লীলা নেওগনী
অৱয়ব
লীলা নেওগনী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল৷ তেওঁৰ ঘৰ লক্ষীমপুৰত৷ লক্ষীমপুৰত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ অক্টোবৰ মাহত এক কাৰ্যসূচীত পুলিচৰ লাঠীচালনাত আঘাতপ্ৰাপ্ত হয় আৰু তাৰ দুমাহৰ পিছতে সেই আঘাতৰ ফলতেই তেওঁৰ মৃত্যু হয়৷[1]