সমললৈ যাওক

সদস্য বাৰ্তা:Jyoti Chiring

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 12:36, 13 June 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ সকলোলৈকে Jyoti Chiring (বাৰ্তা) 06:14, 27 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

স্বাধীনতা সংগ্ৰামী এডিটাথন পদক

[সম্পাদনা কৰক]
ৱিকিডাটা পদক
ৱিকিডাটা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত চলি থকা স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথনৰ প্ৰতি আপুনি দেখুওৱা উৎসাহ আৰু ইয়ালৈ আগবঢ়োৱা বৰঙনিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

এছিয়ান মাহৰ সহযোগী

[সম্পাদনা কৰক]
এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ,
ৰুমি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস

চাণক্য (বাৰ্তা) 02:55, 16 December 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ। Jyoti Chiring (বাৰ্তা) 12:48, 23 January 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

নাৰীবাদ আৰু লোকগাথা ২০২৫ত অংশগ্ৰহণৰ বাবে ধন্যবাদ!

[সম্পাদনা কৰক]

প্ৰিয় অৱদানকাৰী,

নাৰীবাদ আৰু লোকগাথা ২০২৫ৰ অংশ হোৱা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ! আপোনাৰ অবিশ্বাস্য অৱদানসমূহে অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু বিশ্বৰ চহকী সাংস্কৃতিক ঐতিহ্যসম্পৰ্কীয় তথ্য উপলভ্য হোৱাত সহায় কৰিছে।

📅 ইয়াৰ পিছত কি?

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ দিনৰে পৰা অৰ্থাৎ ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা জুৰী প্ৰক্ৰিয়া ২০২৫ চনৰ এপ্ৰিল-মে'ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই সময়চোৱাত অনুগ্ৰহ কৰি আপোনাৰ ৱিকিমিডিয়াৰ আলোচনা পৃষ্ঠাত নজৰ ৰাখক লগতে আপোনাৰ ইমেইল জাননীসমূহ সক্ৰিয় কৰি ৰখা হৈছেনে নাই, সেই সম্পৰ্কে নজৰ ৰাখক যাতে আপুনি ফলাফল সম্পৰ্কীয় কোনো আপডেটৰ পৰা অজ্ঞাতে থাকিব লগীয়া নহয়।

📝 এতিয়া আমি আপোনাৰ পৰা কি বিচাৰিছোঁ, বা আপোনাৰ কৰণীয় কি!

আপোনাৰ অংশগ্ৰহণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি এইকথা অনুভৱ কৰোঁ, যিহেতু প্ৰতিযোগিতাৰ মানসিকতাৰে পৃষ্ঠাসমূহ সৃষ্টি কৰা হৈছে, গতিকে জ্ঞাতে-অজ্ঞাতে প্ৰবন্ধসমূহত যথেষ্ট সংখ্যক আসোঁৱাহ ৰৈ যোৱা চকুত পৰিছে। ইয়াৰোপৰি বহু প্ৰবন্ধ পোখালি হিচাপে ৰৈ গৈছে। এনে সমস্যাসমূহ সমাধান নকৰিলে প্ৰকল্পটোৰ মান নিম্নগামী হোৱাৰ দৰে হয়। গতিকে নতুনকৈ অন্য কোনো প্ৰবন্ধ সৃষ্টিৰ পূৰ্বে পাৰিলে প্ৰতিযোগিতাৰ বাবে সৃষ্টিকৰা পৃষ্ঠাসমূহ উন্নত কৰাত মনোযোগ দিয়ে যেন। আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি এপ্ৰিলৰ মাজভাগৰ ভিতৰত আপোনাৰ চিন্তা, পৰামৰ্শ আৰু প্ৰতিযোগিতাৰ সময়ত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বান সম্পৰ্কত মতামত সংগ্ৰহ কৰিবলৈ এখন প্ৰ-পত্ৰ প্ৰেৰণ কৰিম৷ আপোনাৰ মূল্যবান মতামতে আমাক পৰৱৰ্তী সংস্কৰণটোক আৰু অধিক উন্নত আৰু ৱিকিসুলভ কৰিবলৈ সহায় কৰিব!

