সদস্য বাৰ্তা:Jpnath008
নমস্কাৰ, Jpnath008
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। ![]() ![]() ![]() ![]() ![]() |
![]() |
(Bishnu Saikia) বিষ্ণু শইকীয়া 15:40, 19 ডিচেম্বৰ 2011 (UTC)
উত্তৰ দিছোঁ, পঢ়িবাঁ[সম্পাদনা কৰক]
প্রভাকৰ শৰ্মা নেওগ 11:56, 3 জানুৱাৰী 2012 (UTC)
পুৰীয়া[সম্পাদনা কৰক]
প্ৰয়োজন হ'লে ৱিকিপিডিয়া:নকলৰ পুৰীয়াৰ সহায় ল'ব পাৰা! Gitartha.bordoloi 19:37, 17 জানুৱাৰী 2012 (UTC)
কাৰ্যসূচী[সম্পাদনা কৰক]
ৱিকিপিডিয়া:Meetup/GAU1#প্ৰস্তাৱিত কাৰ্যসূচী চোৱা। Gitartha.bordoloi 11:30, 21 জানুৱাৰী 2012 (UTC)
তেজপুৰ নহয় দূৰ[সম্পাদনা কৰক]
তেজপুঅৰলৈকো সেইদিনা যেনেতেনে এপাক আহিব| শুভেচ্ছা তাতহে ল’ম|
ৱিকিপিডিয়া: তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পৰ নাম সলনি[সম্পাদনা কৰক]
উত্তৰ দিলোঁ, চাবাচোন কেনে পোৱা প্রভাকৰ শৰ্মা নেওগ 11:44, 10 ফেব্ৰুৱাৰী 2012 (UTC)
সম্বৰ্থনা[সম্পাদনা কৰক]
![]() |
The Teamwork Barnstar | |
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। প্রভাকৰ শৰ্মা নেওগ 02:31, 14 ফেব্ৰুৱাৰী 2012 (UTC) |
পদক[সম্পাদনা কৰক]
ধন্যবাদ। গীতাৰ্থ বৰদলৈ 18:01, 20 ফেব্ৰুৱাৰী 2012 (UTC)
সন্মিলন[সম্পাদনা কৰক]
বৰ্তমানৰখনত খেলিমেলি কিছুমান আছে| সেইবোৰ আতৰ কৰি ললে অনাগত মিটিংত আলোচনা কৰাত সুবিধা হ’ব| বিষ্ণু বাৰ্তা 13:22, 23 মে' 2012 (UTC)
- মোক শান্তিৰে কামটো কৰিব দিলে ভাল লাগিলহেতেনে| আগৰ সভাকেইখন কৰি / দেখি অভিজ্ঞতাৰ ফালৰ পৰা এই সালসলনি কৰিছো| বেয়া দেখিলে আকৌ ঘূৰাই আনিব পাৰি| আলোচনা পৃষ্ঠাত প্ৰয়োজন বোধ হ’লে নিশ্চয় দিম| বিষ্ণু বাৰ্তা
কটন কলেজ ৱিকিপদক[সম্পাদনা কৰক]
![]() |
তৃতীয় অসমীয়া ৱিকিসন্মিলনৰ ৱিকিপদক (১০ জুলাই, ২০১২, কটন কলেজ) | |
বন্ধুবৰ, এই ৱিকিসন্মিলনত আপোনাৰ অৱদানৰ বাবে এই সামান্য সন্মান জনালোঁ। কিন্তু আমি আমাৰ এই outreach effort অটুত ৰাখিব লাগিব। প্রভাকৰ শৰ্মা নেওগ (talk) 00:44, 5 জুলাই 2012 (UTC) |
আলোচনা[সম্পাদনা কৰক]
ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া⇒✉ 15:26, 17 নৱেম্বৰ 2012 (UTC)
বোলছবিৰ নাম[সম্পাদনা কৰক]
