ৱিকিপিডিয়া:Edit-a-thonTopic

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া এছিয়ান মাহ ২০১৬ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহ জুৰি অনুষ্ঠিতব্য এটি অনলাইন এডিট-এ-থন বিশেষ, যাৰ মাধ্যমত এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি পাব। এই সম্পাদনা মেলাত লিখিব পৰা প্ৰৱন্ধৰ এখন উদাহৰণ তালিকা তলত দিয়া হৈছে। এই তালিকাত ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমূহৰ সম্ভাব্য তালিকাত থকা এছিয়াৰ দেশ আৰু অন্যান্য অঞ্চলৰ নামো অন্তৰ্ভূক্ত কৰা হৈছে।

ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমূহৰ সম্ভাব্য তালিকা[সম্পাদনা কৰক]

  1. Dhaka =ঢাকা
  2. Tehran =তেহৰাণ
  3. Damascus =ডামাস্কাছ

এছিয়াৰ অন্যান্য দেশ আৰু অঞ্চলসমূহ[সম্পাদনা কৰক]

  1. Azerbaijan = আজেৰবাইজান
  2. Brunei = ব্ৰুণেই
  3. Cambodia = কম্বোডিয়া
  4. Georgia = জৰ্জিয়া
  5. North Korea = উত্তৰ কোৰিয়া
  6. Kuwait = কুৱেইট
  7. Kyrgyzstan =কিৰগিজস্তান
  8. Lebanese Republic = লেবানিজ ৰিপাব্লিক
  9. Malaysia = মালয়েছিয়া
  10. Oman = ওমান
  11. Syria = ছিৰিয়া
  12. Tajikistan = তাজিকিস্তান
  13. Timor-Leste = টিম'ৰ-লিষ্ট
  14. Turkmenistan = তুৰ্কমেনিস্তান
  15. Uzbekistan = উজবেকিস্তান
  16. Yemen = য়েমেন