সমললৈ যাওক

সদস্য বাৰ্তা:দিম্পল দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 1 মাহ পূৰ্বে by MediaWiki message delivery in topic ৱিকি মিট

Ani ttbr (talk) 01:23, 28 আগষ্ট 2012 (UTC)

প্ৰতিভাবান নবাগত লেখক পদক

[সম্পাদনা কৰক]
প্ৰতিভাবান নবাগত লেখক পদক
একাধিক নতুন প্ৰবন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ আপুনি যি অৱদান আগবঢ়াইছে, তাৰ স্বীকৃতি স্বৰূপে আপোনালৈ এই সামান্য পদক আগবঢ়োৱা হ'ল। আশা কৰোঁ, অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিবলৈ আপুনি নিৰন্তৰ সেৱা আগবঢ়াই যাব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিপিডিয়া সমাজ

Joli Rumi (বাৰ্তা) 12:24, 27 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ 🙏 দিম্পল দাস (বাৰ্তা) 12:29, 27 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey

[সম্পাদনা কৰক]

Dear Community Members,

I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.

We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.

This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.

Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6

We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.

Deadline to Submit the Survey: 20 January 2025

Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.

Warm regards,
Biplab Anand

ৱিকি শতক পদক

[সম্পাদনা কৰক]
ৱিকি শতক পদক
হে ৱিকিসতীৰ্থ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক-অসমীয়া ৱিকিমিডিয়া সমাজ

-দিব্য দত্ত (বাৰ্তা) 08:14, 2 March 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

নাৰীবাদ আৰু লোকগাথা ২০২৫ত অংশগ্ৰহণৰ বাবে ধন্যবাদ!

[সম্পাদনা কৰক]

প্ৰিয় অৱদানকাৰী,

নাৰীবাদ আৰু লোকগাথা ২০২৫ৰ অংশ হোৱা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ! আপোনাৰ অবিশ্বাস্য অৱদানসমূহে অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু বিশ্বৰ চহকী সাংস্কৃতিক ঐতিহ্যসম্পৰ্কীয় তথ্য উপলভ্য হোৱাত সহায় কৰিছে।

📅 ইয়াৰ পিছত কি?

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ দিনৰে পৰা অৰ্থাৎ ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা জুৰী প্ৰক্ৰিয়া ২০২৫ চনৰ এপ্ৰিল-মে'ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই সময়চোৱাত অনুগ্ৰহ কৰি আপোনাৰ ৱিকিমিডিয়াৰ আলোচনা পৃষ্ঠাত নজৰ ৰাখক লগতে আপোনাৰ ইমেইল জাননীসমূহ সক্ৰিয় কৰি ৰখা হৈছেনে নাই, সেই সম্পৰ্কে নজৰ ৰাখক যাতে আপুনি ফলাফল সম্পৰ্কীয় কোনো আপডেটৰ পৰা অজ্ঞাতে থাকিব লগীয়া নহয়।

📝 এতিয়া আমি আপোনাৰ পৰা কি বিচাৰিছোঁ, বা আপোনাৰ কৰণীয় কি!

আপোনাৰ অংশগ্ৰহণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি এইকথা অনুভৱ কৰোঁ, যিহেতু প্ৰতিযোগিতাৰ মানসিকতাৰে পৃষ্ঠাসমূহ সৃষ্টি কৰা হৈছে, গতিকে জ্ঞাতে-অজ্ঞাতে প্ৰবন্ধসমূহত যথেষ্ট সংখ্যক আসোঁৱাহ ৰৈ যোৱা চকুত পৰিছে। ইয়াৰোপৰি বহু প্ৰবন্ধ পোখালি হিচাপে ৰৈ গৈছে। এনে সমস্যাসমূহ সমাধান নকৰিলে প্ৰকল্পটোৰ মান নিম্নগামী হোৱাৰ দৰে হয়। গতিকে নতুনকৈ অন্য কোনো প্ৰবন্ধ সৃষ্টিৰ পূৰ্বে পাৰিলে প্ৰতিযোগিতাৰ বাবে সৃষ্টিকৰা পৃষ্ঠাসমূহ উন্নত কৰাত মনোযোগ দিয়ে যেন। আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমি এপ্ৰিলৰ মাজভাগৰ ভিতৰত আপোনাৰ চিন্তা, পৰামৰ্শ আৰু প্ৰতিযোগিতাৰ সময়ত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বান সম্পৰ্কত মতামত সংগ্ৰহ কৰিবলৈ এখন প্ৰ-পত্ৰ প্ৰেৰণ কৰিম৷ আপোনাৰ মূল্যবান মতামতে আমাক পৰৱৰ্তী সংস্কৰণটোক আৰু অধিক উন্নত আৰু ৱিকিসুলভ কৰিবলৈ সহায় কৰিব!