তুমি " আইদেউ (২০০৭ চলচ্চিত্ৰ)"ৰ পৰা "আইদেউ ২০০৭ (চলচ্চিত্ৰ)"লৈ স্থানান্তৰ কৰিলা। কিন্তু চলচ্চিত্ৰখনৰ নাম জানমণি, অঞ্জনা আদিৰ নিচিনাকৈ "আইদেউ ২০০৭" নহয়। গতিকে দুয়োটা শব্দ বন্ধনীৰ বাহিৰত থাকিলে ভুল হ'ব। আগৰটোৱেই ঠিক আছিল। — গীতাৰ্থ বৰদলৈ (talk) 07:29, 20 নৱেম্বৰ 2012 (UTC)
- অঁ একে নামৰ দুখন ছবি নাথাকিলে চনটোৰ প্ৰয়োজন নাই। — গীতাৰ্থ বৰদলৈ (talk) 08:44, 20 নৱেম্বৰ 2012 (UTC)
- পুনশ্ব: তুমি আজি স্থানান্তৰ কৰা পৃষ্ঠাসমূহত অলপ অসুবিধা যেন দেখা পালো| দুটা সম্পাদনা মই পূৰ্ববত কৰিলো| চাবাচোন| কাৰণবোৰ ওপৰত গীতাৰ্থই কৈছেই| লগতে স্থানান্তৰ কৰাৰ ক্ষেত্ৰত আগলৈ অলপ সাবধান হবা, সেই পৃষ্ঠালৈ কি কি পৃষ্ঠা, পুনৰ্নিৰ্দেশ জড়িত হৈ আছে সেয়াও চকু ফুৰাই চাবা আৰু থাকিলে সেইবোৰৰ গতি লগতে লগাই থবা| নহ’লে সংযোগবোৰ বিচ্ছিন্ন হৈ পৰে| আনহাতে মোৰ বোধে কিছুমান চলচ্চিত্ৰৰ নামৰ পাছত " .... (২০১০ চলচ্চিত্ৰ) " লগোৱাৰ প্ৰয়োজন নাই, যেনে "পলে পলে উৰে মন" , "মন যায়", "সাগৰলৈ বহু দূৰ" নামৰ অন্য এটা প্ৰবন্ধ ৱিকিত আৰু নোলায়| গতিকে সেইবোৰৰ পাছত চলচ্চিত্ৰ নিদিলেও হয়| কিন্তু এই ধৰা "মহাত্মা গান্ধী"ৰ নামত এখন চলচ্চিত্ৰ উলিয়ালে, তেতিয়া সেই প্ৰবন্ধৰ নাম মহাত্মা গান্ধী (২০১০ চলচ্চিত্ৰ) বুলি দিয়া উচিত| বুজি পাইছা চাগে| বিষ্ণু শইকীয়া⇒✉ 14:06, 20 নৱেম্বৰ 2012 (UTC)
শ্ৰেণী[সম্পাদনা কৰক]
প্ৰবন্ধ এটাত উপশ্ৰেণী এটা যোগ দিয়াৰ পিছত তাত মূল শ্ৰেণীবোৰ যোগ দিব নালাগে। যেনে- জিতেন্দ্ৰনাথ গোস্বামী প্ৰবন্ধটোত 'অসমীয়া বিজ্ঞানী' যোগ দিয়াৰ পিছত 'বিজ্ঞানী', 'জীৱনী' এইবোৰ নালাগে। আকৌ তাত 'বিজ্ঞান' শ্ৰেণীটোৰো কাম নাই কাৰণ লেখাটো ব্যক্তি বিষয়কহে, বিজ্ঞান বিষয়ক নহয়। 'মঙ্গলযান' প্ৰবন্ধত 'ভাৰতৰ মহাকাশ অভিযান' জাতীয় শ্ৰেণীহে খাপ খাব, কেৱল 'ভাৰত' নহয়। শ্ৰেণীবোৰে লেখাটোক ভালকৈ প্ৰতিনিধিত্ব কৰিব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 07:04, 12 নৱেম্বৰ 2013 (UTC)
- মানুহৰ বিষয়ে লিখা প্ৰবন্ধ বিজ্ঞানৰ ভিতৰত নপৰে ঔ। বাকীবোৰ ৱিকিপিডিয়া চাবাচোন। কিবা শ্ৰেণীৰ প্ৰয়োজনীয়তা দেখিলে সৃষ্টি কৰি দিবা। — গীতাৰ্থ বৰদলৈ (talk) 11:26, 12 নৱেম্বৰ 2013 (UTC)
মঙ্গলযান[সম্পাদনা কৰক]
আপোনাৰ বাৰ্তাটো অলপ দেৰিকৈহে দেখা পালো। ইতিমধ্যে অনিমেষ আৰু দীপাংকৰে ঠিক ঠাক কৰি দিলেই। এই প্ৰৱন্ধটো ইংৰাজীটোৰ অনুকৰণতে আপডে'ট কৰি গৈ থাকিলে ভাল হ'ব।
প্ৰণৱ জ্যোতি ভূঞা 16:44, 12 নৱেম্বৰ 2013 (UTC)