সমললৈ যাওক

সদস্য বাৰ্তা:যদুমণি গগৈ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্যসূত্ৰ আৰু অন্যান্য

[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। তথ্যসূত্ৰ (reference) দিয়াৰ নিয়ম আৰু প্ৰবন্ধ লিখাৰ আন সৰু-সুৰা নিয়ম কিছুমানৰ বাবে "ৱিকিপিডিয়া:সৰল সহায়িকা" পৃষ্ঠাটোত এবাৰ চকু ফুৰাব। — গীতাৰ্থ বৰদলৈ (talk) 18:05, 31 July 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@যদুমণি গগৈ: আপুনি শেহতীয়াকৈ সৃষ্টি কৰা দৈত্যাৰি ঠাকুৰ, কবিৰাজ চক্ৰৱৰ্তী, ভাগৱত আচাৰ্য আদি প্ৰবন্ধকেইটা লিখা আৰু তথ্যসূত্ৰ দিয়াৰ ধৰণটো শুদ্ধ হোৱা নাই। অনুগ্ৰহ কৰি ওপৰত গীতাৰ্থ দাই দিয়া সৰল সহায়িকাখনত এবাৰ চকু ফুৰাব। ইয়াৰ লগতে নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ আগেয়ে শ্ৰীমন্ত শংকৰদেৱ আৰু চিলাৰায় প্ৰবন্ধ দুটা ভালদৰে চালে আপোনাৰ সহায় হ'ব। ~𝓒𝓱𝓪𝓷𝓭𝓪𝓷 𝓒𝓱𝓲𝓻𝓲𝓷𝓰 𝓟𝓱𝓾𝓴𝓸𝓷 talk 13:44, 1 August 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

বহুত ধন্যবাদ দাদা। মই নতুনকৈ লিখিবলৈ শিকিছোঁ। এনেদৰে ভুলবোৰ দেখুৱাই দি মোক শুুধৰণি কৰাত সহায় কৰি যাব বুলি আশা ৰাখিছোঁ।

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters

[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

সক্ৰিয়তা

[সম্পাদনা কৰক]

নমস্কাৰ! আপোনাৰ সক্ৰিয়তাৰ বাবে অসমীয়া ৱিকিপিডিয়াই নিশ্চয়কৈ এক অনন্য মাত্ৰা লাভ কৰিব। অসমীয়া ৱিকি সমাজৰ যিকোনো আলোচনাৰ বাবে আপুনি আগ্ৰহ প্ৰকাশ কৰিলে, অসমীয়া ৱিকি সমাজৰ WhatsApp গ্ৰুপটোৰ সৈতে জড়িত হ'ব পাৰিব।

গ্ৰুপৰ লিংকঃ https://chat.whatsapp.com/DhAgs9pnYakLc0DQn8qgZH

-Nayan j Nath (বাৰ্তা) 07:13, 21 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

কৃতজ্ঞ নয়ন দা। কৃতজ্ঞ অসমীয়া ৱিকিমিডিয়া সমাজ। আপোনালোকে
মোক অধিক দায়বদ্ধ কৰি তুলিলে। যদুমণি গগৈ (বাৰ্তা) 19:13, 30 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

অক্লান্ত কৰ্মী পদক

[সম্পাদনা কৰক]
অক্লান্ত কৰ্মী পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব। ধন্যবাদেৰে - অসমীয়া ৱিকিমিডিয়া সমাজ

প্ৰতিভাবান ন-সম্পাদকৰ পদক

[সম্পাদনা কৰক]
প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত সম্পাদকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদক আগবঢ়ালোঁ। আশা কৰোঁ, একেই উৎসাহেৰে আপুনি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। -Nayan j Nath (বাৰ্তা) 17:13, 30 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

The Minor Barnstar

[সম্পাদনা কৰক]
The Minor Barnstar
মন কৰিছো, শেহতীয়াকৈ আপুনি অসমীয়া ৱিকিপিডিয়াত বানান আদি শুধৰোৱা কামত নেৰা-নেপেৰাকৈ লাগি আছে। ৱিকি প্ৰকল্পসমূহত এনে ধৰণৰ ক্ষুদ্ৰ সম্পাদনা গুৰুত্ব অপৰিসীম। অসমীয়া ৱিকিপিডিয়াৰ মান উন্নয়নৰ বাবে আপোনাৰ এই নিৰন্তৰ প্ৰয়াসক অন্তৰৰ পৰা ধন্যবাদ জনাইছো। বাবুল বৈশ্য (বাৰ্তা) 17:27, 25 December 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
ধন্যবাদ বাবুল দা। যদুমণি গগৈ (বাৰ্তা) 07:17, 26 December 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey

[সম্পাদনা কৰক]

Dear Community Members,

I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.

We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.

This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.

Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6

We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.

Deadline to Submit the Survey: 20 January 2025

Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.

Warm regards,
Biplab Anand

ভগৱান মৰলৰ প্ৰবন্ধটো সৰ্ম্পকে

[সম্পাদনা কৰক]

প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত মেচেজ এটা দি থৈছোঁ, চাবাঁচোন। কিবা প্ৰয়োজন হ'লে মোক ৯৯৫৪১১৩১৭০ নম্বৰত whatsapp কৰিব পাৰাঁ।

প্ৰভাকৰ শৰ্মা নেওগ (বাৰ্তা) 14:35, 29 April 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক