্ৰবন্ধটো বেছি বিশ্বাসযোগ্য হয়। তথ্যসূত্ৰ দিওঁতে তলত দিয়া ধৰণে দিব পাৰে। তথ্যসূত্ৰসমূহ প্ৰবন্ধটোৰ মাজে মাজে ব্যৱহাৰ কৰিলে বেছি ভাল হয়।


<ref>{{cite journal | title= | author= | journal= | year= | month= | volume= | issue= | pages= }} </ref>


উদাহৰণ স্বৰূপে: উদ প্ৰবন্ধটোত প্ৰান্তিকৰ কথা এনেদৰে উল্লেখ কৰিব পাৰে।


<ref>{{cite journal | title= উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু | author= জিতু কলিতা | journal= প্ৰান্তিক | year= ২০১২ | month= ১৬ - ২৯ ফেব্ৰুৱাৰি | volume= ৩১শ বছৰ | issue= ৬ষ্ঠ সংখ্যা | pages= }} </ref> Ani ttbr (talk) 03:08, 16 আগষ্ট 2013 (UTC)

পুৰস্কাৰ[সম্পাদনা কৰক]

অক্লান্ত নবাগত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে, ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিবা।

দীপাংকৰ চেতিয়া? 11:57, 27 আগষ্ট 2013 (UTC)


ধন্যবাদ। ৰুমী বৰা (talk) 17:44, 27 আগষ্ট 2013 (UTC)

কুঁহিয়াৰ[সম্পাদনা কৰক]

কুঁহিয়াৰৰ আলোচনা পৃষ্ঠাত বাৰ্তা দিছোঁ চাব।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 16:11, 24 নৱেম্বৰ 2013 (UTC)

ধন্যবাদ[সম্পাদনা কৰক]

আপুনি বৰ ভাল কাম কৰি আছে। "পদক" দি সৰু নকৰি অন্তৰৰপৰা ধন্যবাদকে দিলোঁ। লাগি থাকে যেন। প্ৰভাকৰ শৰ্মা নেওগ (talk) 05:02, 26 নৱেম্বৰ 2013 (UTC)

ধন্যবাদ,যিমান পাৰো চেষ্টা কৰি আছোঁ। ভুল হ'লে দেখুৱাই দিয়ে যেন। Rumi Borah (talk) 15:29, 26 নৱেম্বৰ 2013 (UTC)

কৰ্দ্দৈ[সম্পাদনা কৰক]

কৰ্দ্দৈৰ আলোচনা পৃষ্ঠাত বাৰ্তা দিছোঁ প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:14, 20 জানুৱাৰী 2014 (UTC)

হোমি জেহাঙ্গীৰ ভাভা[সম্পাদনা কৰক]

হোমি জেহাঙ্গীৰ ভাভা -ত বাৰ্তা দিছোঁ, চাবচোন প্ৰভাকৰ শৰ্মা নেওগ (talk) 09:49, 22 জানুৱাৰী 2014 (UTC)

Your account will be renamed[সম্পাদনা কৰক]

18:58, 17 মাৰ্চ 2015 (UTC)

02:20, 19 এপ্ৰিল 2015 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Rumi Borah~aswiki,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

এই মাহৰ ৱিকিপিডিয়ান: জুন ২০২১[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


-Nayan j Nath (বাৰ্তা) 18:40, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্য়বাদ Rumi Borah~aswiki (বাৰ্তা) 17:18, 1 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় Rumi Borah~aswiki,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

এই মাহৰ ৱিকিপিডিয়ান: মাৰ্চ ২০২২[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


কৰ্মশালাৰ হিৰণ্ময়ী পদক[সম্পাদনা কৰক]

কৰ্মশালাৰ হিৰণ্ময়ী পদক
কৰ্মশালাৰ হিৰণ্ময়ী পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ নৱেম্বৰ মাহত মাজুলীত অনুষ্ঠিত অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালাৰ সফল ৰূপায়ণত আপুনি যি সক্ৰিয় সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰঋণী । ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

ধন্য়বাদ থাকিল। Rumi Borah~aswiki (বাৰ্তা) 16:47, 29 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকি গৌৰৱ[সম্পাদনা কৰক]

ৱিকি গৌৰৱ

  শেহতীয়াকৈ মাজুলীৰ গড়মূৰত অনুষ্ঠিত হোৱা অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালা, ২০২৩ খন সফল কৰি তোলাৰ ক্ষেত্ৰত এগৰাকী সমন্বয়ক হিচাপে আপুনি যি অপূৰ্ব বৰঙণি যোগালে তাৰেই কৃতজ্ঞতা স্বৰূপে এই পদক আগবঢ়ালোঁ। অসমীয়া ৱিকিত আপোনাৰ এই যাত্ৰা চিৰযুগমীয়া হওক, এই কামনাৰে -অসমীয়া ৱিকিমিডিয়া সমাজ

- দিব্য দত্ত (বাৰ্তা) 17:19, 30 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্য়বাদ থাকিল দিব্য়। - Rumi Borah~aswiki (বাৰ্তা) 17:45, 30 November 2023 (ইউ.টি.চি.) [উত্তৰ দিয়ক]