সদস্য:Drnayanjyoti

অসমীয়া ৱিকিপিডিয়াৰ পৰা

D’you know what happens when you hurt people?’ Ammu said. ‘When you hurt people, they begin to love you less. That’s what careless words do. They make people love you a little less.

- Arundhati Roy, The God of Small Things

মই ডা০ নয়নজ্যোতি শৰ্মা। মই বৰ্তমান জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত শল্য তন্ত্ৰ বিভাগত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি আছো। ফ্ৰেইণ্ডছ আৰু হেৰী পটাৰ বিষয়ক কুইজ খেলিবলৈ বিচাৰিলে মোক ইমেইল কৰিব পাৰে।ই-মেইল: nayanwithlove@gmail.com । মই সৃষ্টি কৰা প্ৰবন্ধসমূহ চাবলৈ তলত চাওক-

  1. প্ৰথম সূচী
  2. দ্বিতীয় সূচী
এই সদস্যজন ৱিকিপিডিয়াত ১১ বছৰ, ৭ মাহ, আৰু ৩ দিন ধৰি আছে।
This user comes from Assam.
এই সদস্যজন অসমৰ
এই সদস্যজনে পাঠ্যপুথিৰ বাহিৰা কিতাপ পঢ়ি ভাল পায়।
ৱিকিপিডিয়া:HotCat এই সদস্যজনে "শ্ৰেণী" সাল-সলনিৰ বাবে হট কেট সঁজুলি ব্যৱহাৰ কৰে।
এই সদস্যজনে ৱিকিপিডিয়াত উদ্ধৃতি প্ৰদান কৰিবলৈ প্ৰুভ ইট্‌ সঁজুলি ব্যৱহাৰ কৰে।