সদস্য বাৰ্তা:Kandarpajit Kallol
বিষয় যোগ কৰক
![]() |
নমস্কাৰ, Kandarpajit Kallol
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
![]() |
নিয়ৰপৰশ (talk) 07:46, 8 মে' 2013 (UTC)
অক্লান্ত কৰ্মী পদক'
[সম্পাদনা কৰক]![]() |
অক্লান্ত কৰ্মী পদক | |
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। বিষ্ণু শইকীয়া⇒✉ 11:43, 5 নৱেম্বৰ 2014 (UTC) |
এই মাহৰ ৱিকিপিডিয়ান: মে' ২০২১
[সম্পাদনা কৰক]দুই শতাধিক প্ৰবন্ধ পদক
[সম্পাদনা কৰক]- দিব্য দত্ত (বাৰ্তা) 16:26, 1 December 2024 (ইউ.টি.চি.)
প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলন ২০২৫
[সম্পাদনা কৰক]সন্মানীয় কন্দৰ্পজিৎ কল্লোল, আপোনাক জনাবলৈ পাই আমি সুখী অনুভৱ কৰিছোঁ এয়ে যে, অসমীয়া ৱিকিমিডিয়া সমাজে CIS-A2kৰ সহযোগত ৫ জানুৱাৰী ২০২৫ তাৰিখ দেওবাৰে গুৱাহাটীত এখন এদিনীয়া সন্মিলন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। অসমীয়া ৱিকিত আপোনাৰ শেহতীয়া সক্ৰিয়তা তথা ৱিকি অৱদানৰ ওপৰত ভিত্তি কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনোৱা হ'ল। অনুগ্ৰহ কৰি ইয়াত সংলগ্ন গুগুল ফৰ্মখন অতিসোনকালেই পুৰাই আপোনাৰ উপস্থিতি সম্পৰ্কে জনাব বুলি আশা কৰিলোঁ। ৱিকিমিডিয়া সমাজ আৰু এই সন্মিলনীৰ আয়োজক সমিতিৰ হৈ -Nayan j Nath (বাৰ্তা) 08:03, 5 December 2024 (ইউ.টি.চি.)
- @Nayan j Nath ফৰ্মখন আজি খোল খোৱা নাই। কিবা বিকল্প উপায় আছে নেকি? ~ কন্দৰ্পজিৎ কল্লোল 16:47, 11 December 2024 (ইউ.টি.চি.)
- @Kandarpajit Kallol, আপোনাক আপোনাৰ টি-চাৰ্টৰ আকাৰ (S,M,L,XL,XXL), বৰ্তমানৰ ঠিকনা আৰু খাদ্যভ্যাস (আমিষ/নিৰামিষ) সম্পৰ্কত জনাই nathnayanj123@gmail.com বা ishanjbora2019@gmail.com লৈ মেইল কৰিবলৈ আনুৰোধ জনালোঁ। Nayan j Nath (বাৰ্তা) 04:19, 12 December 2024 (ইউ.টি.চি.)
পোখালি প্ৰবন্ধ
[সম্পাদনা কৰক]নমস্কাৰ! শেহতীয়াকৈ আপুনি তেনেই সামান্য তথ্য থকা বহুসংখ্যক পোখালি প্ৰবন্ধ সৃষ্টি কৰিছে। অনুগ্ৰহ কৰি অন্য নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ সলনি ইতিমধ্যে সৃষ্ট প্ৰবন্ধবোৰ অধিক তথ্যৰে উন্নত কৰাত সহায় কৰক। নহ'লে অসমীয়া ৱিকিপিডিয়াৰ সীমিত সক্ৰিয়তাৰে এই প্ৰবন্ধবোৰ পিছলৈ উন্নত কৰাটো প্ৰায়ে অসম্ভৱ হৈ পৰে। এনেদৰে ৰৈ গ'লে কিছু প্ৰবন্ধ ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী হোৱাৰো সম্ভাৱনা আছে। ধন্যবাদ! - Joli Rumi (বাৰ্তা) 14:03, 8 December 2024 (ইউ.টি.চি.)
