অসমীয়া-চাঁওতালি আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্থানীয় ৱিকিপ্ৰকল্পত নাৰী দিৱস উদযাপনৰ লক্ষ্যৰে চাঁওতালি ৱিকিপিডিয়াৰ সৈতে আন্তঃৱিকি সহযোগিতামূলক কাম হিচাপে ২০২৪ চনৰ ৮ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ দহদিনীয়া এক এডিটাথনৰ আয়োজন কৰা হৈছে। এই এডিটাথনত অসমীয়া ৱিকিপিডিয়াত নথকা বা অতি চমুকৈ উল্লেখ থকা চাঁওতালিমূলৰ উল্লেখযোগ্য নাৰীৰ জীৱনীৰ অনুবাদ কৰা বা বহলাই লিখা হ’ব।

প্ৰবন্ধৰ তালিকা[সম্পাদনা কৰক]

  1. Jamuna Tudu  কৰা হ'ল
  2. Jauna Murmu  কৰা হ'ল
  3. Purnima Hembram  কৰা হ'ল
  4. Rani Murmu  কৰা হ'ল
  5. Chami Murmu  কৰা হ'ল
  6. Chandrani Murmu  কৰা হ'ল
  7. Sonu Murmu  কৰা হ'ল
  8. Jabamani Tudu  কৰা হ'ল
  9. Maina Tudu  কৰা হ'ল
  10. Sita Soren  কৰা হ'ল
  11. Basanti Hembram  কৰা হ'ল
  12. Deblina Hembram  কৰা হ'ল
  13. Saraswati Hembram  কৰা হ'ল
  14. Sarojini Hembram  কৰা হ'ল
  15. Sweety Sima Hembram  কৰা হ'ল
  16. Louis Marandi  কৰা হ'ল
  17. Birbaha Hansda  কৰা হ'ল
  18. Chunibala Hansda  কৰা হ'ল
  19. Jhano Hansdah  কৰা হ'ল
  20. Damayanti Beshra  কৰা হ'ল
  21. Salge Hansdah কৰা হ'ল
  22. Tala Tudu কৰা হ'ল
  23. Joba Murmu  কৰা হ'ল
  24. Suchitra Hansda  কৰা হ'ল
  25. Anjali Kisku  কৰা হ'ল
  26. डगर टुडू  কৰা হ'ল
  27. Sneha Soren  কৰা হ'ল
  28. Sumitra Marandi  কৰা হ'ল

বিস্তাৰ কৰা প্ৰবন্ধ[সম্পাদনা কৰক]

অনুবাদ কৰা প্ৰবন্ধ[সম্পাদনা কৰক]

অংশগ্ৰহণ[সম্পাদনা কৰক]

নিয়মাৱলী[সম্পাদনা কৰক]

  • এই এডিটাথন সকলোৰে বাবে মুকলি। ৱিকিপিডিয়াত সম্পাদনা কৰিব জনা সকলো ব্যৱহাৰকাৰীয়ে লগইন কৰাৰ পাছত ইয়াত ভাগ ল’ব পাৰিব।
  • প্ৰবন্ধসমূহ ৮ মাৰ্চৰ দুপৰীয়া ১২ বজাৰ পৰা ১৮ মাৰ্চৰ দুপৰীয়া ১২ বজাৰ ভিতৰত বিস্তাৰ, অনুবাদ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ (অতি কমেও তিনিটা) সহকাৰে নিৰপেক্ষ হিচাপে বিস্তাৰ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
  • প্ৰবন্ধসমূহে চাঁওতালিমূলৰ উল্লেখযোগ্য নাৰী ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰিব লাগিব।
  • অতি চমুকৈ লিখা প্ৰবন্ধ সমূহ (কমেও ২০০ শব্দ নাইবা ২০০০ বাইট) সম্পাদনা মেলাৰ অংশ হিচাপে বিবেচিত নহ'ব।

পুৰস্কাৰ[সম্পাদনা কৰক]

সহযোগিতামূলক কামৰ বাবে চাঁওতালি ৱিকিপিডিয়াৰ আয়োজকৰ ফালৰ পৰা অংশগ্ৰহণকাৰীসকলক ডিজিটেল মানপত্ৰ আৰু বাৰ্ণষ্টাৰ প্ৰদান কৰা হ'ব।

প্ৰবন্ধ জমা দিয়ক[সম্পাদনা কৰক]

সমন্বয়ক[সম্পাদনা কৰক]

প্ৰবন্ধ পৰীক্ষক[সম্পাদনা কৰক]

অংশগ্ৰহণকাৰীসকল‎[সম্পাদনা কৰক]

  1. Nayan j Nath (বাৰ্তা) 12:24, 8 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Pranamikaadhikary (বাৰ্তা) 13:04, 8 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Joli Rumi (বাৰ্তা) 16:00, 8 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. দিব্য দত্ত (বাৰ্তা) 04:51, 9 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Mousumi.Das (বাৰ্তা) 19:01, 9 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. চন্দন চিৰিং ফুকন ✉️ 04:02, 14 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]