সমললৈ যাওক

ৱিকিপিডিয়া:সন্মিলন/মাজুলী ২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০২৩ বৰ্ষত অসমীয়া ৱিকিমিডিয়াৰ এখনি প্ৰীতিমেল আৰু কৰ্মশালা এদিনীয়াকৈ মাজুলীত অনুষ্ঠিত কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ ফালৰ পৰা আগ্ৰহ প্ৰকাশ কৰা হৈছে। উক্ত প্ৰীতিমেল আৰু কৰ্মশালাত অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ পৰিচয় আৰু সম্পাদনাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণৰ লগতে বৰ্তমান কাম কৰি থকা সদস্যসকলৰ ৱিকিমিডিয়াত সম্পাদনা সম্পৰ্কীয় বিভিন্ন সমস্যা তথা প্ৰশ্নসমূহৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰা হ’ব। এই উদ্দেশ্যেৰেই এই প্ৰকল্প পৃষ্ঠাখন সাজি উলিওৱা হৈছে।

দিনাংক: ২৬ নৱেম্বৰ ২০২৩, দেওবাৰ

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
অংশগ্ৰহণকাৰীসকল

নিশ্চিত

[সম্পাদনা কৰক]
  1. --চন্দন চিৰিং ফুকন ✉️ 09:54, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2. --Nayan j Nath (বাৰ্তা) 10:10, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  3. --Rumi Borah~aswiki (বাৰ্তা) 10:44, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  4. --হানিফ আলী (বাৰ্তা) 11:38, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  5. Pranamikaadhikary (বাৰ্তা) 12:16, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  6. --যদুমণি গগৈ (বাৰ্তা) 21:10, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  7. --Jyoti Chiring (বাৰ্তা) 16:30, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  8. --BhuyanBhaskar (বাৰ্তা) 17:14, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  9. --দিব্য দত্ত (বাৰ্তা) 13:39, 17 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  10. বিশ্বজিৎ বৈশ্য (বাৰ্তা) 09:56, 18 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  11. -- ৰাজেন দাস ( বাৰ্তা) 20.07,18 November (ইউ. টি .চি.‌)
  12. --বিকাশ দিহিঙ্গীয়া ( বাৰ্তা) 19.55,19 November (ইউ. টি .চি.‌)
  13. -- বাবুল বৈশ্য (বাৰ্তা) 16:23, 19 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  14. --Rajdweep nlb (বাৰ্তা) 13:18, 20 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
  15. -- Bezboruah Imon (বাৰ্তা) 02:30, 21 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

অনিশ্চিত

[সম্পাদনা কৰক]

উপস্থিত থাকিব নোৱাৰাসকলৰ শুভেচ্ছা বাৰ্তা

[সম্পাদনা কৰক]
  1. উপস্থিত থাকিব নোৱাৰিম যদিও আয়োজক মণ্ডলী তথা উপস্থিত থাকিবলগীয়া সমূহ সদস্যবৃন্দলৈ শুভেচ্ছা জনোৱাৰ লগতে কৰ্মশালাখন সুকলমে হৈ যোৱাৰ কামনা কৰিছোঁ। — চাণক্য (বাৰ্তা) 10:08, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

অংশগ্ৰহণকাৰীসকললৈ বিশেষ জাননী

[সম্পাদনা কৰক]
  1. যদিহে আপোনাৰ নিজৰ লেপটপ আছে তেন্তে কৰ্মশালালৈ আনিব।
  2. গৰম কাপোৰ যেনে ছুৱেটাৰ, জেকেট, মাফলাৰ, টুপী আদি লগত আনিব।
  3. বতৰ সামান্য ডাৱৰীয়া হোৱাৰ সম্ভাৱনা থকাৰ বাবে পৰাপক্ষত লগত ছাতি একোটা আনিব।
  4. সভাগৃহৰ স্থান: গাম বেম্বো কটেজ, গড়মূৰ (আৱৰ্ত ভৱনৰ ফালৰ পৰা আহিলে ভাৰতীয় ষ্টেট বেংকৰ গড়মূৰ শাখা পাৰ হৈ সোঁ‌ফালে গোপালপুৰ ৰাস্তাৰে গৈ মাজুলী বিদ্যুৎ উপ-সংমণ্ডলৰ কাষত)
  5. গুগল মেপত সভাগৃহৰ অৱস্থান: গাম বেম্বো কটেজ, গড়মূৰ 26°59′08″N 94°10′13″E / 26.985458°N 94.170309°E / 26.985458; 94.170309