- হ'ব বাৰু। কন্দৰ্পজিৎ কল্লোল 04:42, 9 December 2024 (ইউ.টি.চি.)
ৱিকিপিডিয়া এছিয়ান মাহ বিষয়ক
[সম্পাদনা কৰক]Dear Kallol,
Please provide me your what's up number.
Best regards
JyotiPN (বাৰ্তা) 16:43, 12 December 2024 (ইউ.টি.চি.)JyotiPN
- @JyotiPN My WhatsApp Number is 9101865414 ~ কন্দৰ্পজিৎ কল্লোল 16:56, 12 December 2024 (ইউ.টি.চি.)
এছিয়ান মাহৰ সহযোগী
[সম্পাদনা কৰক]![]() |
এছিয়ান মাহৰ সহযোগী | |
হে ৱিকিসতীৰ্থ,
শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
|
চাণক্য (বাৰ্তা) 13:19, 15 December 2024 (ইউ.টি.চি.)
Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey
[সম্পাদনা কৰক]Dear Community Members,
I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.
We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.
This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.
Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6
We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.
Deadline to Submit the Survey: 20 January 2025
Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.
Warm regards,
Biplab Anand
পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪ৰ ফলাফল
[সম্পাদনা কৰক]অসমীয়া ৱিকিপিডিয়াৰ 'পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪'-ত অংশ লৈ ভালেসংখ্যক গুৰুত্বপূৰ্ণ প্ৰবন্ধ সমৃদ্ধ কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। এই সম্পাদনা মেলাত অৱদানৰ ভিত্তিত দ্বিতীয় স্থান দখল কৰাৰ বাবে আপোনালৈ আন্তৰিক অভিনন্দন জনাইছোঁ! -Joli Rumi (বাৰ্তা) 14:41, 10 January 2025 (ইউ.টি.চি.)
- @Joli Rumi, ধন্যবাদ। ~ কন্দৰ্পজিৎ কল্লোল 15:06, 10 January 2025 (ইউ.টি.চি.)
Thank you for being a medical contributors!
[সম্পাদনা কৰক]![]() |
The 2024 Cure Award |
In 2024 you were one of the top medical editors in your language. Thank you from Wiki Project Med for helping bring free, complete, accurate, up-to-date health information to the public. We really appreciate you and the vital work you do!
Wiki Project Med Foundation is a thematic organization whose mission is to improve our health content. Consider joining for 2025, there are no associated costs. Additionally one of our primary efforts revolves around translating health content. We invite you to try our new workflow if you have not already. Our dashboard automatically collects statistics of your efforts and we are working on tools to automatically improve formating. |
Thanks again :-) -- Doc James along with the rest of the team at Wiki Project Med Foundation 06:24, 26 January 2025 (ইউ.টি.চি.)
নাৰীবাদ আৰু লোকগাথা ২০২৫ত অংশগ্ৰহণৰ বাবে ধন্যবাদ!
[সম্পাদনা কৰক]প্ৰিয় অৱদানকাৰী,
নাৰীবাদ আৰু লোকগাথা ২০২৫ৰ অংশ হোৱা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ! আপোনাৰ অবিশ্বাস্য অৱদানসমূহে অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু বিশ্বৰ চহকী সাংস্কৃতিক ঐতিহ্যসম্পৰ্কীয় তথ্য উপলভ্য হোৱাত সহায় কৰিছে।
📅 ইয়াৰ পিছত কি?
প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ দিনৰে পৰা অৰ্থাৎ ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা জুৰী প্ৰক্ৰিয়া ২০২৫ চনৰ এপ্ৰিল-মে'ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই সময়চোৱাত অনুগ্ৰহ কৰি আপোনাৰ ৱিকিমিডিয়াৰ আলোচনা পৃষ্ঠাত নজৰ ৰাখক লগতে আপোনাৰ ইমেইল জাননীসমূহ সক্ৰিয় কৰি ৰখা হৈছেনে নাই, সেই সম্পৰ্কে নজৰ ৰাখক যাতে আপুনি ফলাফল সম্পৰ্কীয় কোনো আপডেটৰ পৰা অজ্ঞাতে থাকিব লগীয়া নহয়।
📝 এতিয়া আমি আপোনাৰ পৰা কি বিচাৰিছোঁ, বা আপোনাৰ কৰণীয় কি!
আপোনাৰ অংশগ্ৰহণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি এইকথা অনুভৱ কৰোঁ, যিহেতু প্ৰতিযোগিতাৰ মানসিকতাৰে পৃষ্ঠাসমূহ সৃষ্টি কৰা হৈছে, গতিকে জ্ঞাতে-অজ্ঞাতে প্ৰবন্ধসমূহত যথেষ্ট সংখ্যক আসোঁৱাহ ৰৈ যোৱা চকুত পৰিছে। ইয়াৰোপৰি বহু প্ৰবন্ধ পোখালি হিচাপে ৰৈ গৈছে। এনে সমস্যাসমূহ সমাধান নকৰিলে প্ৰকল্পটোৰ মান নিম্নগামী হোৱাৰ দৰে হয়। গতিকে নতুনকৈ অন্য কোনো প্ৰবন্ধ সৃষ্টিৰ পূৰ্বে পাৰিলে প্ৰতিযোগিতাৰ বাবে সৃষ্টিকৰা পৃষ্ঠাসমূহ উন্নত কৰাত মনোযোগ দিয়ে যেন। আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি এপ্ৰিলৰ মাজভাগৰ ভিতৰত আপোনাৰ চিন্তা, পৰামৰ্শ আৰু প্ৰতিযোগিতাৰ সময়ত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বান সম্পৰ্কত মতামত সংগ্ৰহ কৰিবলৈ এখন প্ৰ-পত্ৰ প্ৰেৰণ কৰিম৷ আপোনাৰ মূল্যবান মতামতে আমাক পৰৱৰ্তী সংস্কৰণটোক আৰু অধিক উন্নত আৰু ৱিকিসুলভ কৰিবলৈ সহায় কৰিব!
আকৌ এবাৰ নাৰীবাদ আৰু লোকগাথা আৰু পৰম্পৰাৰ এই বিশ্বব্যাপী উদযাপনৰ অংশ হোৱাৰ বাবে ধন্যবাদ।
ধন্যবাদেৰে, Nayan j Nath (বাৰ্তা) 12:11, 1 April 2025 (ইউ.টি.চি.) সমন্বয়ক নাৰীবাদ আৰু লোকগাথা ২০২৫
- ধন্যবাদ। পোখালি হিচাপে থকা প্ৰবন্ধ বিলাক বিস্তাৰ কৰিম বাৰু। (অৱশ্যে কিছুমান প্ৰবন্ধক পোখালি হিচাবে ৰখা হৈছে যদিও, সেইবিলাক প্ৰবন্ধ আন ভাষাতো বিস্তাৰিত ৰূপত নাই।) ...... কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 19:23, 2 April 2025 (ইউ.টি.চি.)