আকৌ এবাৰ নাৰীবাদ আৰু লোকগাথা আৰু পৰম্পৰাৰ এই বিশ্বব্যাপী উদযাপনৰ অংশ হোৱাৰ বাবে ধন্যবাদ।

ধন্যবাদেৰে, Nayan j Nath (বাৰ্তা) 12:17, 1 April 2025 (ইউ.টি.চি.) সমন্বয়ক নাৰীবাদ আৰু লোকগাথা ২০২৫উত্তৰ দিয়ক

ধন্যবাদ। প্ৰতিযোগিতাৰ বাবে সৃষ্টিকৰা পৃষ্ঠাসমূহ উন্নত কৰিবলৈ চেষ্টা কৰিম। Jyoti Chiring (বাৰ্তা) 01:03, 2 April 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

Wikipedia Asian Month 2024 Barnstar

[সম্পাদনা কৰক]

Dear Jyoti Chiring,

Thank you for joining us in celebrating the 10th year of Wikipedia Asian Month!
We truly appreciate your contributions, and we look forward to seeing more articles about Asia written in different languages.

We also hope you continue to participate each year!

Sincerely,
Wikipedia Asian Month User Group

এছিয়ান মাহৰ সহযোগী

[সম্পাদনা কৰক]
এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত হৈ যোৱা এছিয়ান মাহ ২০২৫ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, — অসমীয়া ৱিকিমিডিয়া সমাজ

এছিয়ান মাহ দ্বিতীয় পৰ্যায়, ২০২৬

[সম্পাদনা কৰক]

@Jyoti Chiring, এছিয়ান মাহ দ্বিতীয় পৰ্যায়, ২০২৬ত অংশগ্ৰহণ কৰি আপুনি আগবঢ়োৱা বৰঙণিৰ বাবে আপোনালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 14:33, 17 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ। Jyoti Chiring (বাৰ্তা) 02:24, 18 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

Wikipedia Asian Month 2025 Barnstar

[সম্পাদনা কৰক]

Betty2407 (talk) 08:38, 6 June 2026 (UTC) on behalf of Wikipedia Asian Month User Group

Thank you for being a part of Feminism and Folklore 2026

[সম্পাদনা কৰক]

Dear Jyoti Chiring,

Your contributions helped make this year's Feminism and Folklore campaign a great success, and we are truly grateful for your time, knowledge, and dedication to documenting women's stories and folklore on Wikimedia projects.

As we reflect on this year's campaign and prepare for the next edition, we'd love to hear about your experience. Please take a few minutes to fill out our feedback form and share your thoughts and suggestions.

As a token of our appreciation, everyone who completes the form will receive a special digital postcard! in their email. This year marks 25 years of Wikipedia, and the postcard has been created to celebrate this milestone and to recognize the incredible efforts of participants like you who continue to enrich free knowledge for the world.

Form Link - here

Please complete the feedback form by 25 June 2026.

Thank you once again for making Feminism and Folklore 2026 a success. We hope to see you again in future campaigns!

Best regards,

Feminism and Folklore international Team.

--MediaWiki message delivery (বাৰ্তা) 14:31, 18 June 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

কেৰালা সংস্কৃতি মাহ, ২০২৬

[সম্পাদনা কৰক]
কেৰালা সংস্কৃতি মাহ, ২০২৬ - অক্লান্ত অৱদানকাৰী
প্ৰিয় ৱিকিসতীৰ্থ,
২০২৬ বৰ্ষৰ ১৫ জুলাইৰপৰা ১৫ আগষ্টলৈ ৱিকিকনফাৰেন্স ইণ্ডিয়া, ২০২৬ৰ অংশ ৰূপে অসমীয়া ৱিকিপিডিয়াত অনুষ্ঠিত হোৱা কেৰালা সংস্কৃতি মাহ, ২০২৬ শীৰ্ষক সম্পাদনা-মেলাখনত আন্তৰিকতাৰে অংশগ্ৰহণ কৰি আপুনি যি সহযোগ আৰু অৱদান আগবঢ়ালে, তাৰ শলাগ ললোঁ আৰু অসমীয়া তথা মালয়ালম ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক আমাৰ কৃতজ্ঞতা যাচিলোঁ। আপুনি সৰ্বদা সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকক আৰু ভৱিষ্যতলৈও অসমীয়া ৱিকিপিডিয়ালৈ আন্তৰিকতাৰে আপোনাৰ অৱদান আগবঢ়াই থাকক, এই কামনাৰে;

কেৰালা সংস্কৃতি মাহ, ২০২৬ৰ আয়োজক কমিটিৰ হৈ,
JyotiPN (বাৰ্তা) 09:56, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ Jyoti Chiring (বাৰ্তা) 12:24, 20 August 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক