ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰথম অসমীয়া ৱিকিমিটআপ - গোহাৰি

তাৰিখ আৰু ঠাই[সম্পাদনা কৰক]

কাৰ্য্যসূচী[সম্পাদনা কৰক]

অংশগ্ৰহণকাৰী[সম্পাদনা কৰক]

  1. অমৃত প্ৰিতম বৰা
  2. ইৰফান খোন্দেৰ
  3. পদ্মিনী হাজৰিকা
  4. অভিজীত কলিতা
  5. কল্লোল পি. নাথ
  6. গুনদ্বিপ চেতিয়া
  7. তিলক ভূঞা
  8. সত্যকাম দত্ত
  9. বুলজীত বুঢ়াগোঁহাই
  10. ভাস্কৰ গগৈ
  11. নব জ্যোতি শৰ্মা
  12. নৱনাথ চহৰীয়া
  13. অমিত নেওগ
  14. অম্লান বসুমতাৰি
  15. ৰাকেশ হাজৰিকা
  16. অপুৰ্ব কলিতা
  17. ভবীতা দাস
  18. গুনকৃষ্ণ কোচ
  19. কপিল কলিতা
  20. গিৰিন্দ্ৰ কলিতা
  21. দেৱব্ৰ্ত গগৈ
  22. কৌশিক বৰা
  23. উদ্দিপ তালুকদাৰ
  24. প্ৰভকৰ শৰ্মা নেওগ
  25. ড. বনজীত পাঠক
  26. মিল‌টন ৰয়
  27. জ্যোতি প্ৰকাশ নাথ
  28. প্ৰভাকৰ শৰ্মা নেওঁগ
  29. গীতাৰ্থ বৰদলৈ


উপস্থিত থাকিব[সম্পাদনা কৰক]

  1. Jyoti Prakash Nath 12:55, 11 জানুৱাৰী 2012 (UTC)
  2. অম্লান জ্যো ব 06:45, 10 জানুৱাৰী 2012 (UTC)
  3. Gitartha.bordoloi 17:29, 10 জানুৱাৰী 2012 (UTC)
  4. --Shiju Alex (WMF) 17:49, 10 জানুৱাৰী 2012 (UTC)
  5. বাবুল বৈশ্য16:26, 14 জানুৱাৰী 2012 (UTC)
  6. উদ্দীপতালুকদাৰ 19:48, 24 জানুৱাৰী 2012 (UTC)
  7. প্রভাকৰ শৰ্মা নেওগ 01:29, 27 জানুৱাৰী 2012 (UTC)

শুভ কামনা[সম্পাদনা কৰক]

  1. চাইপাও 18:48, 9 জানুৱাৰী 2012 (UTC)
  2. দীপাংকৰ চেতিয়া 19:48, 9 জানুৱাৰী 2012 (UTC)
  3. নীলমদ্যুতি গোস্বামী 19:33, 11 জানুৱাৰী 2012 (UTC)
  4. Anjal Borah 07:19, 12 জানুৱাৰী 2012 (UTC)
  5. দ্বিজেন মহন্তদ্বিজেন মহন্ত 10:21, 16 জানুৱাৰী 2012 (UTC)
  6. পংকজ জ্যোতি মহন্ত 16:53, 21 জানুৱাৰী 2012 (UTC)
  7. Mondeepsaikia 12:18, 21 জানুৱাৰী 2012 (UTC)
  8. প্ৰণৱ জ্যোতি ভূঞা
  9. গুণদীপ চেতিয়া
  10. My Best wishes :) -- ɑηsuмaη ʈ ᶏ ɭ Ϟ 14:20, 23 জানুৱাৰী 2012 (UTC)
  11. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 20:36, 28 জানুৱাৰী 2012 (UTC)
  12. মাধৱ শইকীয়া12:06, 29 জানুৱাৰী 2012 (UTC)

আপোনালোকৰ দিহা পৰামৰ্শ আশা কৰিলো । Jyoti Prakash Nath 18:18, 16 জানুৱাৰী 2012 (UTC)

