সদস্য বাৰ্তা:永続繁栄

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া এছিয়ান মাহৰ অন্তিম সপ্তাহ[সম্পাদনা কৰক]

নমস্কাৰ!

ৱিকিপিডিয়া এছিয়ান মাহত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক ৱিকিপিডিয়ানৰ মাজৰ এজন অংশগ্ৰহণকাৰী হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ বহু ৱিকিপিডিয়ানে এই সম্পাদনা মেলাত অতি উৎকৃষ্ট কাম কৰিছে আৰু বহুসংখ্যকে এতিয়াও এই অভিযান সফল কৰি তোলাৰ চেষ্টা কৰি আছে। ইয়াত আপোনাৰ জ্ঞাতাৰ্থে কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে:

  1. যদি আপুনি ৱিকিপিডিয়া এছীয় দূত সন্মান লাভ কৰিব বিচাৰিছে, তেন্তে সকলো অংশগ্ৰহণকাৰীৰ অগ্ৰগতি চাবলৈ ক্ৰিয়াকলাপ পৃষ্ঠা নিৰীক্ষণ কৰিব পাৰে।
  2. যিহেতু এই কাৰ্যসূচী অন্ত পৰিবলৈ মাত্ৰ আৰু এসপ্তাহহে বাকী আছে, গতিকে অহা ৩ ডিচেম্বৰ, ২০১৫ (ইউটিচি)ৰ ভিতৰত আপোনাৰ বৰঙণি জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কেৱল নৱেম্বৰ মাহত কৰা সম্পাদনাবোৰহে বিবেচনা কৰা হ'ব।
  3. যদি আপুনি পাঁচটা প্ৰৱন্ধ জমা কৰিলে যদিও, কিবা সুক্ষ্ম কাৰণত (মাত্ৰ কেইটামান শব্দৰ বাবে ৩০০ টা শব্দৰ সীমা পাৰ কৰিব নোৱাৰিলে বা অগুৰুত্বপূৰ্ণ সমস্যাৰ টেগ আছে) ইয়াৰে এটা যোগ্য বিবেচিত হোৱা নাই, চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালৈও প'ষ্টকাৰ্ড প্ৰেৰণ কৰা হ'ব।
  4. যদি আপুনি এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে, তথাপি আপোনাক এজন অংশগ্ৰহণকাৰী হিচাপে পায় আমি আনন্দিত হৈছোঁ আৰু এছিয়া বিষয়ক প্ৰৱন্ধসমূহ উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰা বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ!

এই সংক্ৰান্তত কিবা প্ৰশ্ন আছে যদি অনুগ্ৰহ কৰি যোগাযোগ কৰক। --দিব্য দত্ত

Rio Olympics Edit-a-thon[সম্পাদনা কৰক]

Dear Friends & Wikipedians, Celebrate the world's biggest sporting festival on Wikipedia. The Rio Olympics Edit-a-thon aims to pay tribute to Indian athletes and sportsperson who represent India at Olympics. Please find more details here. The Athlete who represent their country at Olympics, often fail to attain their due recognition. They bring glory to the nation. Let's write articles on them, as a mark of tribute.

For every 20 articles created collectively, a tree will be planted. Similarly, when an editor completes 20 articles, a book will be awarded to him/her. Check the main page for more details. Thank you. Abhinav619 (sent using MediaWiki message delivery (talk) 16:54, 16 August 2016 (ইউ.টি.চি.), subscribe/unsubscribe)[উত্তৰ দিয়ক]