ৱিকিপিডিয়া:সন্মিলন/গুৱাহাটী ২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া সন্মিলন
অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠানৰ দৃশ্য

তাৰিখ আৰু ঠাই[সম্পাদনা কৰক]

  • দিনাংক: ১০ জুন, ২০১২ (দেওবাৰ)
  • সময়: দিনৰ ১ বজাত
  • ক’ত: ছুডমাৰ্ছন হল, কটন কলেজ, গুৱাহাটী, অসম

কাৰ্যসূচী[সম্পাদনা কৰক]

প্ৰথম অংশ
  1. বিয়লি ১-০০ পৰা ১-১৫- আদৰণি আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা- জ্যোতি প্ৰকাশ নাথ, গীতাৰ্থ বৰদলৈক পৰিচালকৰ দায়িত্ব অৰ্পণ
  2. বিয়লি ১-১৫ পৰা ১-৩০- চিনাকী পৰ্ব
  3. বিয়লি ১-৩০ পৰা ১-৪০- বন্তি প্ৰজ্বলন
দ্বিতীয় অংশ
  1. বিয়লি ১-৪০ পৰা ২-১০- অসমীয়া ৱিকিপিডিয়াৰ পৰিচয় – গীতাৰ্থ বৰদলৈ
  2. বিয়লি ২-১০ পৰা ২-৪০- ইউনিক’ড আৰু অসমীয়া লিখন সঁজুলিৰ বৰ্ণনা আৰু ব্যৱহাৰ – বনজীৎ পাঠক
  3. বিয়লি ২-৪০ পৰা ৩-১০- অসমীয়া ৱিকিপিডিয়াৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ পৰিসৰ - উদ্দীপ তালুকদাৰ
  4. বিয়লি ৩-১০ পৰা ৩-৪০- অসমীয়া ৱিকিপিডিয়াত কেনেকৈ অৰিহণা যোগাব পাৰি- বিষ্ণু শইকীয়া
  5. বিয়লি ৩-৪০ পৰা ৪-১০- অসমীয়া লিখন সঁজুলিৰ ভৱিষ্যত- ত্ৰিদীপ বৰুৱা

(প্ৰতিজন আলোচকে ২০ মিনিটকৈ বক্তব্য আগবঢ়াব আৰু ১০ মিনিট কৈ অংশগ্ৰহণকাৰীৰ সৈতে মত বিনিময় কৰিব।)

  1. বিয়লি ৪-১০ পৰা ৪-২০- নুপুৰ ৰাৱলৰ বক্তব্য
  2. বিয়লি ৪-২০ পৰা ৫-০০- অসমীয়া ৱিকিৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ বিজয়ীৰ নাম ঘোষণা আৰু বঁটা বিতৰণ

অংশগ্ৰহণকাৰী[সম্পাদনা কৰক]

  1. নিতুল বৰা, 20:08, 6 মে' 2012 (UTC)
  2. Jyoti Prakash Nath (talk) 04:48, 7 মে' 2012 (UTC)
  3. — গীতাৰ্থ বৰদলৈ (talk) 12:52, 7 মে' 2012 (UTC)
  4. উদ্দীপতালুকদাৰ (talk) 14:32, 10 মে' 2012 (UTC)
  5. ধ্ৰুৱজ্যোতি শৰ্ম্মা 07:40, 23 মে' 2012 (UTC)
  6. মাধৱ শইকীয়া 06:56, 24 মে' 2012 (UTC)


শুভ কামনা[সম্পাদনা কৰক]

  1. প্ৰভাকৰ শৰ্মা নেওগ (talk) 07:56, 7 মে' 2012 (UTC)
  2. বাবুল বৈশ্য  মোলৈ বাৰ্তা পঠিয়াওক  12:31, 23 মে' 2012 (UTC)
  3. গুণদীপ চেতিয়া (talk) 13:18, 23 মে' 2012 (UTC)
  4. দীপাংকৰ চেতিয়া বাৰ্তা 14:12, 23 মে' 2012 (UTC)
  5. বিষ্ণু বাৰ্তা 07:26, 24 মে' 2012 (UTC) ইউনিকোড কৰ্মশালা আৰু বৰ্ষপূৰ্তি সন্মিলনলৈ মোৰ শুভেচ্ছা থাকিল|


আজি তৃতীয় ৱিকিমীটআপ। এই বিশেষ দিবস উপলক্ষে সকলোকে শুভেচ্ছা জনালোঁ।

সৰু জাতিৰ ৱিকিপিডিয়া বিলাকৰ বিকাশৰ দুটা দিশ থাকে। এক: লিখক/সম্পাদক সকল আৰু (আজিৰ যুগৰ) ছচিয়েল নেটৱৰ্কিং, দুই: অফলাইন সংগঠন, যাক ভাৰতীয় ৱিকিপিডিয়ান সকলে আউটৰীচ্ছ (outreach) বুলি কয়। ইং, ফ্ৰেণ্স, জাৰ্মান আদি ডাঙৰ ৱিকিপিডিয়া বিলাকৰ outreach effort -অৰ ইমান দৰকাৰ নাই, কাৰণ তেওঁলোকৰ হাজাৰ হাজাৰ সম্পাদক আছে, কিন্তু আমাৰ তেনে নহয়। সেয়ে আমাৰ outreach program বিলাকৰ, যেনে আজিৰ ৱিকিমীটআপখন, বা যেতিয়া আমাৰ ১০,০০০ প্ৰবন্ধ হ'ব তেতিয়া পতা ৱিকিসমাৰোহ (ভগৱানে কৰক) পাতিম, এইবিলাকক ব্যৱহাৰ কৰি নতুন নতুন সম্পাদক/লিখকক আকৰ্ষণ কৰিব লাগিব। মালায়ালম জাতিয়ে কেৰেলাৰ গাঁৱে গাঁৱে গৈ ৱিকিৰ প্ৰচাৰ কৰিছিল। সেয়ে আজি তেওঁলোকৰ ৱিকি ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ।

আমিও কৰিম।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 05:36, 10 জুন 2012 (UTC)

আলোকচিত্ৰ[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি সন্মিলনৰ সমূহ ফটো কমন্সৰ এই শ্ৰেণীত আপলোড কৰিব।