আপোনালোকৰ কাৰ্যসূচীখন তথা সভাৰ পৰিকল্পনাটো জানিলে আলোচনা কৰিবলৈ সুবিধা হ'ব৷ ইতিমধ্যে এই পৃষ্ঠাৰ আলোচনাত মই কিছু কথা লিখিছিলোঁ৷
Anjal Borah 07:05, 17 জানুৱাৰী 2012 (UTC)
আলোচনা পৃষ্ঠাটো কাৰিকৰি অসুবিধাৰ কাৰণে ডিলিট হৈ গৈছিলে সেইবাবে আপোনাৰ কথাখিনি মই দেখিবলৈ নাপালো আৰু এতিয়ালৈকে মই একো কাৰ্য্যসূচী নাই বনোৱা, কেনেকৈ কি কৰিলে ভাল হব তাকেই আলোচনা কৰি সু-পৰামৰ্শ পাম বুলি আশা কৰিলো । Jyoti Prakash Nath 12:03, 17 জানুৱাৰী 2012 (UTC)
এই পৃষ্ঠাৰ বাৰ্তা শিঘ্ৰেই উদ্ধাৰ হ'ব লাগে। ইয়াত তলৰ ফাললৈ চাওঁক।
চাইপাও 12:08, 17 জানুৱাৰী 2012 (UTC)

ঠিক আছে বাৰু৷ মোৰ মতে ৱিকিপিডিয়াৰ প্ৰসাৰৰ বাবে অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব৷ এইটো এটা ভাল সুবিধা৷ সভাখন গুৱাহাটী বিশ্ববিদ্যালয়তে হ'ব যেতিয়া আৰু সেই দিনা দেওবাৰ হ'ব যেতিয়া ছাত্ৰ-ছাত্ৰীসকলক নিমন্ত্ৰণ জনাব লাগে৷ মোৰ মতে-

(1) এখন গোহাৰী লিখি হোষ্টেলসমূহত বিলাই দিব লাগে৷ আগ্ৰহী ছাত্ৰ-ছাত্ৰীক নিমন্ত্ৰণ কৰিব লাগে৷ লগতে কলেজসমূহলৈকো৷

(2) বিভাগসমূহলৈ (বিভাগীয় মূৰব্বীৰ জৰিয়তে) চিঠি প্ৰেৰণ কৰিব লাগে৷ লগতে তেওঁলোককো নিমন্ত্ৰণ কৰিব লাগে৷

(3) পাৰিলে দুই এখন কাকতৰ সাংবাদিক একোজনকো নিমন্ত্ৰণ কৰিব লাগে৷

(4) কাৰ্যসূচীত ইউনিক'ডত লিখাৰ বিষয়েও কিছু আভাস দিব লাগে৷

(5) চাই চাই দুই এজন ডেকা অধ্যাপককো নিমন্ত্ৰণ কৰিব লাগে৷

(6) অনুবাদ কৰিব পৰা দিশটো দেখুৱাই দিব লাগে৷ আগ্ৰহী কিন্তু অনলাই থাকি অনুবাদ কৰিব নোৱাৰাসকলৰ বাবে মেইলৰ দ্বাৰা প্ৰেৰণ কৰাৰো ব্যৱস্থা কৰিব লাগে৷ (কাৰণ হোষ্টেলবিলাকত এতিয়া বহুতৰে লেপট'প হৈছে, এনেই চিনেমা চাই সময় কটাই.. গতিকে তেওঁলোকৰ মনত বিষয়টোৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব পৰাটোহে সভাখনৰ প্ৰধান দায়িত্ব হ'ব৷ কাৰণ এতিয়া যিসকলে কৰি আছে, সেইসকলে কৰিবই৷ আমাক নতুন সক্ৰিয় সদস্যহে লাগে৷)

(7) ছাত্ৰ-ছাত্ৰীসকলক (যদি আহে) ক'ৰ পৰা কেনেদৰে তথ্য ল'ব পাৰে বা কি কৰিব লাগে সকলো দেখুৱাই দিব লাগে৷ কাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত অনেক প্ৰসঙ্গ-পুথি থাকে৷

(8) সভাখনত উপস্থিত সকলোকে চাহ-মিঠাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ (ইয়াৰ বাবে আমাৰ পৰাই কিছু অৰ্থ সংগ্ৰহ কৰিব লাগিব৷)

(9) সভাখনৰ বিষয়ে পিছত বাতৰি-কাকতলৈ বাৰ্তা প্ৰেৰণ কৰিব লাগিব৷

বাকী ৱিকিপিডিয়াৰ বিষয়ে কৈ কাৰিকৰী দিশসমূহৰ লগতে প্ৰয়োজনীয়তাৰ কথাবোৰ আলোচনা হ'বই৷ মই জনাত ছাত্ৰ-ছাত্ৰীসকলৰ মনত ইয়াৰ প্ৰয়োজনীযতাৰ দিশটো সুমুৱাই দিব পাৰিলে লেখা এনেই বাঢ়ি যাব৷ সম্পাদনা কৰিবলৈ আমি বাহিৰত থকাসকল আছোৱেই৷ আমাক এতিয়া লেখা লাগে৷ বাকী কাৰ্যসূচীখন তৈয়াৰ কৰিলেই হ'ল৷

