ৰুছ-ইউক্ৰেনীয় যুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰুছ-ইউক্ৰেনীয় যুদ্ধ[1] হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলিত এক যুদ্ধ য'ত মুখ্যতঃ ৰাছিয়া, ৰাছিয়া-পন্থী বাহিনী আৰু এফালে বেলাৰুছ আৰু আনফালে ইউক্ৰেইন আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সমৰ্থক সকল জড়িত হৈ আছে। মৰ্য্যদাৰ বিপ্লৱৰ পিছত ২০১৪ চনৰ ফেব্ৰুৱাৰীমাহত এই সংঘৰ্ষ আৰম্ভ হয়। ক্ৰিমিয়া আৰু ডনবাছৰ কিছু অংশৰ ৰাজনৈতিক স্থিতিৰ ওপৰত থকা মতানৈক্যৰ ফলত এই যুদ্ধৰ সূত্ৰপাত ঘটে, যাক আন্তৰ্জাতিকভাৱে ইউক্ৰেইনৰ অংশ হিচাপে স্বীকৃতি দিয়া হয়।

ৰুছ ইউক্ৰেইনীয় যুদ্ধ
তাৰিখ ২০ ফেব্ৰুৱাৰী ২০১৪ - বৰ্তমান
  • ২য় যুদ্ধ : ২৪ ফেব্ৰুৱাৰী ২০২২ – বৰ্তমান
স্থান ইউক্ৰেইন

ৰাছিয়াই ইউক্ৰেইনৰ ডনবাছ অঞ্চল দখল কৰি লয়।

যুদ্ধত লিপ্ত হোৱা ৰাষ্ট্ৰসমূহ
  • ইউক্ৰেইন 🇺🇦

সমৰ্থক ৰাষ্ট্ৰ :
  1. আমেৰিকা যুক্তৰাষ্ট্ৰ 🇺🇸
  2. ব্ৰিটেইন 🇬🇧
  3. ফ্ৰান্স 🇫🇷
  4. পোলেণ্ড 🇵🇱
  5. ইজৰাইল 🇮🇱
  6. তুৰস্ক 🇹🇷
  7. জাৰ্মানী 🇩🇪
  8. দক্ষিণ কোৰিয়া 🇰🇷
  • ৰাছিয়া 🇷🇺

  • সমৰ্থক ৰাষ্ট্ৰ :
  • বেলাৰুছ 🇧🇾
  • ছিৰিয় 🇸🇾
  • ইৰাণ 🇮🇷
  • ভাৰত 🇮🇳 (অৰ্থনৈতিক সাহাৰ্য্য, কিন্তু নিৰপেক্ষ )
  • চীন 🇨🇳
  • উত্তৰ কোৰিয়া 🇰🇵
  • ছাৰ্বিয়া 🇷🇸

ইতিহাস[সম্পাদনা কৰক]

