সদস্য বাৰ্তা:Rumi Borah~aswiki

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

— গীতাৰ্থ বৰদলৈ (talk) 07:59, 25 এপ্ৰিল 2013 (UTC)

-ধন্যবাদ ৷ৰুমী বৰা (talk) 18:19, 7 জুলাই 2013 (UTC)

তথ্য সূত্ৰ[সম্পাদনা কৰক]

আপুনি পৰিবেশ অধ্যয়ন সম্বন্ধীয় প্ৰবন্ধকেইটা সৃষ্টি কৰাৰ বাবে ধন্যবা। কিন্তু শেষত তথ্য সূত্ৰ দিওঁতে প্ৰবন্ধৰ নাম, লেখকৰ নাম উল্লেখ কৰাৰ লগতে আলোচনীখনৰ মাহ, বৰ্ষ, পৃষ্ঠাৰ সংখ্যা আদিও উল্লেখ কৰিব। তেতিয়া প্ৰবন্ধটো বেছি বিশ্বাসযোগ্য হয়। তথ্যসূত্ৰ দিওঁতে তলত দিয়া ধৰণে দিব পাৰে। তথ্যসূত্ৰসমূহ প্ৰবন্ধটোৰ মাজে মাজে ব্যৱহাৰ কৰিলে বেছি ভাল হয়।


<ref>{{cite journal | title= | author= | journal= | year= | month= | volume= | issue= | pages= }} </ref>


উদাহৰণ স্বৰূপে: উদ প্ৰবন্ধটোত প্ৰান্তিকৰ কথা এনেদৰে উল্লেখ কৰিব পাৰে।


<ref>{{cite journal | title= উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু | author= জিতু কলিতা | journal= প্ৰান্তিক | year= ২০১২ | month= ১৬ - ২৯ ফেব্ৰুৱাৰি | volume= ৩১শ বছৰ | issue= ৬ষ্ঠ সংখ্যা | pages= }} </ref> Ani ttbr (talk) 03:08, 16 আগষ্ট 2013 (UTC)

পুৰস্কাৰ[সম্পাদনা কৰক]

Tireless Contributor Barnstar.gif অক্লান্ত নবাগত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে, ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিবা।

দীপাংকৰ চেতিয়া? 11:57, 27 আগষ্ট 2013 (UTC)


ধন্যবাদ ৷ ৰুমী বৰা (talk) 17:44, 27 আগষ্ট 2013 (UTC)

কুঁহিয়াৰ[সম্পাদনা কৰক]

কুঁহিয়াৰৰ আলোচনা পৃষ্ঠাত বাৰ্তা দিছোঁ চাব।

প্রভাকৰ শৰ্মা নেওগ (talk) 16:11, 24 নৱেম্বৰ 2013 (UTC)

ধন্যবাদ[সম্পাদনা কৰক]

আপুনি বৰ ভাল কাম কৰি আছে। "পদক" দি সৰু নকৰি অন্তৰৰপৰা ধন্যবাদকে দিলোঁ। লাগি থাকে যেন। প্রভাকৰ শৰ্মা নেওগ (talk) 05:02, 26 নৱেম্বৰ 2013 (UTC)

ধন্যবাদ,যিমান পাৰো চেষ্টা কৰি আছোঁ৷ ভূল হ'লে দেখুৱাই দিয়ে যেন৷ Rumi Borah (talk) 15:29, 26 নৱেম্বৰ 2013 (UTC)

কৰ্দ্দৈ[সম্পাদনা কৰক]

কৰ্দ্দৈৰ আলোচনা পৃষ্ঠাত বাৰ্তা দিছোঁ প্রভাকৰ শৰ্মা নেওগ (talk) 11:14, 20 জানুৱাৰী 2014 (UTC)

হোমি জেহাঙ্গীৰ ভাভা[সম্পাদনা কৰক]

হোমি জেহাঙ্গীৰ ভাভা -ত বাৰ্তা দিছোঁ, চাবচোন প্রভাকৰ শৰ্মা নেওগ (talk) 09:49, 22 জানুৱাৰী 2014 (UTC)

Your account will be renamed[সম্পাদনা কৰক]

18:58, 17 মাৰ্চ 2015 (UTC)

Renamed[সম্পাদনা কৰক]

02:20, 19 এপ্ৰিল 2015 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Rumi Borah~aswiki,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)