সভাখনৰ পিছতহে আমি অনুমান কৰিব পাৰিম৷ আমি প্ৰকৃততে অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰৰ বাবে আগলৈ কি কৰিব লাগিব৷ কিন্তু নিমন্ত্ৰণ দিবই লাগিব৷

Anjal Borah 12:44, 17 জানুৱাৰী 2012 (UTC)


অঞ্জল দা, আগতেও কৈছোঁ এইখন সীমিতসংখ্যক ৱিকিপিডিয়ানৰ অংশগ্ৰহণৰে meet up হিছাপেহে পৰিকল্পনা কৰা হৈছে। বেলেগ বেলেগ কলেজ, হোষ্টেলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকক আমন্ত্ৰণ কৰিলে কৰ্মশালা পাতি লাগিব আৰু তাৰ বাবে কিছু প্ৰস্তুতিৰো প্ৰয়োজন হ'ব। এইখন অনুস্থিত কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা জ্যোতিপ্ৰকাশৰ ৱিকিপিডিয়াৰ জগতত ভৰি থোৱা বেছিদিন হোৱা নাই। আন আন সক্ৰিয় সদস্যৰো উপস্থিতিত অলপ সন্দেহ আছে। গতিকে আমি আগতেই এইখনক কৰ্মশালা বা সভাৰ সলনি ৱিকিপিডিয়ানসকলৰ চিনাকী পৰ্ব আৰু অসমীয়া ৱিকিপিডিয়াৰ ভৱিষ্যত সম্পৰ্কে আলোচনাৰ স্থল বুলিহে চিন্তা কৰিছিলোঁ। এতিয়াই বাতৰি কাকতৰ যোগেদি প্ৰচাৰৰ বিপক্ষেহে দুই-এজনে আগতে কৈছিল। তাৰ সলনি আগতে মানুহক ভাল ভাল লিখনিৰে ৱিকিপিডিয়া সম্পৰ্কে যোগাত্মক ধাৰণা গঢ়িবলৈ উত্‍সাহিত কৰিব লাগে। এবাৰ মিট্‌-আপ অনুস্থিত হোৱাৰ পিছত লাহে-লাহে কৰ্মশালা বা সন্মিলন অনুস্থিত হৈ থাকিব বুলি মোৰ আশা। Gitartha.bordoloi 15:13, 17 জানুৱাৰী 2012 (UTC)


গীতাৰ্থ, তেন্তে ঠিক আছে৷ ইয়াৰ বাবে পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যপন্থাৰ কোনো প্ৰয়োজন নাই৷ যিসকল সদস্য লগ হ'ব নিজৰ মাজত আলোচনা কৰিলেই হ'ল৷ মই আচলতে বুজাই নাছিলোঁ৷ সেয়ে বহলকৈ ভাবিলোঁ৷ ধন্যবাদ

Anjal Borah 15:30, 17 জানুৱাৰী 2012 (UTC)

ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে মিট্‌আপত আলোচনা কৰিবলৈ আপোনাৰ আইডিয়াবোৰ দিব পাৰে। আপুনি নাথাকিব জানো? আৰু আপুনি বেলেগ বেলেগ বাতৰি কাকত-আলোচনীত পথিয়াবলৈ সুন্দৰকৈ ৱিকিপিডিয়াৰ বিষয়ে লিখকচোন। মানুহবোৰ আগতকৈ সচেতন হৈছে বাবে বহুদিনৰ আগতেই আপুনি লিখা প্ৰবন্ধটোতকৈ ভাল ফল পাম চাগে। (আগৰটোই অলপ সালসলনি কৰি পথিয়াব নোৱাৰিব জানো)। Gitartha.bordoloi 15:40, 17 জানুৱাৰী 2012 (UTC)

--> দুজনমান নতুন মানুহ অৱশ্যেই আহিব, তাৰে কেইজন মানে অসমীয়া ৱিকিৰ বিষয়ে জানে কিন্তু কেনেকৈ কাম কৰিব লাগে নাজানে আৰু তেওঁলোক সঁচাকে শিকিবলৈ আহিব, দুজনমান বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু দুজনমান সাংবাদিক জাতীয় কাকতত লিখা মেলা কৰা মানুহ আহিব যিয়ে অসমীয়া ৱিকিপেডিয়া সন্দৰ্ভত একো নাজানে আৰু বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ মুৰব্বি অধ্যাপিকা শ্ৰীমতি অঞ্জনা কাকতি মহন্ত বাইদেউও উপস্থিত থাকিব । কিন্তু চাহ পানীৰ ব্যৱস্থা মানুহখিনিক খুৱাবলৈ কি কৰিম ভাবি নাইপোৱা যদিও চিযু এলেক্সে সৰুকে স্নেক্স জাতীয় কিবা আৰু চাহৰ ব্যৱস্থা কৰিব বুলি কৈছে । Jyoti Prakash Nath 17:15, 17 জানুৱাৰী 2012 (UTC)

