ৱিকিপিডিয়া:অসমীয়া ৱিকিমিডিয়া কৰ্মশালা, ২০২৪ (ৱিমেনজ্ কলেজ, তিনিচুকীয়া)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যোৱা ৫ আৰু ৬ এপ্ৰিল ২০২৪ তাৰিখে ৱিমেনজ্ কলেজ, তিনিচুকীয়াত অসমীয়া বিভাগৰ উদ্যোগত আৰু কলেজৰ আভ্যন্তৰীণ মান নিৰূপণ নিশ্চিত কোষৰ সহযোগত অসমীয়া ৱিকিমিডিয়াৰ দুদিনীয়া কৰ্মশালা এখন সম্পন্ন হয়৷ এই কৰ্মশালা কাৰ্যসূচীত কলেজখনৰ অসমীয়া বিভাগৰ লগতে কলেজখনৰ প্ৰায়সংখ্যক বিভাগৰে ৯০ গৰাকীতকৈয়ো অধিক ছাত্ৰী আৰু অধ্যাপক, অধ্যাপিকাসকলে অংশ গ্ৰহণ কৰে৷ কৰ্মশালাখনত প্ৰথম দিনটোত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ সুবাসনা মহন্ত চৌধুৰী আৰু সমল ব্যক্তি হিচাপে দুয়োটা দিনতে উপস্থিত থাকে ভাস্কৰ ভূঞা৷

এই কৰ্মশালাত মূলতঃ অসমীয়া ৱিকিমিডিয়া প্ৰকল্প সমূহৰ সামগ্ৰিক ধাৰণা দিয়াৰ লগতে ছাত্ৰীসকলক ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিকমন্স, ৱিকিউদ্ধৃতি আদিত সেৱা আগবঢ়াবলৈ প্ৰয়োজনীয় বিষয়বস্তুখিনি শিকোৱা হয়৷ শিক্ষাৰ্থীসকলৰ সৈতে দুয়োটা দিনতে হাতে-কামে প্ৰবন্ধ লিখাৰ আখৰা কৰোঁৱা হয় আৰু আগন্তুক দিনত কলেজখনৰ পাঠ্যক্ৰমৰ লগত ৱিকিমিডিয়া প্ৰকল্প সমূহক সংযোজন কৰোঁৱাৰ কথা কলেজখনৰ অসমীয়া বিভাগে ঘোষণা কৰে৷

সমল ব্যক্তি[সম্পাদনা কৰক]

অংশগ্ৰহণকাৰীসকল[সম্পাদনা কৰক]

  1. কৰবী বৰুৱা (বাৰ্তা) 15:31, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. লুইনা বৰুৱা 16:09, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Naaz khatun (বাৰ্তা) 17:29, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. হিমাশ্ৰী বৰা
  5. Bistrisikha Moran (বাৰ্তা) 13:03, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. লক্ষীমণি বৰুৱা
  7. Hirumoni gogoi (বাৰ্তা) 03:53, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. পাপৰি চেতিয়া (বাৰ্তা) 04:56, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. পূজা দাস (বাৰ্তা) 04:51, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. গীতাঞ্জলি গগৈ 04:54, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. সুয়েতা দত্ত (বাৰ্তা) 04:57, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. পৰিস্মিতা ৰাউত
  13. পল্লিকা বড়া
  14. পৰশ মণি মৰাণ (বাৰ্তা) 13:14, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  15. PRANAMIKA TALUKDAR (বাৰ্তা) 13:44, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  16. Jayanti Tanti (বাৰ্তা) 01:05, 10 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  17. Tarali Sonowal (বাৰ্তা) 02:51, 10 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  18. Gogoi Tarali (বাৰ্তা) 04:38, 10 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আলোকচিত্ৰ[সম্পাদনা কৰক]