সদস্য বাৰ্তা:Mridul Kumar Sharmah
বিষয় যোগ কৰক|
|
নমস্কাৰ, Mridul Kumar Sharmah
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
|
-- বিষ্ণু শইকীয়া⇒✉ 13:48, 15 ফেব্ৰুৱাৰী 2013 (UTC)
ৱিকিউৎস পদক
[সম্পাদনা কৰক]| ৱিকিউৎস: সাংস্কৃতিক পদক | ||
| ৱিকিউৎসত হনুমান পাঁচালী গ্ৰন্থখন যোগ কৰি দিয়া অৱদানৰ বাবে আপোনালৈ এই সামান্য সন্মান আগবঢ়োৱা হ'ল। প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:07, 29 নৱেম্বৰ 2014 (UTC) |
কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক
[সম্পাদনা কৰক]| কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক | ||
| অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙনিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- অনামিকা(চুমু) বড়া (talk) 07:03, 30 May 2020 (ইউ.টি.চি.) |
জুলাই (২০২০) মাহৰ ৱিকিপিডিয়ান
[সম্পাদনা কৰক]-
আয়োজক পদক
[সম্পাদনা কৰক]| আয়োজক পদক | ||
| অসমীয়া ৱিকিমিডিয়া কৰ্মশালা অনুষ্ঠিত কৰাত আপোনাৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই বিশেষ আয়োজক পদক আগবঢ়ালোঁ। আশা কৰোঁ আগলৈকো ৱিকিমিডিয়া প্ৰকল্পৰ কাম-কাজ ৰাইজৰ মাজলৈ নিয়াত আপোনাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে— অসমীয়া ৱিকিমিডিয়া সমাজ। অনামিকা(চুমু) বড়া (talk) 14:00, 31 August 2020 (ইউ.টি.চি.) |
প্ৰচাৰ সম্পাদক
[সম্পাদনা কৰক]| প্ৰচাৰ সম্পাদক | ||
| শেহতীয়াকৈ অনলাইন মাধ্যমত অসমীয়া ৱিকিমিডিয়া আৰু ৱিকিউৎসৰ কৰ্মশালা অনুষ্ঠিত কৰা আৰু প্ৰচাৰ কৰাত আপুনি বিশেষ অৱদান আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে এই বিশেষ প্ৰচাৰ সম্পাদক পদক আগবঢ়ালোঁ। আশা কৰোঁ আগলৈকো ৱিকিমিডিয়া প্ৰকল্পৰ কাম-কাজ ৰাইজৰ মাজলৈ নিয়াত আপোনাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে— অসমীয়া ৱিকিমিডিয়া সমাজ।Bhaskarjyoti Bhuyan (talk) 14:27, 31 August 2020 (ইউ.টি.চি.) |
২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান
[সম্পাদনা কৰক]প্ৰিয় Mridul Kumar Sharmah,
২০২১ চনৰবোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰপৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰপৰা প্ৰাৰ্থীৰ প্ৰয়োজন।
ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰপৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰপৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.
দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখা-মুখি অনুষ্ঠান
[সম্পাদনা কৰক]প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰপৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰপৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰপৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰপৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখা-মুখি হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।
মুখা-মুখি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰ-পত্ৰখন পূৰাওক। বিশদ বিৱৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।
ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে
[সম্পাদনা কৰক]প্ৰিয় Mridul Kumar Sharmah,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাছনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধাতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।
ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰবোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।
সংগীত শিৰোমণি পদক
[সম্পাদনা কৰক]| সংগীত শিৰোমণি পদক | ||
| প্ৰিয় ৱিকিসতীৰ্থ, ভাৰতীয় শাস্ত্ৰীয় সংগীত বিষয়ক ভালেমান পৃষ্ঠা অনুবাদৰদ্বাৰা সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া সমৃদ্ধিশালী কৰাৰ বাবে আপোনাক অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ এই সংগীত শিৰোমণি পদকটি প্ৰদান কৰিলোঁ। আশা কৰোঁ, আগলৈয়ো এইদৰেই অসমীয়া ৱিকিমিডিয়াৰ সৈতে যুক্ত হৈ থাকি আইৰ মুখৰ ভাষাটি ইণ্টাৰনেটত শক্তিশালী কৰাৰ গুৰুদায়িত্ব বহন কৰি যাব। —Pranamikaadhikary (বাৰ্তা) 13:50, 28 August 2025 (ইউ.টি.চি.) |
- অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। Mridul Kumar Sharmah (বাৰ্তা) 07:12, 29 August 2025 (ইউ.টি.চি.)
Last Few Days: WikiConference India 2026 Scholarship Applications
[সম্পাদনা কৰক]অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক
Dear Wikimedian,
We're happy to share that scholarship applications for WikiConference India 2026 are currently open and the deadline is just around the corner.
WikiConference India 2026 is the fourth edition of the national-level conference that brings together Wikimedians and stakeholders engaged in Indic-language Wikimedia projects and the broader open knowledge movement across India and South Asia. The conference will take place in Kochi, Kerala, from 4–6 September 2026.
- You can find the more information and the application form at the Scholarship page here at Meta wiki
- Scholarship deadline: 15 April 2026, 11:59 PM IST
With only a few days left, we warmly encourage you to apply if you haven’t already and kindly request you to share this with your community and encourage others to apply.
For more information and regular updates, we encourage you to visit the conference Meta page.
Warm regards,
on behalf of the WikiConference India 2026 Organising Team
This message was sent with MediaWiki message delivery (বাৰ্তা) on 18:30, 11 April 2026 (ইউ.টি.চি.)