নতুন সদস্যৰ সৈতে সম্পাদ্বনা দ্বন্দ্ব
[সম্পাদনা কৰক]মৰমৰ কন্দৰ্পজিৎ,
অসমীয়া ৱিকিপৰিয়ালে যোৱা ৮ মাৰ্চ তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত এখনি দিনজোৰা কৰ্মশালাৰ আয়োজন কৰিছিল। ইয়াৰ পিছতে এই বিভাগৰ অধ্যাপক তথা ৱিকি পৰিয়ালৰ শুভাকাংক্ষী জ্যোতিস্মান দাসে ছাত্ৰ-ছাত্ৰীসকলক ৱিকিত সক্ৰিয় কৰাৰ লক্ষ্যৰে, নিজে অসমীয়া ৱিকিপিডিয়াৰ কাম-কাজ শিকাই দি তেওঁলোকক অসমীয়া ৱিকি পৰিয়ালৰ সেচ্ছাসেৱক ৰূপে কাম কৰিবলৈ উদগনি দিয়ে। ফলশ্ৰুতিত, শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী ন-শিকাৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয়তা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে ভালেখিনি প্ৰৱন্ধ যোগ দিয়াত সফল হৈছে। কিছু কিছু প্ৰৱন্ধত কিছু দোষ-ক্ৰুটি ৰৈ গৈছে যদিও তাৰে মাজত কেইবাটিও ভাল প্ৰৱন্ধ ৱিকিত পৰিলক্ষিত হৈছে। আমি দেখি অতি আনন্দিত হৈছোঁ যে, আপুনি যথাসাধ্যে তেওঁলোকক সহযোগ আগবঢ়াবলৈ চেষ্টা কৰিছে আৰু প্ৰৱন্ধ লেখাত হোৱা সৰু-সুৰা ভুলখিনি শুধৰাই গৈছে।
কিন্তু লগে লগে শুধৰাই দিয়াৰ বাবে তেওঁলোক বাৰে বাৰে সম্পাদ্বনা দ্বন্দ্বৰ সন্মুখীন হৈছে আৰু ন-শিকাৰু ৰূপে এই লৈ স্বাভাৱিকতে বিবুদ্ধিত পৰিছে। এনেক্ষেত্ৰত কি কৰিলেনো তেওঁলোকে কাম কৰিবলৈ উৎসাহিত হৈ থাকিব, এই কথাটো আপুনি মন কৰিবচোনো! এগৰাকী প্ৰবীণ আৰু অভিজ্ঞ ৱিকিমিডিয়ান হিচাপে আপুনি পৰিপক্ক আৰু আন্তৰিক সিদ্ধান্তই লব বুলি মই জানো। মই মাত্ৰ এই বাৰ্তাৰ জৰিয়তে তেওঁলোকৰ সমস্যাটো আপোনাক অৱগত কৰিলোঁ।
আন্তৰিকতাৰে;
JyotiPN (বাৰ্তা) 11:17, 9 May 2025 (ইউ.টি.চি.)JyotiPN
Feminism and Folklore 2025 - Local prize winners
[সম্পাদনা কৰক]
অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক
Dear Wikimedian,
Congratulations on your outstanding achievement in winning a local prize in the Feminism and Folklore 2025 writing competition! We truly appreciate your dedication and the valuable contribution you’ve made in documenting local folk culture and highlighting women’s representation on your local Wikipedia.
To claim your prize, please complete the prize form by July 5th, 2025. Kindly note that after this date, the form will be closed and submissions will no longer be accepted.
Please also note that all prizes will be awarded in the form of Tremendous Vouchers only.
If you have any questions or need assistance, feel free to contact us via your talk page or email. We're happy to help.
Warm regards,
--MediaWiki message delivery (বাৰ্তা) 10:20, 21 June 2025 (ইউ.টি.চি.)
Feminism and Folklore 2025 - International prize winners
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

🎉 Congratulations! 🎉
We’re absolutely thrilled to announce that you are one amongst the grand champion of the Feminism and Folklore 2025 writing competition, winning the coveted International prize! Your outstanding achievement deserves a standing ovation and endless celebration! 🌟
Your passion, dedication, and incredible effort in bringing local folk culture and the voices of women to life on Wikipedia have truly blown us away. You’ve made a remarkable impact, and we couldn’t be more grateful for your contribution.
Now, to make sure you receive your well-deserved prize (and make it extra special for you!), please fill out the preferences form before July 10, 2025. This will help us customize your prize and ensure it’s a perfect fit. 👉 Click here to fill out the form!
If you have any questions or need help with anything at all, don’t hesitate to reach out! You can contact us via the talkpage or email — we’re always here for you and happy to help.
Once again, a huge congratulations on this incredible victory! We’re so proud to celebrate you and can’t wait to hear from you soon.
✨ Best wishes and endless cheers! ✨