গীতাৰ্থ মই এতিয়া ইন্দ'ৰত৷ গতিকে থকিব নোৱাৰিম৷ আনহাতে মই পুনৰ এটা লেখা লিখি ইতিমধ্যে "প্ৰান্তিক"লৈ দিছোঁ৷ প্ৰকাশ কৰেনে নাই নাজানোঁ৷ কেইদিনমান অপেক্ষা কৰোঁ নকৰিলে অন্যান্য কাকতলৈ দিম৷ এতিয়া তোমালোকে ভবাৰ মতেই কৰা৷ পিছ্ত বহলকৈ কিবা এটা কৰিব লাগিব৷ জ্যোতি প্ৰকাশে ঠিকেই কৈছে মানুহে কৰিব বিচাৰে কিন্তু ভালদৰে বিষয়টো জনাই নাই৷ এনেও আগৰ চাম মানুহ কম্পিউটাৰৰ লগত জড়িত নহয়৷ গতিকে লাহে লাহে সকলো হ'ব বুলি আশা ৰাখিছোঁ৷

Anjal Borah 05:03, 18 জানুৱাৰী 2012 (UTC)

নতুন খবৰ। চিজু এলেক্সে ফোন কৰি ক'লে যে নতুন নতুন মানুহ কেইজনমান আহিব পাৰে বাবে যদি প্ৰয়োজন হয় তেন্তে মিট্-আপ্‌ক কৰ্মশালালৈ সলাই দিব পাৰি। তেনেকুৱা হ'লে সাধাৰণভাৱে ৱিকিপিডিয়াৰ বিষয়ে, অসমীয়া ৱিকিৰ প্ৰয়োজনীয়তা, সাধাৰণ নীতিসমূহ, লিখাৰ নিয়ম আদি ক'ব পাৰি আৰু FAQখন প্ৰিণ্ট কৰি বিলাব পাৰি। চিজুৱে তেওঁলোকে ব্যৱহাৰ কৰা সমল কিছুমানো জ্যোতিৰ হতুৱাই অনুবাদ কৰাম বুলি কৈছে। কিন্তু কথাটো হ'ল তেতিয়া জ্যোতিপ্ৰকাশ বা বাবুল বৈশ্যই আগভাগ ল'ব লাগিব, যদিওবা তেওঁলোক তুলনামূলকভাৱে নতুন। উদ্দীপ দা অহা হ'লে বৰ সুবিধা হ'লহেঁতেন ! Gitartha.bordoloi 18:32, 20 জানুৱাৰী 2012 (UTC)
কি কৰিব লাগে মোক জনালেই হল, মই আগতেই কৰ্মশালাৰ কথাহে কৈ আছিলো কিন্তু এতিয়া মানুহৰ উপস্থিতি একেবাৰেই সেৰেঙা হব যেন লাগিছে । দুজন মানক ব্যক্তিগত ভাৱে বাৰ্তা ও দিছিলো কিন্তু একো উত্তৰ দিয়া নাই এতিয়ালৈকে । Jyoti Prakash Nath 05:01, 21 জানুৱাৰী 2012 (UTC)
বিশ্ববিদ্যালয় বা কলেজৰ গহীন-গম্ভীৰ ছাত্ৰ-ছাত্ৰী চিনাকী আছে যদি মাতি দিবা ! ফে'চবুকতো জোৰদাৰ প্ৰচাৰ চলাই থাকা। Gitartha.bordoloi 07:11, 21 জানুৱাৰী 2012 (UTC)
মোৰ ফালৰ পৰা যিখিনি পাৰো কৰি আছো প্ৰচাৰ ফেচবুকত আৰু আপোনালোকেও চিনাকি সাংবাদিকক মাতিলে ভাল আছিলে । আৰু কাৰ্য্যসুচী এখন বনালে ভাল আছিলে, এইক্ষেত্ৰত মই বৰ কেচাঁ গতিকে আপোনালোকৰ পৰা সহায় বিছাৰিলো । Jyoti Prakash Nath 08:41, 21 জানুৱাৰী 2012 (UTC)

