সমললৈ যাওক

সদস্য বাৰ্তা:Medhi jyoti

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শৈলেন দাস

[সম্পাদনা কৰক]

নমস্কাৰ Medhi jyoti। শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত আপুনি সৃষ্টি কৰা শৈলেন দাস নামৰ প্ৰবন্ধটো বিলোপনৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। এই বিষয়ে আপত্তি থাকিলে অনুগ্ৰহ কৰি এই পৃষ্ঠাত যুক্তি দৰ্শাব পাৰে। শুভেচ্ছাৰে। চন্দন চিৰিং ফুকন ✉️ 12:28, 14 August 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

স্বাধীনতা সংগ্ৰামী এডিটাথন পদক

[সম্পাদনা কৰক]
ৱিকিডাটা পদক
ৱিকিডাটা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত যোৱা মাহত অনুষ্ঠিত স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

মহাত্মা গান্ধী এডিটাথন, ২০২৩

[সম্পাদনা কৰক]
The Epic Barnstar
The Epic Barnstar
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ প্ৰতি আপুনি আগবঢ়োৱা অৱদানৰ শলাগ ল'লোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওঁক। শুভকামনা।

JyotiPN (বাৰ্তা) 04:09, 12 October 2023 (ইউ.টি.চি.)JyotiPNউত্তৰ দিয়ক

শৈলেন দাসক্ষীপ্ৰ বিলোপনৰ নামংকন সম্পৰ্কে

[সম্পাদনা কৰক]

আপুনি হয়তো প্ৰবন্ধ সৃষ্টিৰ বাবে যিকোনো ৱিজাৰ্ডৰ সহায় ল'ব পাৰে। ইয়াৰ বাবে প্ৰবন্ধ ৱিজাৰ্ড চাওক।

ধন্যবাদ।

শৈলেন দাস নামৰ প্ৰবন্ধটো ৱিকিপিডিয়াৰ পৰা অতি সোনকালে বিলোপ কৰা হ'ব। যিহেতু এই প্ৰবন্ধটো কোনো জীৱিত ব্যক্তি নাইবা কোনো ব্যক্তিৰ দল, কোনো প্ৰাণী, সংস্থা (বেণ্ড, সংঘ, কোম্পানী, "ইত্যাদি") ইণ্টাৰনেটৰ সম্বল অথবা কোনো অনুষ্ঠান সম্পৰ্কীয় কিন্তু ই কিয় আৰু কেনেকৈ দৰকাৰী অথবা গুৰুত্বপূৰ্ণ সেয়া উল্লেখ কৰা হোৱা নাই: অৰ্থাৎ, এই প্ৰবন্ধটো কিয় বিশ্বকোষত থকা প্ৰয়োজন সেইটো উল্লেখ হোৱা নাই। ক্ষীপ্ৰ বিলোপনৰ মাপকাঠিৰ A7 অনুচ্ছেদৰ অধীনত, এনে প্ৰবন্ধসমূহ যিকোনো সময়ত বিলোপ কৰা হ'ব পাৰে। যদি এই বিষয়টো প্ৰকৃততে কিয় বিশ্বকোষত স্থান লাভ কৰিব লাগে সেইটো আপুনি দেখুৱাব পাৰে, তেন্তে আপুনি মুক্তভাৱে বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো আকৌ সৃষ্টি কৰিব পাৰিব।

অনুগ্ৰহ কৰি সাধাৰণতে উল্লেখযোগ্য বুলি বিবেচনা কৰা সম্পৰ্কে ইয়াত পঢ়ক, আৰু বিশেষভাৱে জীৱনী সম্পৰ্কে, ইণ্টাৰনেট বিষয়ৰ, সংগীতজ্ঞ সম্পৰ্কে, বা কোম্পানী সম্পৰ্কে লিখিত প্ৰবন্ধৰ বাবে প্ৰয়োজনীয় মাপকাঠি সমূহ চাওক। এই সম্পৰ্কে যদি আপোনাৰ যিকোনো প্ৰশ্ন আছে তেন্তে মোৰ আলোচনা পৃষ্ঠাত মুক্তমনে আলোচনা কৰিব পাৰে। হানিফ আলী (বাৰ্তা) 16:56, 23 October 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

যান্ত্ৰিক অনুবাদ

[সম্পাদনা কৰক]

পোন প্ৰথমে অসমীয়া ৱিকিপিডিয়া সমৃদ্ধ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। শেহতীয়াকৈ আপুনি কেইবাটাও নতুন পৃষ্ঠা ৱিকিত সৃষ্টি কৰিছে। কিন্তু পোনে পোনে যান্ত্ৰিক অনুবাদৰ সহায় লৈ প্ৰকাশ কৰা পৃষ্ঠাকেইখনত নিম্নমানৰ অনুবাদ, বাক্য গাঁথনি, ভুল শব্দ আদি বহুতো খুঁত ৰৈ গৈছে। অনুগ্ৰহ কৰি যান্ত্ৰিক অনুবাদ ব্যৱহাৰ কৰিলেও বাক্য গাঁথনি আৰু ভুল শব্দবোৰত অকণ হাত ফুৰাই পৃষ্ঠাবোৰ প্ৰকাশ কৰে যেন। লগতে এটা পৃষ্ঠা সম্পূৰ্ণ নকৰাকৈ আন এটা পৃষ্ঠা ধৰিলে অসমীয়া ৱিকিৰ মান নিম্নগামী হে হ'ব। যিহেতু আমাৰ সক্ৰিয় সদস্যৰ সংখ্যা নিচেই তাকৰ। সেয়ে এই দিশত মন কৰিবলৈ অনুৰোধ জনালোঁ। শুভেচ্ছাৰে - অজয়  কথা-বতৰা 14:27, 6 May 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

You may be eligible to vote in the U4C election

[সম্পাদনা কৰক]

I am contacting you because you previously voted in elections related to the Universal Code of Conduct Coordinating Committee (U4C). You may be eligible to vote in the current U4C election, which is open now and closes on 2 June 2026. You can find out more about the candidates and the election on the election page on Meta, and from there you can access the vote itself. Your participation in these elections is important to the governance of Wikimedia communities, and your time spent learning about the candidates and voting is appreciated.

-- In cooperation with the U4C, Keegan (WMF) (talk)

Keegan (WMF) (talk) 16:35, 20 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক