ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ ২০১৫
নিয়মাৱলী
- আপোনাৰ প্ৰবন্ধ ১ নবেম্বৰ, ২০১৫ ০:০০ আৰু ৩০ নবেম্বৰ, ২০১৫ ২৩:৫৯ (ইউ টি চি)ৰ ভিতৰত সৃষ্টি কৰা হ'ব লাগিব (বি. দ্ৰ. পোখালী বহলালে নহ'ব)।
- প্ৰবন্ধটোৰ দৈৰ্ঘ্য কমেও ৩,৫০০ বাইট আৰু কমেও ৩০০টা শব্দৰ হ'ব লাগিব।
- প্ৰবন্ধবোৰে প্ৰবন্ধৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ পূৰণ কৰিব লাগিব।
- প্ৰবন্ধৰ নিৰ্ভৰযোগ্য তথ্যসূত্ৰ থকা উচিত; সন্দেহজনক বা বিবাদমান উক্তিবোৰ প্ৰবন্ধৰ তথ্যসূত্ৰৰ তালিকাৰ জৰিয়তে পৰীক্ষণ কৰিব পৰা হোৱা উচিত।
- প্ৰবন্ধটো সম্পূৰ্ণ যান্ত্ৰিক অনুবাদ হ'ব নালাগিব আৰু নিৰ্দিষ্ট ভাষা শৈলী থাকিব লাগিব।
- প্ৰবন্ধটোত কোনো ধৰণৰ বিবাদ (টেগ) থাকিব নালাগিব।
- প্ৰবন্ধটো যিকোনো তালিকা হলে নহ'ব।
- প্ৰবন্ধৰ বিষয় যিকোনো এছিয়াৰ দেশ বা অঞ্চল হ'ব পাৰে।
- টোকা: অৱশেষত, প্ৰবন্ধটো গ্ৰহণযোগ্য হয়নে নহয় সেইটো স্থানীয় ৱিকিপিডিয়াৰ মানৱ বিচাৰক(সকল)ৰ দ্বাৰা নিৰ্ণয় কৰা হ'ব।
আয়োজকসকল
অংশগ্ৰহণকাৰী সকল
永続繁栄 (আলোচনা • বৰঙণি • পৰ্যালোচনা):
দিব্য দত্ত (আলোচনা • বৰঙণি • পৰ্যালোচনা): ইৰাক, বাগদাদ, বেইজিং, বেংকক, হংকং, ইৰাণ, ইজৰাইল, টকিঅ', ডুবাই, মক্কা ভিয়েটনাম, জাকাৰ্টা, তুৰস্ক, ছিউল
Joli (আলোচনা • বৰঙণি • পৰ্যালোচনা):জেৰুজালেম, প্ৰীতি বৰুৱা কৰাচী
Ram Kinkor Mahanta (আলোচনা • বৰঙণি • পৰ্যালোচনা):
Bidyut13 (আলোচনা • বৰঙণি • পৰ্যালোচনা):
Manjil Konwar (আলোচনা • বৰঙণি • পৰ্যালোচনা):
অজয় দাস (আলোচনা • বৰঙণি • পৰ্যালোচনা): ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, ছিংগাপুৰ, ছল্ট ব্ৰুক একাডেমী, কাঠমাণ্ডু, ৰিয়াধ, লাউচ, জন বেৰী হোৱাইট ইষ্টানবুল, মাকাও, কাজাখাস্তান, বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, ডিব্ৰুগড় ৰেল ষ্টেচন, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়
Anshuman.jrt (আলোচনা • বৰঙণি • পৰ্যালোচনা): কল্পনা পাটোৱাৰী, ৰঞ্জি ট্ৰফী, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম
আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়
ৱিকিপিডিয়া
- অসমীয়া ৱিকিপিডিয়া
- ভাস্কিৰ ৱিকিপিডিয়া
- বাংলা ৱিকিপিডিয়া
- মধ্য বিকল ৱিকিপিডিয়া
- চীনা ৱিকিপিডিয়া
- ইংৰাজী ৱিকিপিডিয়া
- Spanish Wikipedia
- গুজৰাটী ৱিকিপিডিয়া
- হিন্দী ৱিকিপিডিয়া
- ইণ্ডোনেছিয়ান ৱিকিপিডিয়া
- জাপানী ৱিকিপিডিয়া
- কানাড়া ৱিকিপিডিয়া
- কোৰিয়ান ৱিকিপিডিয়া
- লাডিন' ৱিকিপিডিয়া
- Latvian Wikipedia
- মালায়ালাম ৱিকিপিডিয়া
- মাৰাঠী ৱিকিপিডিয়া
- উড়িয়া ৱিকিপিডিয়া
- পঞ্জাৱী ৱিকিপিডিয়া
- ৰিংক'নাডা বিকল ৱিকিপিডিয়া
- ৰাছিয়ান ৱিকিৰিডিয়া
- Sakha Wikipedia
- Sindhi Wikipedia
- সিংহলা ৱিকিপিডিয়া
- টেলেগু ৱিকিপিডিয়া
- তামিল ৱিকিপিডিয়া
- থাই ৱিকিপিডিয়া
- ইউক্ৰাৰিয়ান ৱিকিপিডিয়া
- উৰ্দু ৱিকিপিডিয়া