সদস্য বাৰ্তা:Bidyut13

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

-জলি বৰা (talk) 18:49, 29 জুন 2015 (UTC)

তথ্যসূত্ৰ আৰু বিৰাম চিহ্ন[সম্পাদনা কৰক]

ৱিকিপিডিয়াত আপোনাৰ কাম-কাজ দেখি আনন্দিত হৈছো। আন ভাষাৰ পৰা অনুবাদ কৰা প্ৰৱন্ধসমূহত তথ্যসূত্ৰসমূহ দিওঁতে মূল প্ৰৱন্ধটোত থকাৰ দৰে হুবহু কপি কৰি দিব। লগতে বিৰাম চিহ্ন যেনে দাৰি আৰু বাক্যটোৰ মাজত খালী ঠাই নাৰাখিব। নহ'লে বেয়া দেখায়। শুভেচ্ছা থাকিল।--চন্দন চিৰিং ফুকন (talk) 15:06, 18 September 2015 (UTC)

বিশেষ পুৰস্কাৰ[সম্পাদনা কৰক]

SpecialBarnstar.png বিশেষ বঁটা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ শেহতীয়া বৰঙনিৰ বাবে এই উপহাৰ প্ৰদান কৰা হ'ল। আশাকৰোঁ এই উৎসাহ যাতে অক্ষুণ্ণ থাকে। - দিব্য দত্ত (talk) 19:07, 30 September 2015 (UTC)

জীৱনীকাৰ পদক[সম্পাদনা কৰক]

Biographystar.png জীৱনীকাৰ পদক
চাৰ্লছ ডাৰউইন, ইবন বটুতা, মাৰ্ক’ প’ল’, ভাস্কো দা গামা , ক্ৰিষ্টোফাৰ কলম্বাছ আদি উচ্চমান বিশিষ্ট জীৱনীমূলক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবাঢ়ালো৷ আগলৈও আপুনি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷জলি বৰা (talk) 23:05, 29 October 2015 (ইউ.টি.চি.)

ৱিকিপিডিয়া এছিয়ান মাহৰ অন্তিম সপ্তাহ[সম্পাদনা কৰক]

নমস্কাৰ!

ৱিকিপিডিয়া এছিয়ান মাহত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক ৱিকিপিডিয়ানৰ মাজৰ এজন অংশগ্ৰহণকাৰী হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ বহু ৱিকিপিডিয়ানে এই সম্পাদনা মেলাত অতি উৎকৃষ্ট কাম কৰিছে আৰু বহুসংখ্যকে এতিয়াও এই অভিযান সফল কৰি তোলাৰ চেষ্টা কৰি আছে। ইয়াত আপোনাৰ জ্ঞাতাৰ্থে কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে:

  1. যদি আপুনি ৱিকিপিডিয়া এছীয় দূত সন্মান লাভ কৰিব বিচাৰিছে, তেন্তে সকলো অংশগ্ৰহণকাৰীৰ অগ্ৰগতি চাবলৈ ক্ৰিয়াকলাপ পৃষ্ঠা নিৰীক্ষণ কৰিব পাৰে।
  2. যিহেতু এই কাৰ্যসূচী অন্ত পৰিবলৈ মাত্ৰ আৰু এসপ্তাহহে বাকী আছে, গতিকে অহা ৩ ডিচেম্বৰ, ২০১৫ (ইউটিচি)ৰ ভিতৰত আপোনাৰ বৰঙণি জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কেৱল নৱেম্বৰ মাহত কৰা সম্পাদনাবোৰহে বিবেচনা কৰা হ'ব।
  3. যদি আপুনি পাঁচটা প্ৰৱন্ধ জমা কৰিলে যদিও, কিবা সুক্ষ্ম কাৰণত (মাত্ৰ কেইটামান শব্দৰ বাবে ৩০০ টা শব্দৰ সীমা পাৰ কৰিব নোৱাৰিলে বা অগুৰুত্বপূৰ্ণ সমস্যাৰ টেগ আছে) ইয়াৰে এটা যোগ্য বিবেচিত হোৱা নাই, চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালৈও প'ষ্টকাৰ্ড প্ৰেৰণ কৰা হ'ব।
  4. যদি আপুনি এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে, তথাপি আপোনাক এজন অংশগ্ৰহণকাৰী হিচাপে পায় আমি আনন্দিত হৈছোঁ আৰু এছিয়া বিষয়ক প্ৰৱন্ধসমূহ উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰা বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ!

এই সংক্ৰান্তত কিবা প্ৰশ্ন আছে যদি অনুগ্ৰহ কৰি যোগাযোগ কৰক। --দিব্য দত্ত

Rio Olympics Edit-a-thon[সম্পাদনা কৰক]

Dear Friends & Wikipedians, Celebrate the world's biggest sporting festival on Wikipedia. The Rio Olympics Edit-a-thon aims to pay tribute to Indian athletes and sportsperson who represent India at Olympics. Please find more details here. The Athlete who represent their country at Olympics, often fail to attain their due recognition. They bring glory to the nation. Let's write articles on them, as a mark of tribute.

For every 20 articles created collectively, a tree will be planted. Similarly, when an editor completes 20 articles, a book will be awarded to him/her. Check the main page for more details. Thank you. Abhinav619 (sent using MediaWiki message delivery (talk) 16:54, 16 August 2016 (ইউ.টি.চি.), subscribe/unsubscribe)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ বৰঙণিৰ বাবে ধন্যবাদ! অনুগ্ৰহ কৰি দাৰি দিওঁতে পাইপৰ (|)ৰ সলনি শুদ্ধ চুটি দাৰি (।) ব্যৱহাৰ কৰিব। লগতে সোঁফালে ওপৰত "পছন্দসমূহ"লৈ গৈ গেজেট অংশত Prove it সঁজুলি সক্ৰিয় কৰি ল'ব। তেতিয়া ৰেফাৰেন্স দিবলৈ একেবাৰে উজু হয়। "বড়ো ৰোমান লিপি আন্দোলন" প্ৰবন্ধত দিয়াৰ নিচিনা ব্লগৰ ৰেফাৰেন্স ৱিকিপিডিয়াত গ্ৰহণযোগ্য নহয়। — গীতাৰ্থ বৰদলৈ (talk) 13:35, 3 February 2019 (ইউ.টি.চি.)

“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

Wiki Loves Women Logo (as).png

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)

Article Submission[সম্পাদনা কৰক]

ৱিকি লাভ্‌ছ ৱুমেন ২০১৯” সম্পাদনা মাৰাথনৰ বাবে আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ অনুগ্ৰহ কৰি ইয়াত জমা কৰক। – ViśvakoṣaSampādaka (talk) 08:38, 14 February 2019 (ইউ.টি.চি.)

পদক[সম্পাদনা কৰক]

Team Barnstar Hires.png The Teamwork Barnstar
লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত তোমাৰ অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই বঁটা আগবঢ়ালো৷ আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিডিয়াত কাম কৰি যাাবা বুলি আশা ৰাখিছোঁ৷-- জলি বৰা (talk) 12:54, 31 March 2019 (ইউ.টি.চি.)