আকৌ এবাৰ নাৰীবাদ আৰু লোকগাথা আৰু পৰম্পৰাৰ এই বিশ্বব্যাপী উদযাপনৰ অংশ হোৱাৰ বাবে ধন্যবাদ।

ধন্যবাদেৰে, Nayan j Nath (বাৰ্তা) 12:16, 1 April 2025 (ইউ.টি.চি.) সমন্বয়ক নাৰীবাদ আৰু লোকগাথা ২০২৫উত্তৰ দিয়ক

বিশিষ্ট লেখক পদক

[সম্পাদনা কৰক]
বিশিষ্ট লেখক পদক।
ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -Nayan j Nath (বাৰ্তা) 16:30, 28 June 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

এছিয়ান মাহ এডিটাথন ২০২৫

[সম্পাদনা কৰক]

এছিয়ান মাহ এডিটাথনৰ বাবে আপুনি সৃষ্টি কৰা প্ৰবন্ধকেইটা অনুগ্ৰহ কৰি ফাউণ্টেইন টুলত (লিংক) জমা কৰিব। মূল পৃষ্ঠাত এছিয়ান মাহৰ শ্ৰেণীটো সংযোগ নকৰিলেও হ'ব। ধন্যবাদ। -chanakyakdas (বাৰ্তা) 07:10, 16 November 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ।
প্ৰবন্ধকেইটা লিখিহে আছোঁ, লিখা সম্পূৰ্ণ হোৱা নাই বাবে এতিয়ালৈকে ফাউণ্টেইন টুলত জমা দিয়া নাই। দিম্পল দাস (বাৰ্তা) 07:15, 16 November 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা

[সম্পাদনা কৰক]

অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলাৰ বিচাৰক তথা সম্পাদনা মেলাত অংশগ্ৰহণ কৰা অৱদানকাৰীসকলক মান পত্ৰ প্ৰদান কৰাৰ বাবে তথ্য সংগ্ৰহ কৰা হৈছে৷ অনুগ্ৰহ কৰি সকলো অংশগ্ৰহণকাৰীয়ে এই প্ৰ-পত্ৰখন পূৰ কৰি সহযোগিতা আগবঢ়াই যেন৷ ধন্যবাদ! দিব্য দত্ত (বাৰ্তা) 10:56, 20 November 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

তিনি শতাধিক প্ৰবন্ধ পদক

[সম্পাদনা কৰক]
তিনি শতাধিক প্ৰবন্ধ পদক
হে ৱিকিসতীৰ্থ, তিনি শতাধিক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক। -অসমীয়া ৱিকিমিডিয়া সমাজ

দিব্য দত্ত (বাৰ্তা) 15:59, 30 November 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

এডিটাথন তেজীঘোঁৰা

[সম্পাদনা কৰক]
এডিটাথনৰ তেজীঘোঁৰা
হে ৱিকিসতীৰ্থ,
চলিত/সদ্যসমাপ্ত অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৫ আৰু ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ত আপুনি সৃষ্টি কৰা অমূল্য প্ৰবন্ধসমূহৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ

পদক

[সম্পাদনা কৰক]
তৃতীয় স্থান

অভিনন্দন!
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ প্ৰবন্ধ লিখন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ তৃতীয় স্থান অধিকাৰ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই পদকটি যাচিলোঁ। ---chanakyakdas (বাৰ্তা) 16:16, 17 December 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

Last Few Days: WikiConference India 2026 Scholarship Applications

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear Wikimedian,

We're happy to share that scholarship applications for WikiConference India 2026 are currently open and the deadline is just around the corner.

WikiConference India 2026 is the fourth edition of the national-level conference that brings together Wikimedians and stakeholders engaged in Indic-language Wikimedia projects and the broader open knowledge movement across India and South Asia. The conference will take place in Kochi, Kerala, from 4–6 September 2026.

  • Scholarship deadline: 15 April 2026, 11:59 PM IST

With only a few days left, we warmly encourage you to apply if you haven’t already and kindly request you to share this with your community and encourage others to apply.

For more information and regular updates, we encourage you to visit the conference Meta page.

Warm regards,
on behalf of the WikiConference India 2026 Organising Team

This message was sent with MediaWiki message delivery (বাৰ্তা) on 18:30, 11 April 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

এছিয়ান মাহ দ্বিতীয় পৰ্যায়, ২০২৬

[সম্পাদনা কৰক]

@দিম্পল দাস, এছিয়ান মাহ দ্বিতীয় পৰ্যায়, ২০২৬ত অংশগ্ৰহণ কৰি আপুনি আগবঢ়োৱা বৰঙণিৰ বাবে আপোনালৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। — কন্দৰ্পজিৎ কল্লোল (বাৰ্তা) 14:34, 17 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

Wikipedia Asian Month 2025 Barnstar

[সম্পাদনা কৰক]

Betty2407 (talk) 08:38, 6 June 2026 (UTC) on behalf of Wikipedia Asian Month User Group

Thank you for being a part of Feminism and Folklore 2026

[সম্পাদনা কৰক]

Dear দিম্পল দাস,

Your contributions helped make this year's Feminism and Folklore campaign a great success, and we are truly grateful for your time, knowledge, and dedication to documenting women's stories and folklore on Wikimedia projects.

As we reflect on this year's campaign and prepare for the next edition, we'd love to hear about your experience. Please take a few minutes to fill out our feedback form and share your thoughts and suggestions.

As a token of our appreciation, everyone who completes the form will receive a special digital postcard! in their email. This year marks 25 years of Wikipedia, and the postcard has been created to celebrate this milestone and to recognize the incredible efforts of participants like you who continue to enrich free knowledge for the world.

Form Link - here

Please complete the feedback form by 25 June 2026.

Thank you once again for making Feminism and Folklore 2026 a success. We hope to see you again in future campaigns!

Best regards,

Feminism and Folklore international Team.

--MediaWiki message delivery (বাৰ্তা) 14:31, 18 June 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

Happy Mid-Autumn Festival!

[সম্পাদনা কৰক]

Dear দিম্পল দাস,

On this Mid-Autumn Festival,
thank you for keeping history's hidden gems alive.
May the full moon bring us together—
though miles apart, beneath its light tonight!

With best wishes,
CCHE Host Team

Dear দিম্পল দাস,
May the full moon bring us together—
though miles apart, beneath its light tonight!
With best wishes,
CCHE Host Team

—FradonStar (বাৰ্তা) 12:32, 25 September 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৱিকি মিট

[সম্পাদনা কৰক]

প্ৰিয় ৱিকি সতীৰ্থ!

যোৱা কেইটামান মাহ ধৰি অসমীয়া ৱিকিমিডিয়া সমাজৰ মাহেকীয়া ৱিকি মীটখন নিয়মীয়াকৈ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। সেয়েহে, চলিত অক্টোবৰ মাহৰ পৰা পুনৰ এই ৱিকি মীট আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।

প্ৰতিমাহৰ প্ৰথম সপ্তাহত দেওবাৰে (দিনটো পৰিস্থিতি অনুসৰি সলনি হ’ব পাৰে), সন্ধিয়া ৭:৩০ বজাৰ পৰা ৯ বজালৈ এই মীট অনুষ্ঠিত কৰা হ’ব।

০৪/১০/২৬ তাৰিখ দেওবাৰে অক্টোবৰ মাহৰ প্ৰথমখন ৱিকিমিটত আপোনালোক সকলোকে লগ পোৱাৰ অপেক্ষাত থাকিলোঁ। মিটিৰ লিংকঃ https://meet.google.com/sid-xwwn-vqf

কাৰ্যসূচীঃ
  • ৭:৩০ সম্ভাষণ আৰু পৰিচালনা: অজয় দাস
  • ৭:৪৫ নতুন সদস্যৰ পৰিচয় পৰ্ব
  • ৭:৫০ অসমীয়া ৱিকিৰ আপডে’ট আৰু ৱিকিপত্ৰিকা: নয়ন জ্যোতি নাথ
  • ৮:০০ ৱিকি কনফাৰেঞ্চ ইণ্ডিয়া ২০২৬ত অংশগ্ৰহণৰ অভিজ্ঞতা বৰ্ণনা: অজয় দাস/জ্যোতি চিৰিং
  • ৮:১০ ৱিকি কনফাৰেঞ্চ নৰ্থ আমেৰিকাত অংশগ্ৰহণৰ অভিজ্ঞতা বৰ্ণনা: গীতাশ্ৰী গগৈ আপ্তে/জলি ৰুমী বৰা
  • ৮:২০ কুইয়াৰিং ৱিকি, এক্সটেণ্ডেট ৰাইট কনফাৰেঞ্চত অংশগ্ৰহণৰ আপডে’ট, ৱিকিমেনিয়াৰ জলপানি, অসমীয়া ৱিকি সমাজৰ ভৱিষ্যত পৰিকল্পনা আৰু সদস্যৰ মনৰ কথা।
  • ৮:৩০ - ৯ ৱিকিপাঠ: দিব্য দত্ত

-MediaWiki message delivery (বাৰ্তা) 20:24, 3 October 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

মহাত্মা গান্ধী এডিটাথন, ২০২৬

[সম্পাদনা কৰক]
কৃতজ্ঞতাৰ চিন: বাৰ্নষ্টাৰ পদক
প্ৰিয় ৱিকিসতীৰ্থ,

জাতিৰ পিতা মহাত্মা গান্ধীৰ পবিত্ৰ জন্মজয়ন্তী উপলক্ষে অসমীয়া ৱিকিপিডিয়াত যোৱা ২ অক্টোবৰৰপৰা ৫ অক্টোবৰলৈ আয়োজিত মহাত্মা গান্ধী এডিটাথন, ২০২৬-ত আপুনি আগবঢ়োৱা একাগ্ৰতা, অনবদ্য অৱদান আৰু সক্ৰিয় সহযোগিতাৰ বাবে আন্তৰিক শলাগ লৈছোঁ।

আপোনাৰ এই নিস্বাৰ্থ প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। আশা কৰোঁ, ভৱিষ্যতলৈও আপুনি অসমীয়া ভাষাৰ জ্ঞান-যজ্ঞত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অসমীয়া ৱিকিপিডিয়াক চহকী কৰি যাব।

শুভকামনাৰে,
দিপাংকৰ দাস (বাৰ্তা)
সমীৰ কলিতা (বাৰ্তা)
- আয়োজক,
মহাত্মা গান্ধী এডিটাথন, ২০২৬

চীনা সাংস্কৃতিক ঐতিহ্য সম্পাদনা মেলা ২০২৬

[সম্পাদনা কৰক]
অংশগ্ৰহণকাৰী পদক
প্ৰিয় ৱিকিসতীৰ্থ,

চীনা সাংস্কৃতিক ঐতিহ্য সম্পাদনা মেলা ২০২৬ত আপোনাৰ মূল্যৱান অংশগ্ৰহণৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ পৰিশ্ৰম, জ্ঞান আৰু আন্তৰিকতাৰ বাবেই চীনৰ হাজাৰ বছৰীয়া সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আজি অসমীয়া ৱিকিপিডিয়াত আৰু অধিক জীৱন্ত হৈ উঠিছে। আপোনালোকৰ প্ৰতিটো সম্পাদনা আৰু নতুনকৈ সৃষ্টি কৰা প্ৰৱন্ধই অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰাত অৰিহণা যোগাইছে। আগলৈকো এনেদৰেই একেলগে কাম কৰি যাম বুলি আশা ৰাখিলোঁ। ধন্যবাদেৰে, আয়োজক সমিতিৰ হৈ নৰুনা বৰুৱা,প্ৰাণজ্যোতি নাথ