প্ৰস্তাৱিত কাৰ্যসূচী (ভাৰতীয় মান সময় অনুযায়ী)

[সম্পাদনা কৰক]
  1. ৯.০০-৯.৩০: আদৰণি ভাষণ আৰু ন-পুৰণি সদস্যৰ চা-চিনাকি: (সমন্বয়:নয়ন জ্যোতি নাথ)
  2. ৯.৩০-৯.৪৫: চাহ বিৰতি আৰু লঘূ আহাৰ
  3. ৯.৪৫-১০.১৫: Ice breaker: সমূহীয়া অংশগ্ৰহণেৰে
  4. ১০.১৫-১১.১৫: প্ৰশিক্ষণ:ৱিকিউৎস। সমল ব্যক্তি: দিব্য দত্ত
  5. ১১:১৫-১১.৩০: TTT আৰু ইউজাৰ গ্ৰুপ সন্দৰ্ভত বক্তব্য: (চন্দন চিৰিং ফুকন, ৰুমী বৰা)
  6. ১১.৩০-১১.৪৫: ৱিকি ৱ'মেন কেম্প সন্দৰ্ভত প্ৰণামিকা অধিকাৰীৰ মনৰ কথা
  7. ১১.৪৫-১২.৩০: প্ৰশিক্ষণ: ৱিকিডাটা। সমল ব্যক্তি: বাবুল বৈশ্য
  8. ১২.৩০-১৩.০০: প্ৰশিক্ষণ: ৱিকি উদ্ধৃতি। সমল ব্যক্তি: চন্দন চিৰিং ফুকন
  9. ১৩.০০-১৪.০০: আহাৰ বিৰতি
  10. ১৪.০০-১৫.৩০: গোট বান্ধি লৈ প্ৰায়োগিক অনুশীলন।
  11. ১৫.৩০-১৫.৪৫: প্ৰশ্নোত্তৰ শিতান
  12. ১৫.৪৫-১৬.০০: সামৰণি বক্তব্য: ৰুমী বৰা

সমন্বয়ক

[সম্পাদনা কৰক]
  1. ৰুমী বৰা
  2. নয়ন জ্যোতি নাথ
  3. চন্দন চিৰিং ফুকন

সদস্যৰ বিত্তীয় বৰঙণি

[সম্পাদনা কৰক]

কৰ্মশালাৰ বাবে গ্ৰাণ্ট নোপোৱাৰ বাবে পূৰ্বৰ আলোচনা অনুযায়ী সদস্যৰ বৰঙণিৰেই অনুষ্ঠানটো চলাই নিয়াৰ কথা ভবা হৈছে। বৰঙণি যোগোৱাত আগ্ৰহী ৱিকিমিডিয়ানসকলে এই গুগল ফৰ্মখন অনুগ্ৰহ কৰি পূৰ কৰিব।


