থুনুকী দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

থুনুকী দাস ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা হাজাৰ হাজাৰ জনতাৰ সমদলত তেওঁ অংশগ্ৰহণ কৰি আগুৱাই গৈছিল৷ পিছত এই সমদলৰ দতি ৰুদ্ধ কৰিবলৈ পুলিচে লাঠিচালনা কৰে আৰু সেই লাঠিচালনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত থুনুকী দাসৰ কিছুদিন পিছতেই মৃত্যু ঘটে৷[1]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "দেশৰ হকে প্ৰাণ ত্যাগ কৰা .....". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 25 August 2023.