বিশ্ববিদ্যালয়ৰ হোষ্টেলত খবৰ দিয়াৰ কামটো মই চেষ্টা কৰি চাও... মই পঢ়াৰ সময়ত থকা হোষ্টেলটোৰ জুনিয়ৰ ছাত্ৰসকলক অন্যান্য হোষ্টেলত খবৰ দিয়াৰ কামত সম্ভৱ নিয়োগ কৰাব পাৰিম৷ এখন গোহাৰী ছপাব লাগিছিল৷ মানে ইউনিক'ডত টাইপ কৰি অলপমান জেৰক্স কৰি ল'লেই হ'ব৷ হোষ্টেলবিলাকত দিব লাগিব৷ লগতে বিভাগসমূহত৷ জ্যোতি তোমাৰ ম'বাইল নম্বৰটো মোৰ ফে'চবুকত মেচেজ কৰি দিবা৷ আলোচনা কৰিম৷ Anjal Borah 10:52, 21 জানুৱাৰী 2012 (UTC)

মই এইমাত্ৰ হোষ্টেলৰ লগত ফোনত কথা পাতিছিলোঁ৷ 28 তাৰিখ সৰস্বতী পুজা বাবে ল'ৰা-ছোৱালী ভৰি থাকিব৷ প্ৰচাৰ চলাবলৈ অতি ভাল হ'ব৷ জ্যোতি তুমি গোহাৰী এখন লিখা৷ তোমাৰ পৰা মই মোৰ পুৰণি হোষ্টেলৰ ল'ৰাৰ দ্বাৰা নিয়াই বাকী বিলোৱাৰ কামটো আৰু হোষ্টেলত প্ৰচাৰ চলোৱাৰ কামটো কৰাই দিম৷ প্ৰিফেক্টবিলাকক জনাই-বুজাই সক্ৰিয় ল'ৰা-ছোৱালীক বাধ্যতামূলকভাৱে অহাৰো ব্যৱস্থা কৰাব পাৰিম৷ Anjal Borah 11:23, 21 জানুৱাৰী 2012 (UTC)
মই ইতিমধ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ভাইচ প্ৰেচিদেন্তক কৈ থৈছো, অঞ্জল বৰা দা আপুনি কাক কাক কৈছে তেওলোকক মোৰ সৈতে যোগাযোগ কৰিবলৈ কব মই কাইলৈ বা পৰহি বিশ্ববিদ্যালয় গৈ আছো, তেওঁলোকক মই নিজে লগ ধৰিম । গোহাৰি খন কেনেকুৱা হব লাগিব বাৰু ? মই ফেচবুকত লিখাৰ নিচিনা হলে হবনে ? সকলোৰে সুধিবাৰ বাবে মোৰ মবাইল নংটো ইয়াতে দিলো 9864917706 । আৰু এটা কথা মানুহ 15 জনতকৈ বেছি হব যেন লাগিছে গতিকে অলপ ধনৰ প্ৰয়োজন হব, 15 জনমান হলে কথা নাছিলে মই চলাই দিব পাঅৰিলো হেতেন, পঙ্কজ শৰ্মা দায়ে অলপ সহায় কৰিব বুলি কৈছে, যদি আৰু টকাৰ প্ৰয়োজন হয় তেনেহলে কি কৰা যাব বাৰু । Jyoti Prakash Nath 11:37, 21 জানুৱাৰী 2012 (UTC)
যিহেতু আলোচনা পৃষ্ঠাটো পুনৰোদ্ধৰ হ’ল, সেয়ে উপৰোক্ত আলোচনাবোৰ আলোচনা পৃষ্ঠালৈ নিয়াটো উচিত হ’ব নেকি?

Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 18:24, 23 জানুৱাৰী 2012 (UTC)

সভাৰ কাৰ্য্যবিৱৰণী[সম্পাদনা কৰক]

29 তাৰিখৰ সভাখনত কি হ'ল, কোন কোন উপস্থিত থাকিল, কি কি আলোচনা হ'ল, ভৱিষ্যতৰ বাবে কেনে কাৰ্যপন্থা লোৱা হ'ল আদি সকলো ইয়াত লিখি ৰাখিলে ভাল হ'ব৷ আগলৈ চাব পৰা হ'ব৷

Anjal Borah 06:20, 30 জানুৱাৰী 2012 (UTC)

প্ৰস্তাৱিত কাৰ্যসূচী[সম্পাদনা কৰক]

