ৱিকিপিডিয়া বাৰ্তা:সন্মিলন
অৱয়ব
শিৰোনামাটো সলাব লাগে নেকি। এতিয়ালৈকে হোৱাবোৰ কৰ্মশালাহে, মিটআপ্ নহয়। — গীতাৰ্থ বৰদলৈ (talk)
- সলাব লাগে| যোৱাকালি ময়ো ভাবিছিলো| কিন্তু কি নাম দিবা? সন্মিলন নে কৰ্মশালা? বিষ্ণু শইকীয়াবাৰ্তা 13:51, 20 এপ্ৰিল 2012 (UTC)
- কৰ্মশালা। সন্মিলন বুলিলে আৰু ডাঙৰ আয়োজন হ'ব। — গীতাৰ্থ বৰদলৈ (talk)
- কেৱল কৰ্মশালা কৰিলে অসুবিধা হ’ব| ইংৰাজীত Wikipedia:Meetup বুলি যেনেদৰে এটা প্ৰকল্প পৃষ্ঠা আছে কৰ্মশালাৰ বাবে তেনে প্ৰকল্প নাই দেখা এইখনহে আছে, গতিকে খেলি মেলি হ’ব| আমাৰ সৰু ৱিকিসমাজ হিচাপে দুয়োটাই (সন্মিলন, কৰ্মশালা) একেলগ কৰি থলেই ভাল হ’ব নেকি? বিষ্ণু শইকীয়াবাৰ্তা 17:02, 20 এপ্ৰিল 2012 (UTC)
- অসুবিধাটো হ'ব নালাগে। প্ৰয়োজন হ'লে আমি পিছত Meetupৰ বাবে বেলেগ প্ৰকল্প পৃষ্ঠা খুলিব পাৰিম। দুয়োটা ৱিকিপিডিয়া সন্মিলন বুলি শ্ৰেণী এটাত থৈ দিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk)
- আমাৰ এইবোৰো সৰু সুৰা সন্মিলনেই নহয় জানো| লগতে কৰ্মশালা বা প্ৰশিক্ষনো দিয়া হয়| ভৱিষ্যতে হলেওনো কেইখন সন্মিলন হ’ব| বিশেষ আশা নাই| গতিকে একেখন পৃষ্ঠাতেই ৰখা ভাল নেকি? আৰু যদি ইয়াৰ পাছতো বিচাৰিছা কৰি দিয়া| বিষ্ণু শইকীয়াবাৰ্তা 15:42, 24 এপ্ৰিল 2012 (UTC)
- ঠিক আছে। সন্মিলন কৰি দিম। — গীতাৰ্থ বৰদলৈ (talk)
ৱিকিপিডিয়া:সন্মিলনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ৱিকিপিডিয়া:সন্মিলনক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।