ৱিকিপিডিয়া বাৰ্তা:সন্মিলন/গুৱাহাটী ২

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

.


অংশগ্ৰহণকাৰী আৰু উপস্থিত থাকিব[সম্পাদনা কৰক]

এই দুয়োটা শব্দই একে অৰ্থই বহন কৰিছে বাবে উপস্থিত থাকিব অংশটো মচি দিলো। Jyoti Prakash Nath (talk) 04:50, 7 মে' 2012 (UTC)


নিৰ্দ্ধাৰিত কাৰ্যসূচী সম্পৰ্কে আলোচনা[সম্পাদনা কৰক]

  • ৫ মিনিট - আদৰণি পৰ্ব
এই পৰ্বটোৰ বাবে আচলতে ৫ মিনিট সময়ৰো প্ৰয়োজন নাই, তথাপি নিয়মমাফিক ৰাখি থোৱা হৈছে|


  • ৫ মিনিট - সভাৰ উদ্দেশ্য বাখ্যা - জ্যোতি প্ৰকাশ নাথ
  • ৫ মিনিট - চিনাকী পৰ্ব
  • ৫ মিনিট - বিশিষ্ট অতিথি নুপুৰ ৰাৱল প্ৰমূখ্যে আন নিমন্ত্ৰিত অতিথিসকলক জাপি আৰু গামোচাৰে সম্বৰ্দ্ধনা
কাক কাক সম্বৰ্দ্ধনা জনাব ঠিৰাং কৰাৰ প্ৰয়োজন|
  • ১৫ মিনিট - অসমীয়া ৱিকিপিডিয়াৰ পৰিচয় (ইতিহাস আৰু বৰ্তমান) – গীতাৰ্থ বৰদলৈ
পাৰিলে পাৱাৰ পইণ্ট স্লাইড প্ৰদৰ্শন ইয়াৰ লগতে পদৰ্শন কৰিব লাগে|
  • ১৫ মিনিট - ইউনিক’ড আৰু অসমীয়া লিখন সঁজুলিৰ চমু বৰ্ণনা আৰু ব্যৱহাৰ – বনিজৎ পাঠক
মূল কথা যিহেতু অসমীয়া ৱিকিপিডিয়া, সেয়ে ইউনিকোডৰ ওপৰত অধিক সময় দিলে আনফালে সময় কমি যাব| যিমান পাৰি প্ৰয়োজনীয় কথাৰ বাদে এই অধ্যায়ত বেছি সময় দিয়া অনুচিত|
  • ১৫ মিনিট - অসমীয়া ৱিকিপিডিয়াৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ পৰিসৰ - উদ্দীপ তালুকদাৰ
  • ১৫ মিনিট - অসমীয়া ৱিকিপিডিয়াত কেনেকৈ অৰিহণা যোগাব পাৰি - জ্যোতি প্ৰকাশ নাথ
এই অধ্যায়টো ম‍ই (বিষ্ণু শ‍ইকীয়া) ল’ম বুলি ভাবিছো|
  • ১০ মিনিট - অসমীয়া লিখন সঁজুলিৰ ভৱিষ্যত- ত্ৰিদিপ বৰুৱা।
১০ মিনিট যথেষ্ট
  • ১০ মিনিট - ৱিকিপিডিয়া সম্পৰ্কে – বিশিষ্ট অতিথি নুপুৰ ৰাৱলৰ এক অৱলোকন
১০ মিনিট যথেষ্ট হ’ব লাগে
  • ১৫ মিনিট - অসমীয়া ৱিকিৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা আলোচিত্ৰ আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰিব জয়ন্ত দত্ত আৰু শান্তনু কৌশিক বৰুৱাই।
  • ইয়াৰ মাজতে সুবিধা অনুসৰি চাহ জলপান
যোগাৰ :- ?
  • প্ৰশ্নোত্তৰ শিতান
  • সভাভংগ
  • আগ্ৰহী সদস্যৰ সৈতে ৱিকিপিডিয়া সম্পাদনা সম্পৰ্কে বাৰ্তালাপ

বিষ্ণু বাৰ্তা 13:59, 23 মে' 2012 (UTC)

অন্যান্য আলোচনা[সম্পাদনা কৰক]

Please keep the original agenda at this moment .... since that was prepared in the meeting with approval of the members . But please suggest your changes separately so that those suggestions can be discussed on next meeting . This is the standard procedure for alteration . Felicitation is nice thing but we need a finance for 10 distinguish guest Jaapi & Gamocha will cost at least Rs 400 /- to total budget for that will be around Rs 4000/- , If some one sponsors it then there is no problem . - বিক্ৰমজিত কাকতি

These is not a vast difference between the 2 agenda. Pls compare those. Only Japi and Gamusa to Noopor and then the lightening candle is added, which is very necessary to the function. Approx 500 Rs will cost for 1 Japi and 3 Gamosa. But This is unavoidable. If you all want it then its ok. But without an Gamosa and Japi the function will be incomplete. বিষ্ণু বাৰ্তা 18:53, 23 মে' 2012 (UTC)

There will be around 10 guests as per our meeting ... Nupur part no problem but interactive session should be after every presentation is Essential .