  1. সদস্যসকলক আদৰণি। চিজু এলেক্সক গামোছা পিন্ধাব লাগিব। (জ্যোতি, এখন গোটাবাই। নাপাহৰিবা !)
  2. চিনাকী পৰ্ব। (১৫ মিনিট)
  3. ইউনিক'ডত অসমীয়া লিখাৰ বিষয়ে থুলমুলকৈ (বাৰাহা, অভ্ৰ, ইণ্ডিক ইন্‌পুট, আদি)। অসমীয়া ৱিকিৰ লিপ্যন্তৰ কী-ব'ৰ্ডৰ আভাস।
  4. ৱিকিপিডিয়াৰ বিষয়ে, কিয় আৰু কেনেকৈ লিখিব লাগে, নিয়মসমূহ (FAQ booklet বিলাব লাগে)
  5. অসমীয়া ৱিকিপিডিয়াৰ সমস্যাসমূহ। আন আন ৱিকি প্ৰকল্পৰ আভাস।
  6. নিখুঁত প্ৰবন্ধ কেনেকৈ লিখিব লাগে। নতুন সদস্যৰ বাবে আন প্ৰয়োজনীয় নিয়মাৱলী।
  7. অসমীয়া ৱিকিপিডিয়াৰ প্ৰচলিত নীতিসমূহৰ ওপৰত আলোচনা আৰু প্ৰয়োজনীয় নতুন নীতিৰ প্ৰস্তাৱ।
  8. অসমীয়া ৱিকিপিডিয়াৰ উপ-প্ৰকল্প কিছুমান গঠন (যেনে- পোখালি বিস্তাৰ, জিলাৰ প্ৰবন্ধ লিখাৰ প্ৰকল্প আদি)। জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা।
  9. চাহ-চিঙৰাৰ ওপৰত আক্ৰমণ।

ওপৰৰ ৩, ৪ আৰু ৫ নম্বৰকেইটা কৰ্মশালাৰ বাবে ৰখা হৈছে। প্ৰস্তাৱকেইটা চাওক, যোগ-বিয়োগ কৰক আৰু মতামত দিয়ক। (জ্যোতি ফে'চবুকত লিংকটো দি দিয়াচোন। মই ফে'চবুক বন্ধ কৰি ৰাখিছোঁ। বাবুল বৈশ্য দা আপুনিও যিমান পাৰে প্ৰচাৰ চলাই থাকক। অঞ্জল দাদাও লাগি আছে।) Gitartha.bordoloi 11:28, 21 জানুৱাৰী 2012 (UTC)

Based on the program above, my two paisa: It could begin with people picking up a copy of the FAQ (an abridged version of the one that Gitartha translated, plus an abridged version of "How to edit a Wikipedia article") at the door. This document is "take home". It might help to have name tags, so people can approach each other (চিনাকী পৰ্ব). As people settle down, there could be a welcome, when Jyoti Prakash introduces a veteran Assamese Wikipedian for a short intro to Assamese Wikipedia. We need to nominate a person (or a couple more) to do this. After the introduction, we will welcome Shiju (গামোছা), who will then represent the Foundation and state policies, beginning with the more formal stuff and progressively become more informal---a demo for editing, and finally a workshop, when people will try it out on their own, helped by the senior Wikipedians. The seniors can show some examples of "featured articles" from the English wikipedia (the Kaziranga page was a featured article, but was demoted at some point). Those interested can then attack the sah-singara. So the program begins like a meetup, becomes a workshop and degenerates back into a meetup. So we will need spare laptops and internet connections. চাইপাও 12:16, 21 জানুৱাৰী 2012 (UTC)
কাৰ্যসূচীৰ ওপৰৰ কথাখিনিয়েই ঠিক আছে৷ নতুনসকলক কোনো প্ৰবন্ধ ৰচনাৰ ক্ষেত্ৰত তথ্য সংগ্ৰহৰ কথাটো (যাতে কপিৰাইট নিয়ম উলংঘন নকৰে) কৈ দিয়াটো ভাল হ'ব৷ বাকী শুভেচ্ছা থাকিল৷ Anjal Borah 09:33, 23 জানুৱাৰী 2012 (UTC)


I feel the suggestion put forward by Chaipu is good, expect the mention about my involvement. The entire session must be conducted in Assamese and this should be a program of Assamese wikipedians. Just ignore my presence. I will help with all background things (as I am doing now) and give all the necessary guidance to make sure we will have a good wiki meetup. In the begining after the initial introduction by veteran assamese wikipedians, I will take at the maximum of 5 min just to give an introduction and state of different indic language wikis. (Only that 5 minutes need to be in English. Rest of the whole program must be conducted in Assamese.)

