সদস্য বাৰ্তা:ৰাজেন দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

প্ৰতিভাবান ন-সম্পাদকৰ পদক[সম্পাদনা কৰক]

প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত সম্পাদকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদক আগবঢ়ালোঁ। আশা কৰোঁ, একেই উৎসাহেৰে আপুনি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব।-Nayan j Nath (বাৰ্তা) 17:13, 30 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিমিডিয়ান, ডিচেম্বৰ ২০২৩[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