ৱিকিমিডিয়ানসকলৰ বৰঙণি
ক্ৰমিক নংদাতাৰ নামবৰঙণিৰ পৰিমাণ (ভাৰতীয় টকাৰ হিচাপত)প্ৰাপ্তিৰ তাৰিখমাধ্যম
নাম প্ৰকাশত অনিচ্ছুক৫০০১৬-১১-২০২৩ইউ পি আই
নাম প্ৰকাশত অনিচ্ছুক১,০০০১৬-১১-২০২৩নগদ
JyotiPN১,০০০১৬-১১-২০২৩ইউ পি আই
জ্যোতি চিৰিং১,০০০১৬-১১-২০২৩বেংক একাউণ্ট ট্ৰান্সফাৰ
নাম প্ৰকাশত অনিচ্ছুক১,০০০১৭-১১-২০২৩ইউ পি আই
নাম প্ৰকাশত অনিচ্ছুক৫০০১৭-১১-২০২৩ইউ পি আই
দিব্য জ্যোতি দত্ত১,০০০১৭-১১-২০২৩ইউ পি আই
নাম প্ৰকাশত অনিচ্ছুক৩০০১৭-১১-২০২৩ইউ পি আই
নাম প্ৰকাশত অনিচ্ছুক৩,০০০১৮-১১-২০২৩নগদ
১০নয়ন জ্যোতি নাথ৫০০১৮-১১-২০২৩ইউ পি আই
১১নাম প্ৰকাশত অনিচ্ছুক৩,০০০১৮-১১-২০২৩ইউ পি আই
১২নাম প্ৰকাশত অনিচ্ছুক৫০০২১-১১-২০২৩ইউ পি আই
১৩নাম প্ৰকাশত অনিচ্ছুক২,০০১২১-১১-২০২৩ইউ পি আই
১৪অনামিকা বৰুৱা৫,০০০২১-১১-২০২৩ইউ পি আই
১৫নাম প্ৰকাশত অনিচ্ছুক৩০০২৩-১১-২০২৩ইউ পি আই
১৬নাম প্ৰকাশত অনিচ্ছুক৫০০২৩-১১-২০২৩ইউ পি আই
১৭নাম প্ৰকাশত অনিচ্ছুক৫০০২৩-১১-২০২৩ইউ পি আই
১৮নাম প্ৰকাশত অনিচ্ছুক১,০০০২৪-১১-২০২৩ইউ পি আই
১৯নাম প্ৰকাশত অনিচ্ছুক৫০০২৫-১১-২০২৩নগদ
মুঠ বৰঙণি সংগ্ৰহ
২৩,১০১

ব্যয়ৰ খতিয়ান

[সম্পাদনা কৰক]
ক্ৰমিক নংবিৱৰণপৰিমাণহাৰপৰিমাণ (টকা)ভাউচাৰ নং
হোমষ্টেৰ কোঠালিৰ ভাড়া আৰু আহাৰ (দুদিনৰ বাবে)৩টা (মুঠ ৬ গৰাকীৰ বাবে)১,৭০০১০,২০০১, ২
কনফাৰেঞ্চ হলৰ ভাড়া১টা১,৫০০১,৫০০
আহাৰ (২৬ তাৰিখে পুৱা আৰু দুপৰীয়াৰ)২৫ গৰাকীৰ বাবে৩৩৬৮,৪০০
কৰ্মশালাৰ যাৱতীয় সামগ্ৰী (টোকাবহী, পেঞ্চিল, চাৰ্ট পেপাৰ, স্কেটছ পেন, ৰিবন, ছেফটি পিন, শ্বাৰ্পেনাৰ)ভিন্নভিন্ন৬৯০
বেনাৰ১খন২০০২০০
মুঠ ব্যয় (ক)
২০,৯৯০
মুঠ বৰঙণি সংগ্ৰহ (খ)
২৩,১০১
মুঠ ৰাহি হোৱা ধন (খ - ক)
২,১১১

যাতায়তী ব্যৱস্থা

[সম্পাদনা কৰক]
  • নামনিৰ যিকোনো জিলাৰ পৰা আহিব খোজাসকলে গুৱাহাটীৰ পৰা লখিমপুৰ-ঢকুৱাখনা হৈ মাজুলীলৈ স্থলপথেৰে নৈশবাছ পাব।
  • নামনিৰ যিকোনো জিলাৰ পৰা ৰেলেৰে আহিব খোজাসকলে গুৱাহাটীৰ পৰা গোগামুখলৈকে সন্ধ্যা ৮.২৫ বজাৰ লাচিত এক্সপ্ৰেচেৰে আহিব পাৰিব। গোগামুখৰ পৰা মাজুলীলৈ পোনপটীয়া বাছৰ সুবিধা আছে।
  • শিৱসাগৰ, যোৰহাটৰ সকলে নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ ফেৰীৰে আহিব পাৰিব। অনলাইন টিকেট বুকিঙৰ ৱেবছাইট: https://asiwt.in/
  • ডিব্ৰুগড়ৰ পৰা আহিব খোজাসকলে ধেমাজি হৈ ঢকুৱাখনা-মাজুলী স্থলপথেৰে আহিব পাৰিব।