So as chaipu suggsted let the following be the agenda:

  1. Initial welcome talk by a veteran assamese wikipedian (not more than 5 minutes) (Must be in Assamese)
  2. Ask each particpant introduce themselves (not more than 10 - 15 minutes) (Must be in Assamese)
  3. I will speak for 5 minutes about state of Indic wikis (I will be using English since I do not know Assamese)
  4. Introduction to Assamese wiki projects (a small presentation) (not more than 15 minutes) (Must be in Assamese)
  5. A small editing session by creating a sample user and by creating a new article (should not be taking more than 45 minutes). (Must be in Assamese)
  6. Discussion about growing wiki community for Assamese in Assam and in other places. (Must be in Assamese)
  7. Some action item for Guhati residents like they will meet once in a month to discuss about Assamese wiki projects.
  8. Any other related topics

Sorry for typing this in English. I am just trying to formulate a good agenda. Please feel to translate once we finalize the agenda. Make sure we allocate each task to a wikipedian. --Shijualex 15:49, 23 জানুৱাৰী 2012 (UTC)

I agree with Shiju. I request senior Wikipedians to please nominate/volunteer themselves in the above slots. চাইপাও 16:27, 23 জানুৱাৰী 2012 (UTC)
I'll be at Guwahati meetup and will guide him. প্রভাকৰ শৰ্মা নেওগ 01:30, 27 জানুৱাৰী 2012 (UTC)
মোৰ কবলগীয়া : পৰহিলৈ মিটআপ আৰু আমাৰ হাতত মাত্ৰ এটা সম্পূৰ্ণ দিন আছে, ইতিমধ্যে প্ৰভাকৰ দা , চিযু এলেক্স ডাঙৰীয়া , গীতাৰ্থ দা আপোনালোক সকলোৱে আহি গুৱাহাটীত বাহৰ পাতিছেহি, বাকি আছে বিষ্ণু দা, উদ্দীপ দা আৰু বাবুল দা । যদিও প্ৰথমেই মই কৰ্মশালা এখন পতাৰ কথা কৈছিলো আপোনালোকে মোক সৰুকৈ মিটআপ এখন পতাৰ হে উপদেশ দিছিলে । যি কি নহওক অৱশেষত কিবা এটা হ'লগৈ আৰু হবলগীয়া মিটআপখন এখন কৰ্মশালায়ে হবলৈ গৈ আছে যিহেতু ইতিমধ্যে ভালেকেইগৰাকী মানুহক নিমন্ত্ৰন কৰা হৈছে । লগতে বাতৰি কাকত আৰু ইলেকট্ৰনিক্স মাধ্যমৰ কিছু সাংবাদিককো নিমন্ত্ৰন জনোৱা হৈছে । যি হৈছে সকলো ভালেই হৈছে আৰু হব বুলিও আশা কৰিছো । আৰু কেইজনমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিব যিয়ে ইউনিক'ডত অসমীয়া লিখাৰ কথা একো নাজানে অসমীয়া ৱিকিপিডিয়া তো দুৰৰে কথা । যোৱা সোমবাৰে তেওঁলোকৰ লগত মই ভালেখিনি সময় হোষ্টেলত বহি কথা পাতিছো আৰু তেওঁলোক এই ক্ষেত্ৰত খুউৱ আগ্ৰহী যেন লাগিল । যোৱা কেইদিনমান ধৰি হোৱা আলোচনাৰ পিছত সকলোখিনি গমি পিতি চাই মই নিৰ্দিষ্ট কাৰ্য্যসূচী খন আপোনালোকলৈ আগবঢ়ালো (আগৰ খনৰ লগত দুটামান কথা যোগ দিলো)----------
  1. সভাৰ আৰম্ভনী (আহ্বায়কৰ উপস্থিত ৰাইজক স্বাগতম)
  2. চিযু এলেক্সক ৰাইজৰ লগত চিনাকী কৰাই গামোছাৰে সম্বৰ্ধনা । লগে লগে তেখেতে ৱিকিৰ বিষয়ে অলপ কব । (লগতে HOD শ্ৰীমতি কাকতি বাইদেউক ও সম্বৰ্ধনা জনালে ভাল হ'ব যেন লাগে ।)
  3. ৰাইজক অসমীয়া ৱিকিপিডিয়াৰ লগত চিনাকী কৰাই দিয়া । (বিষ্ণু দায়ে বনোৱা শ্লাইড প্ৰদৰ্শন)
  4. ইউনিক'ডত অসমীয়া লিখাৰ বিষয়ে থুলমুলকৈ (বাৰাহা, অভ্ৰ, ইণ্ডিক ইন্‌পুট, আদি)। অসমীয়া ৱিকিৰ লিপ্যন্তৰ কী-ব'ৰ্ডৰ আভাস।
  5. ৱিকিপিডিয়াৰ বিষয়ে, কিয় আৰু কেনেকৈ লিখিব লাগে, নিয়মসমূহ (FAQ booklet বিলাব লাগে)
  6. প্ৰশ্ন-উত্তৰ শিতান (এইখিনেতে মই অভিজ্ঞ সদস্য সকলক কিছুমান technical প্ৰশ্ন সুধিম আপোনালোকে উত্তৰ দিব, লগে লগে নতুন মানুহখিনিয়ে কথা বিলাক গম পাব ।)
  7. অসমীয়া ৱিকিপিডিয়াৰ সমস্যাসমূহ। আন আন ৱিকি প্ৰকল্পৰ আভাস।
  8. নিখুঁত প্ৰবন্ধ কেনেকৈ লিখিব লাগে। নতুন সদস্যৰ বাবে আন প্ৰয়োজনীয় নিয়মাৱলী।
  9. অসমীয়া ৱিকিপিডিয়াৰ প্ৰচলিত নীতিসমূহৰ ওপৰত আলোচনা আৰু প্ৰয়োজনীয় নতুন নীতিৰ প্ৰস্তাৱ।
  10. অসমীয়া ৱিকিপিডিয়াৰ উপ-প্ৰকল্প কিছুমান গঠন (যেনে- পোখালি বিস্তাৰ, জিলাৰ প্ৰবন্ধ লিখাৰ প্ৰকল্প আদি)। জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা।
  11. চাহ-চিঙৰাৰ ওপৰত আক্ৰমণ। Jyoti Prakash Nath 06:59, 27 জানুৱাৰী 2012 (UTC)

Minutes of the Meeting[সম্পাদনা কৰক]

Dear all Wikipedians,


Here is the Minutes of the First Assamese Wikipedia Meetup Guwahati on 29/01/12 Venue: Conference hall, Computer Science Department, Guwahati University

1. Started at 2:30 Pm, welcome the Wikipedians by organizer Jyoti Prakash Nath

2. Facilitation to Mr. Shiju Alex and the HOD of the Computer Science Department Dr. (Mrs) Anjana Kakati Mahanta with the Assamese Gamosha by Mr. Buljit Borgohain and Mr. Gitartha Bordoloi respectively.

3. On request of Jyoti Prakash Nath Dr. (Mrs) Anjana Kakati Mahanta inaugurated the meeting. She said how she glad to know when she was asked by Mr. Shiju Alex for a place to a meeting of Assamese Wikipedia. She agreed to provide a Projector, a room, furnishers and Internet connection for the meeting. 4. Mr. Prabhakar Sharama Neog, a senior Wikipedian explains his feelings about the Assamese Wikipedia and shares some experience.

5. All the present peoples introduced themselves one by one.

6. Jyoti Prakash Nath explains how to open a new account on the Assamese Wikipedia to the new people that present on that day. One new member Mr. Amrit opens a new account on request for demonstration.

7. A slide show prepared by Mr. Bishnu Saikia was presented by another senior Wikipedian Mr. Gitartha Bordoloi where basically these points are described-----


    I.    What is Wikipedia?
   II.    What is Wiki?
   III.    History of Wikipedia.
   IV.    Indic Wikipedia.
   V.    Present status of Assamese Wikipedia.
   VI.    Sister Projects of Assamese Wikipedia.
   VII.    Assamese Wikisource.
   VIII.    Assamese Wiktionary.
   IX.    Assamese Wikibooks.

8. Shiju Alex speaks about Wikimedia foundation and the Indic Wikipedia.

9. Mr. Amlan Basumatary explains the viewers how to create a page and how to write an article on Assamese Wikipedia. He also explains the Narayam keyboard that available on the website and how to activate it and how one can write Assamese script using the keyboard.

10. A question answer section was held where many new users and present reporters ask questions about Wikipedia. All the queries are answered by Mr. Gitarth Bordoloi, Mr. Prabhakar Sharma Neog, Mr.Shiju Alex and Mr. Amlan Basumatary. Meanwhile all the guests were served with tea and Assamese breakfast Tillpitha, Narikolor Ladu, Tilor Ladu, Sirar Ladu etc.

11. End of the meeting declared by Jyoti Prakash Nath.
Jyoti Prakash Nath 07:54, 3 ফেব্ৰুৱাৰী 2012 (UTC)