ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ লিটাৰেছাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকি লাভ্‌ছ লিটাৰেছাৰ ২০২২

ৱিকি লাভ্‌ছ লিটাৰেছাৰ ২০২২ হৈছে ৱিকিপিডিয়া সম্প্ৰদায়ৰ এক অনলাইন সম্পাদনামেলা। এই প্ৰকল্প প্ৰথমবাৰৰ বাবে ২০২১ চনৰ পাঞ্জাবী ৱিকিপিডিয়াত পাঞ্জাবী ৱিকি সম্প্ৰদায়ে কৰিছিল। এই প্ৰকল্পত সাহিত্য আৰু পাঞ্জাবী লেখকৰ সৈতে জড়িত প্ৰবন্ধসমূহত গুৰুত্বপূৰ্ণ তথ্য, উৎস, ছবিৰে অৱদান আগবঢ়োৱা হৈছিল। এই অভিযান এতিয়া অন্য ৱিকি সম্প্ৰদায়সমূহলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অভিযানৰ উদ্দেশ্য হৈছে ভাষা, সাহিত্য, কলা আৰু ইয়াৰ লগত জড়িত ব্যক্তিত্ব, অনুষ্ঠান-প্ৰতিষ্ঠান, উৎসৱ আৰু ঘটনাৰ সৈতে জড়িত ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টি কৰা আৰু লগতে পৰিমাণগত আৰু গুণগত দুয়োটা দিশতে সৃষ্টি হোৱা প্ৰবন্ধৰ সংখ্যা বৃদ্ধি কৰা। আহক আমি এই প্ৰকল্পৰ সৈতে জড়িত হওঁ আৰু ৱিকিৰ ঐতিহ্য সমৃদ্ধ কৰোঁ।

কাৰ্যাৱলী

সাহিত্য, ভাষা আৰু কলাক মুখ্য বিষয় হিচাপে লৈ মাহজোৰা সম্পাদনামেলা।

নিয়মাৱলী

  • নতুনকৈ সৃষ্টি কৰা বা বিস্তাৰ প্ৰবন্ধটোত কমেও ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দ থাকিব লাগিব।
  • প্ৰবন্ধসমূহ যান্ত্ৰিকভাৱে অনূদিত হ'ব নালাগিব।
  • প্ৰবন্ধসমূহ ১ জুলাই ২০২২-ৰ পৰা ৩১ জুলাই ২০২২-ৰ ভিতৰত সৃষ্টি বা বিস্তাৰ কৰিব লাগিব।
  • প্ৰবন্ধসমূহৰ বিষয়বস্তু ভাষা, সাহিত্য, সাহিত্যিকৰ সৈতে সম্পৰ্ক থকা হ'ব লাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
  • মূল সম্পাদনামেলা ৱিকিপিডিয়াত অনুষ্ঠিত হ'ব যদিও আগ্ৰহী সম্পাদকে ৱিকিউৎস, ৱিকিতথ্য আৰু কমন্সটো অৱদান আগবঢ়াব পাৰে।
  • প্ৰত্যেক নতুন আৰু বিস্তাৰিত প্ৰবন্ধৰ বাবে ১ পইণ্ট, ৱিকিউৎসত পাঁচখন পৃষ্ঠা প্ৰুফৰিড আৰু ভেলিডেট কৰিলে ১ পইণ্ট আৰু কমন্সত আপলোড কৰা এখন ফটোৰ বাবে ১ পইণ্ট ধাৰ্য কৰা হৈছে।
  • ৱিকিডাটাৰে কেৱল সংযোগ কৰাৰ বিপৰীতে নূন্যতম তিনিটা মুখ্য ভাষাত সঠিক বৰ্ণনা, ফটো আদি সংযোগেৰে নতুনকৈ সৃষ্টি কৰা ৱিকিডাটাৰ ক্ষেত্ৰতহে গ্ৰহণযোগ্য হ'ব।
  • শীৰ্ষ দহগৰাকী অৱদানকাৰীক পুৰস্কৃত কৰা হ'ব।

অংশগ্ৰহণ

প্ৰতিযোগিতাখনৰ বিষয়ে আপোনাৰ কোনো প্ৰশ্ন বা প্ৰস্তাৱ থাকিলে আলোচনা পৃষ্ঠাত লিখিব পাৰে মেটা-ৱিকিৰ প্ৰকল্প পৃষ্ঠাত বাৰ্তা দিব পাৰে। ইয়াৰোপৰি আন কোনো সহায়ৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ সমন্বয়ৰক্ষক অজয় দাস-ৰ সৈতে যোগাযোগ কৰিব পাৰে।

প্ৰবন্ধ জমা কৰক[সম্পাদনা কৰক]

আপুনি নিশ্চিত নে যে আপুনি সৃষ্টি কৰা প্ৰবন্ধই ন্যূনতম ৩০০ শব্দ আৰু ৩,০০০ বাইট অতিক্ৰম কৰিছে?

