|
২০২৩ চনৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত অসমৰ ব্যক্তিসকলৰ জীৱনী সংগ্ৰহৰ এক প্ৰচেষ্টা লোৱাৰ বাবে ১৫ আগষ্টৰ পৰা ২৯ আগষ্টলৈ পোন্ধৰদিনীয়া এক এডিটাথনৰ আয়োজন কৰা হৈছে৷ এই এডিটাথনত অসমীয়া ৱিকিপিডিয়াত নথকা বা অতি চমুকৈ উল্লেখ থকা অসমীয়া স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনী বহলাই লিখা হ’ব৷
- পূৰ্ণানন্দ দত্ত, ঢলপুৰ, নাৰায়ণপুৰ
- সৰ্বেশ্বৰ বৰুৱা, নাৰায়ণপুৰ,লক্ষীমপুৰ
- উমাকান্ত ৰাজখোৱা, নাৰায়ণপুৰ, লক্ষীমপুৰ
- থানেশ্বৰ গগৈ, ঢলপুৰ পিচলা, লক্ষীমপুৰ
- গোলোক চন্দ্ৰ বৰা, নাৰায়নপুৰ, লক্ষীমপুৰ
- মতিৰাম বৰা
- পুষ্পৰাম দাস, হাজো
- টুণিৰাম হাজৰিকা , হিন্দুগাঁও, উত্তৰ লক্ষীমপুৰ
- তীৰ্থেশ্বৰ হাজৰিকা , উত্তৰ লক্ষীমপুৰ
- মালতী মেম, দৰং
- দাৰিকী দাসী বৰুৱা, গোলাঘাট
- তিলেশ্বৰী বৰুৱা, ঢেকিয়াজুলি
- ৰেৱতী লাহন, টিয়ক
- খহুলী দেৱী, ঢেকিয়াজুলি
- পদুমী গগৈ, ঢেকিয়াজুলি
- গোলাপী চুতীয়ানী, ঢেকিয়াজুলি
- লীলা নেওগনী, লখিমপুৰ
- থুনুকী দাস, ঢেকিয়াজুলি
- জালুকী কছাৰীয়নী, ঢেকিয়াজুলি
- কন চুতিয়ানী, ঢেকিয়াজুলি
- হেমপ্ৰভা দাস, ডিব্ৰুগড়
- স্বৰ্ণলতা দাস
- বেদৱতী বৰগোহাঁই
- ইন্দুপ্ৰভা বৰুৱা
- কণিকা ফুকন
- অঞ্জুমান আৰা
- হেমলতা বেজবৰুৱা
- উষা বৰঠাকুৰ
- লীলি সেনগুপ্তা
- কন্দৰ্পেশ্বৰ সিংহ
- মধু মল্লিক
- ফৰ্মুদ আলি
- দুতিৰাম বৰুৱা
- লীলাধৰ বৰুৱা
- মহম্মদ তৈয়বুল্লা
- সিদ্ধিনাথ শৰ্মা
- মায়াৰাম নাজিৰ
- মৰংগীখোৱা গোসাঁই
- নীলকান্ত চোলাধৰা ফুকন
- কমলা বৰুৱা
- কান্দুৰা ডেকাফুকন
- ৰূপচন্দ্ৰ কোঁৱৰ
- দেউৰাম দিহিঙীয়া
- বৗমা চিংফৌ
- গদাধৰ গোহাঁই
- শংকৰ বৰুৱা
- মণ্ডল কুৰ্মী
- হেমৰাম পাটৰ
- লেৰেলা বড়ো
- ৰতন কছাৰী
- ঠগী সুত
- নিধানু ৰাজবংশী
- ৰাউতা বড়ো
- মণিৰাম কছাৰী
- তিলক ডেকা
- তৈয়বউল্লা
- ক’লাই কোছ
- ফৈজনুৰ আলি
- গুণাভি বৰদলৈ
- বলো সুত
- লক্ষী হাজৰিকা
- ছিদ্দিক আলি
- আব্দুল মতলিব মজুমদাৰ
- মনবৰ নাথ
- কামেশ্বৰ দাস বৰপেটা
- কমলাকান্ত দাস
- এই এডিটাথন সকলোৰে বাবে মুকলি৷ ৱিকিপিডিয়াত সম্পাদনা কৰিব জনা সকলো ব্যৱহাৰকাৰীয়ে লগইন কৰাৰ পাছত ইয়াত ভাগ ল’ব পাৰিব৷
- প্ৰবন্ধসমূহ ১৫ আগষ্টৰ পুৱা দহ বজাৰ পৰা পৰা ২৯ আগষ্টৰ নিশা ১২ বজাৰ ভিতৰত বিস্তাৰ অথবা সৃষ্টি কৰিব লাগিব।
- প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ (অতি কমেও তিনিটা) সহকাৰে বিস্তাৰ অথবা সৃষ্টি কৰিব লাগিব।
- প্ৰবন্ধসমূহত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
|