তেনে কি নুপুৰকো গামোচা নিপিন্ধাব নেকি? এই খেলিমেলি আতৰোৱাৰ বাবে বাজেটৰ খচৰা এখন প্ৰস্তুত কৰা ভাল| তেতিয়াই কথাবোৰ পৰিস্কাৰ হ’ব| প‍ইচা নাথাকিলে বাকীসকলক দিয়াৰ উপায় নাই| নাইবা আমাৰ গোটৰ মাজৰ পৰাই চান্দা তুলিব পাৰি| বিষ্ণু বাৰ্তা 19:10, 23 মে' 2012 (UTC)

Nupur will get warm welcome during her date of arrival & she will be felicitated on her arrival date . Otherwise if we felicitate her in front of distinguish guests & if we do not felicitated the distinguish guests there may be -ve impact . Since Ex VC like Dr. Kulandu Pathak may present. We will introduce Nupur in front of public , during the time of the meeting . As per the govt protocol ex VC is much higher rank . Please imagine the scenario – Vikramjit Kakati

যদি তেনে হয় তেন্তে নিশ্চয় বাদ দিব লাগিব| কিন্তু ইয়াৰ বিকল্প একো নাইনে? সাপো নমৰক লাঠীও নাভাগক, এনে কিবা? আছে যদি ঠিক নাই যদি সেই প‍ইণ্টটো উঠাই দিব‍ই লাগিব| বিষ্ণু বাৰ্তা 19:27, 23 মে' 2012 (UTC)

I do not have any idea , please suggest a suitable one . We can welcome the guests with “Tilak” and Garland upon their arrival , Low cost but effective . Vikramjit Kakati

Bishnu Saikia দা যিহেতু কাৰ্য্যক্ৰমণিকা খন এখন সভাত ৰাইজে লোৱা সিদ্ধান্ত অনুসৰি তৈয়াৰ কৰা হৈছিল আৰু আপুনি সেই সভাখনত উপষ্ঠিত নাছিল গতিকে কাৰ্য্যক্ৰমণিকা খন আপোনাৰ ইচ্ছা অনুসৰি আপুনি ৱিকিৰ পৃষ্ঠাত সলনি কৰিব নালাগিছিল। আপুনি আপোনাৰ পৰামৰ্শ হে আগবঢ়াব লগিছিল। ইয়াৰ অৰ্থ এইটো হ'ল যে 22 জুন তাৰিখৰ সভাত ওপৰক্ত উপষ্ঠিত ব্যক্তি সকলে লোৱা সিদ্ধান্তৰ একো মুল্য নাথাকিল। আশাকৰো অহা 26 তাৰিখে হবলগীয়া আলোচনা সভাত আপূনি উপষ্ঠিত থাকিব।‍‍ Jyoti Prakash Nath (talk) 05:26, 24 মে' 2012 (UTC)


সকলোলৈ মোৰ এক নিবেদন| ম‍ই কৰা সালসলনিবোৰ আপোনালোকৰ মিটিংৰ প্ৰস্তাবনাবোৰ হেয় কৰা বাবে কৰা নাছিলো| যি কি নহওক যদি মোৰ ভুল বুলি ভাবিছে তেন্তে বেয়া নাপাব| মাত্ৰ ইউনিকোডৰ বিষয়ে বেছি সময় ধৰা আছিল, সেইবোৰ কমাই পৃষ্ঠাখন ভালদৰে সজাই তুলিছিলো| জ্যোতিয়ে দুবাৰকৈ ম‍ই কৰা (হিটলাৰী) সম্পাদনাবোৰ নোহোৱা কৰিলে| আচলতে ৱিকিপিডিয়াৰ আলোচনা ৱিকিপিডিয়া গোট নাইবা ৱিকিপিডিয়াৰ আলোচনা পৃষ্ঠাতেই কৰা ভাল আছিল| কাৰন সকলোৱে গুৱাহাটীত নাথাকে| হওক দিয়ক| থাকক তেনেকৈয়ে, আৰু মোৰ হিটলাৰী মনোভাবে ৱিকিপিডিয়াৰ ক্ষতি কৰিব পাৰে বুলি ভাব হৈছে| সেয়ে আজিৰ পৰা ম‍ই ৱিকিপিডিয়াত নাথাকিম| অসমীয়া ৱিকিপিডিয়াৰ ভাল ভৱিষ্যতৰ বাবে শুভেচ্ছা থাকিল| কিছুমান কাম অলপ ম‍ই আগবঢ়ালো, এতিয়া ইয়াৰ পাছৰ দায়িত্ব আপোনালোকে সুচাৰুৰূপে পালন কৰিব বুলি বিশ্বাস থাকিল| শুভবিদায়| 07:45, 24 মে' 2012 (UTC)