ৱিকিপিডিয়াত বিস্তাৰিত কৰা প্ৰবন্ধসমূহ[সম্পাদনা কৰক]

প্ৰণামিকা অধিকাৰী[সম্পাদনা কৰক]

  1. প্ৰেমনাৰায়ণ দত্ত
  2. ডিমাছা ভাষা
  3. উপভাষা
  4. আৱাহন (আলোচনী)
  5. পুথিভঁৰাল
  6. প্ৰাচীৰ পত্ৰিকা

JyotiPN[সম্পাদনা কৰক]

  1. বীৰেশ্বৰ বৰুৱা

চিৰিং[সম্পাদনা কৰক]

  1. নাট্য শাস্ত্ৰ

অংগৰাগ[সম্পাদনা কৰক]

  1. শুভপল্লব

ৱিকি উৎসত অৱদান[সম্পাদনা কৰক]

ৱিকিউৎসত ভাষা, সাহিত্য আৰু সাহিত্যিক সম্বন্ধীয় গ্ৰন্থ প্ৰুফৰিড আৰু ভেলিডেট কৰা পৃষ্ঠা ইয়াত জমা কৰক। (উদাহৰণ: ১. সদস্য নাম : প্ৰুফৰিড আৰু ভেলিডেট কৰা পৃষ্ঠাৰ লিংক)

প্ৰতিযোগীৰ অৱদানসমূহ চাবলৈ ৱিকিপিডিয়া:ৱিকি লাভছ লিটাৰেছাৰ ২০২২/ৱিকিউৎসটো অনুসৰণ কৰক৷

ৱিকি কমন্সত অৱদান[সম্পাদনা কৰক]

ৱিকি কমন্সত ভাষা, সাহিত্য আৰু সাহিত্যিক সম্বন্ধীয় আলোকচিত্ৰ আপলোড কৰিলে ইয়াত জমা কৰক। (উদাহৰণ: ১. সদস্য নাম : আপলোড কৰা আলোকচিত্ৰৰ লিংক)

ঈশান জ্যোতি বৰা[সম্পাদনা কৰক]

  1. শংকৰদেৱ কলাক্ষেত্ৰত থকা লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহালয়
  2. লক্ষ্মীনাথ বেজবৰুৱাই লিখা ভাষণৰ কিছু অংশ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত থকা লক্ষ্মীনাথ বেজবৰুৱা সংগ্ৰহালয়ত

নয়নজ্যোতি শৰ্মা[সম্পাদনা কৰক]

  1. মৃদুল হালৈ
  2. অৰূপ কুমাৰ নাথ

অনামিকা বড়া[সম্পাদনা কৰক]

  1. অসমৰ এজন লোকবাদ্যশিল্পী দ্বিজেন গগৈ
  2. অসমৰ এজন লেখক, চিন্তাবিদ ময়ূৰ বৰা

ৱিকিতথ্যত অৱদান[সম্পাদনা কৰক]

কুলধৰ ৰাভা[সম্পাদনা কৰক]

  1. বহল ব্যাকৰণ

ৱিকিপিডিয়া[সম্পাদনা কৰক]

প্ৰতিযোগীৰ নাম নতুনকৈ লিখা প্ৰবন্ধ সংৰ্বধিত কৰা প্ৰবন্ধ গ্ৰহণযোগ্য হোৱা মুঠ প্ৰবন্ধ প্ৰাপ্ত নম্বৰ
প্ৰাণজ্যোতি নাথ
ঈশান জ্যোতি বৰা ৫৪ ৫৪
নয়ন জ্যোতি নাথ ২২ ২২
প্ৰণামিকা অধিকাৰী ১৫ ১৪
চন্দন চিৰিং ফুকন ১২ ১২
ডা: নয়নজ্যোতি শৰ্মা
কুলধৰ ৰাভা
ৰণোজ বৰুৱা
অংগৰাগ ভূঞা

ৱিকিউৎস[সম্পাদনা কৰক]

ৰাইজৰ চ'ৰাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি ৫টা পৃষ্ঠাৰ মুদ্ৰণ সংশোধন আৰু ৫টা পৃষ্ঠা বৈধকৰণৰ বাবে ১ নম্বৰকৈ ধাৰ্য কৰা হৈছে আৰু সেই মৰ্মে নিম্নোক্ত প্ৰতিযোগীসকলৰ স্থান নিৰ্ণয় কৰা হৈছে৷

প্ৰতিযোগীৰ নাম মুদ্ৰণ সংশোধন কৰা মুঠ পৃষ্ঠা বৈধকৰণ কৰা মুঠ পৃষ্ঠা গ্ৰহণযোগ্য প্ৰাপ্ত নম্বৰ
অনামিকা বৰুৱা ১৯৯
প্ৰাণজ্যোতি নাথ ৩১৪ ২৯৩
কুলধৰ ৰাভা ২৯
পল্লৱী দত্ত বৰুৱা ১৬৯
বিশ্বজিত্‍ বৈশ্য ২৩
অনামিকা বড়া
ৰুমী বৰা ২৮০

ৱিকিকমন্স[সম্পাদনা কৰক]

কমন্সত আপলোড কৰা এখন ফটোৰ বাবে ১ পইণ্ট ধাৰ্য কৰা হৈছে৷

প্ৰতিযোগীৰ নাম আপলোড কৰা মিডিয়াৰ সংখ্যা গ্ৰহণযোগ্য প্ৰাপ্ত নম্বৰ
অনামিকা বড়া
ঈশান জ্যোতি বৰা
নয়নজ্যোতি শৰ্মা

ৱিকিতথ্য[সম্পাদনা কৰক]

ৱিকিডাটাৰে কেৱল সংযোগ কৰাৰ বিপৰীতে নূন্যতম তিনিটা মুখ্য ভাষাত সঠিক বৰ্ণনা, ফটো আদি সংযোগেৰে নতুনকৈ সৃষ্টি কৰা ৱিকিডাটাৰ ক্ষেত্ৰতহে গ্ৰহণযোগ্য হ'ব।

প্ৰতিযোগীৰ নাম সম্পাদনা/সংযোজন কৰা বিষয়ৰ সংখ্যা গ্ৰহণযোগ্য প্ৰাপ্ত নম্বৰ
কুলধৰ ৰাভা

সমন্বয়ৰক্ষক[সম্পাদনা কৰক]