অসমীয়া ৱিকিপিডিয়াত ২০২৪ চনৰ তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই লৈ এক পোখালি বিস্তাৰ সম্পাদনা মেলাৰ আয়োজন কৰা হৈছে। এই এডিটাথনত অসমীয়া ৱিকিপিডিয়াত থকা অতি চমু প্ৰবন্ধসমূহ বিস্তাৰ কৰা বা বহলাই লিখা হ’ব।
প্ৰবন্ধৰ তালিকা
বিস্তাৰ কৰা প্ৰবন্ধ
অংশগ্ৰহণ
নিয়মাৱলী
- এই এডিটাথন সকলোৰে বাবে মুকলি। ৱিকিপিডিয়াত সম্পাদনা কৰিব জনা সকলো ব্যৱহাৰকাৰীয়ে লগইন কৰাৰ পাছত ইয়াত ভাগ ল’ব পাৰিব।
- প্ৰবন্ধসমূহ
তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই ৰ নিশা ১২ বজাৰ ভিতৰত বিস্তাৰ কৰিব লাগিব।
- প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ (অতি কমেও তিনিটা) সহকাৰে নিৰপেক্ষ হিচাপে বিস্তাৰ কৰিব লাগিব।
- প্ৰবন্ধসমূহত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
পুৰস্কাৰ
ৱিকিপিডিয়াৰ আয়োজকৰ ফালৰ পৰা অংশগ্ৰহণকাৰীসকলক ডিজিটেল মানপত্ৰ আৰু বাৰ্ণষ্টাৰ প্ৰদান কৰা হ'ব।
সমন্বয়ক
অংশগ্ৰহণকাৰীসকল
সম্পাদনা মেলাত অংশগ্ৰহণ কৰিবলৈ তলত # ~~~~ এই চিহ্নৰে চহী কৰক৷
|