২০১৪ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াই ক্ৰিমিয়াক ৰাছিয়াৰ সৈতে সংযোজন কৰাৰ সিদ্ধান্ত লয়।[2][3][4][5] ২২ আৰু ২৩ ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়ান সৈন্য বাহিনী আৰু স্পেচিয়েল ফৰ্চে নভোৰোচিস্কৰ মাজেৰে ক্ৰিমিয়ালৈ যোৱা আৰম্ভ কৰে।[4] ২৭ ফেব্ৰুৱাৰীত মুখা পৰিহিত ৰাছিয়ান সৈন্য বাহিনীয়ে ক্ৰিমিয়া উপদ্বীপক নিজৰ নিয়ন্ত্ৰণলৈ আনে[6] আৰু তেওঁলোকে কৌশলগতভাৱে ক্ৰিমিয়াৰ সংসদ দখল কৰে আৰু ৰাছিয়ান পতাকা উত্তোলন কৰে। ক্ৰিমিয়া উপদ্বীপক ইউক্ৰেইনৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰি ৰাখিবলৈ আৰু অঞ্চলটোৰ ভিতৰত চলাচল সীমিত কৰিবলৈ নিৰাপত্তাৰ বাবে চেকপইণ্ট ব্যৱহাৰ কৰিছিল৷[7][8][9][10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Snyder, Timothy (2018). The Road to Unfreedom: Russia, Europe, America. প্ৰকাশক New York: Tim Duggan Books. পৃষ্ঠা. 197. ISBN 9780525574477. https://books.google.com/books?id=l9KMDwAAQBAJ&q=timothy+snyder+road+to+unfreedom. "Almost everyone lost the Russo-Ukrainian war: Russia, Ukraine, the EU, the United States. The only winner was China." ; Mulford, Joshua P. (2016). "Non-State Actors in the Russo-Ukrainian War". Connections খণ্ড 15 (2): 89–107. doi:10.11610/Connections.15.2.07. ISSN 1812-1098. ; Shevko, Demian; Khrul, Kristina (2017). "Why the Conflict Between Russia and Ukraine Is a Hybrid Aggression Against the West and Nothing Else". In Gutsul, Nazarii. Multicultural Societies and their Threats: Real, Hybrid and Media Wars in Eastern and South-Eastern Europe. প্ৰকাশক Zürich: LIT Verlag Münster. পৃষ্ঠা. 100. ISBN 9783643908254. https://books.google.com/books?id=MhspDwAAQBAJ&q=%22Russo-Ukrainian+war%22&pg=PA134. 
  2. Cathcart, Will (25 April 2014). "Putin's Crimean Medal of Honor, Forged Before the War Even Began" (en ভাষাত). The Daily Beast. https://www.thedailybeast.com/articles/2014/04/25/putin-s-crimean-medal-of-honor-forged-before-the-war-even-began. 
  3. "В России учредили медаль За возвращение Крыма" (ru ভাষাত). korrespondent.net. https://korrespondent.net/world/russia/3328246-v-rossyy-uchredyly-medal-za-vozvraschenye-kryma। আহৰণ কৰা হৈছে: 3 February 2022. 
  4. 4.0 4.1 "The Russian Invasion of the Crimean Peninsula 2014–2015". Johns Hopkins University. https://www.jhuapl.edu/Content/documents/RussianInvasionCrimeanPeninsula.pdf। আহৰণ কৰা হৈছে: 24 September 2021. 
  5. "10 facts you should know about russian military aggression against Ukraine". Ukraine government. https://mfa.gov.ua/en/10-facts-you-should-know-about-russian-military-aggression-against-ukraine। আহৰণ কৰা হৈছে: 24 September 2021. 
  6. "Armed men seize two airports in Ukraine's Crimea, Russia denies involvement  — Yahoo News". news.yahoo.com. https://news.yahoo.com/armed-standoff-pro-russian-region-raises-ukraine-tension-033318395.html। আহৰণ কৰা হৈছে: 14 September 2014. 
  7. Birnbaum, Michael (15 March 2015). "Putin Details Crimea Takeover Before First Anniversary". The Washington Post. https://www.washingtonpost.com/world/europe/putin-was-surprised-at-how-easily-russia-took-control-of-crimea/2015/03/15/94b7c82e-c9c1-11e4-bea5-b893e7ac3fb3_story.html. 
  8. Mackinnon, Mark (26 February 2014). "Globe in Ukraine: Russian-backed fighters restrict access to Crimean city". প্ৰকাশক Toronto: The Globe & Mail. https://www.theglobeandmail.com/news/world/crimean-region-could-be-ukraines-newest-flashpoint/article17130654/. 
  9. "Russia flexes military muscle as tensions rise in Ukraine's Crimea". CNN. 26 February 2014. http://edition.cnn.com/2014/02/26/world/europe/ukraine-politics. "A CNN team in the area encountered more than one pro-Russian militia checkpoint on the road from Sevastopol to Simferopol." 
  10. "Checkpoints put at all entrances to Sevastopol". Kyiv Post. 26 February 2014. http://www.kyivpost.com/content/ukraine/checkpoints-put-at-all-entrances-to-sevastopol-337655.html। আহৰণ কৰা হৈছে: 23 April 2014. "Checkpoints were put up at all entrances to Sevastopol last night and the borders to the city are guarded by groups of people, police units, and traffic police."