সমললৈ যাওক

ছাজিদ-ৱাজিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাজিদ-ৱাজিদ
উৎসস্থান চাহাৰাণপুৰ, উত্তৰ প্ৰদেশ
সংগীতৰ ধৰণ চুফি, বলিউদ
পেচা সংগীত পৰিচালক
সক্ৰিয়তাৰ বছৰ ১৯৯৮–২০২০
ৱেবছাইট www.sajidwajid.com

ৱাজিদ খান (ইংৰাজী: Wajid Ali Khan) আৰু ছাজিদ খান (ইংৰাজী: Sajid Ali Khan) হৈছে বলিউদৰ সফল সংগীত পৰিচালক। তেওঁলোকে যুটীয়াকৈ হিন্দী চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। তেওঁলোকৰ যুটীটো ছাজিদ-ৱাজিদ নামেৰে জনপ্ৰিয়। তেওঁলোকৰ দেউতাক ওস্তাদ চাৰাফত আলি খান এগৰাকী বিখ্যাত তবলা বাদক। মাতৃ ৰজিয়া খান।[1]

১৯৯৯ চনত অভিনেতা ছলমান খানৰ ঘৰুৱা প্ৰযোজনাৰ ছবি হেল্ল' ব্ৰাদাৰ মুক্তি পাইছিল। ছবিখন অসফল হ'ল যদিও ইয়াৰ হটা চাৱন কী ঘটা গীতটি জনপ্ৰিয় হৈ পৰাত ই ছাজিদ-ৱাজিদ যুটীৰ ছলমান খানৰ সৈতে দীঘলীয়া সম্পৰ্কৰ বাট মুকলি কৰে। ছলমানৰ তেৰে নাম (২০০৩), ৱাণ্টেড (২০০৯), এক থা টাইগাৰ (২০১২), জয় হৌ (২০১৪) আদি ব্লকবাষ্টাৰ চিনেমাৰ সংগীত পৰিচালনা কৰিছে ছাজিদ-ৱাজিদ ভাতৃদ্বয়ে।[2]এওঁলোকৰ মাজত ৱাজিদ খান এগৰাকী নিপুন গায়ক। তেওঁ ভীমসেন যোশীৰ কিৰানা ঘ'ৰানাৰ।[3] লকডাউনৰ সময়ছোৱাত ৱাজিদে গোৱা প্যাৰ কৰৌনা আৰু ভাই ভাই গীত দুটা ইউ টিউবত মুক্তি পাইছিল।[2][4] ৱাজিদে আই পি এল ৪ৰ মূল গীতটিত কণ্ঠদান কৰিছে। এই যুটীয়ে কেইবাখনো চিনেমাৰ বাবে গীতো লিখিছে। ২০২০ চনৰ ৩১ মে' তাৰিখে ৪২ বছৰ বয়সত কিডনীৰ অসুখত ভুগি চিকিৎসাধীন হৈ থকা অৱস্থাত ৱাজিদ খানক'ৰ'ণা ভাইৰাছ ৰোগ সংক্ৰমণ হৈ মৃত্যু ঘটে।[2][5][6][7]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৱাজিদ খানে ককায়েক ছাজিদৰ সৈতে ১৯৯৮ চনত ছলমান খানপ্যাৰ কিয়া তৌ ডৰনা ক্যা চিনেমাৰ যোগেদি বলিউডত প্ৰৱেশ কৰে আৰু প্ৰায় ৫০ৰো অধিক চিনেমাত এই যুটীয়ে সংগীত পৰিচালক হিচাপে কাম কৰি খ্যাতি লাভ কৰে।[2] তেওঁলোকে দূৰদৰ্শনৰ কেইবাটাও ৰিয়েলিটি শ্ব ত বিচাৰক ৰুপে অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত চা ৰে গা মা পা ২০১২, চা ৰে গা মা পা চিঙিং চুপাৰষ্টাৰ, বিগ বছ আদি উল্লেখযোগ্য। ছাজিদ-ৱাজিদে আই পি এল ৪-ৰ থীম চং ধুম ধুম ধুম ধাড়াকা কম্পজ কৰিছিল আৰু ৱাজিদে ইয়াত সুৰ দিছিল।[2][4]

গায়ক ৰূপে ৱাজিদৰ পৰিক্ৰমা

[সম্পাদনা কৰক]
বৰ্ষ চিনেমা গীত সংগী
২০১৮সত্যমেৱ জয়তেতাজদা-এ-হাৰাম
২০১৬টুটক টুটক টুটিয়াচাল মাৰ
২০১৫শিৱাশিৱা শিৱা
কিছ কিছ কৌ প্যাৰ কৰুডিজে বজেগা তৌ পপ্পু নাচেগা
২০১৪দাৱত-এ-ইস্কৰংৰেলী
জয় হৌবাকী সৱ ফাৰ্ষ্ট ক্লাচ হ্যে
জয় জয় জয় জয় হৌ
২০১৩ বুলেট ৰাজাচামনে হ্যে চৱেৰা
বুলেট ৰাজা
চাটাকে থ'ক'
গ্ৰেণ্ড মস্তিতু ভী মুড ম্যে
চচমে বড়ৌৰহৰ এক ফ্ৰেণ্ড কমীনা হৌতা হ্যে
ইস্ক মহল্লা
অন্ধা ঘৌড়া ৰেচ ম্যে দৌড়া
(Version 2) ধিচকিয়াও ডুম ডুম
ৰংগ্ৰেজগৌৱিন্দা আলা ৰে
২০১২ দবং টুপাণ্ডে জী চিঁটিমমতা শৰ্মা , শ্ৰেয়া ঘোষাল
ফেভিকল চেমমতা শৰ্মা
ইস্ক ইন পেৰিছজানে ভী দে
তেৰি চুড়িয়া দা ক্ৰেজি ক্ৰেজি চাউণ্ড
এক থা টাইগাৰমাছাল্লাহশ্ৰেয়া ঘোষাল
তেৰি মেৰী কাহানীMukhtasar
হমছে প্যাৰ কৰ লে তু
ৰাওডি ৰাথৌড়চিন্তাটা টা চিটা চিটা
ধৰং ধং ধং
হাউচফুল ২ৰাইট নাও
২০১১ মিলে না মিলে হমনজৰ চে নজৰ মিলে
মাহি মাহি
ৱেক আপ নাও
চতুৰ সিং টু ষ্টাৰসিং সিং সিং
চাঁদনী চৌক চে
২০১০ দবংহামকা পীনি হ্যে
হুৰ হুৰ দবংসুখৱিন্দৰ সিং
ৱীৰতালি
চেজগেট চেট গৌ
ন' প্ৰব্লেমন' প্ৰব্লেম
২০০৯ ম্যে অঔৰ মিচেচ খান্নাহেপেন্নিং আই এম হেপেন্নিং
তুমনে চৌচা
ৱাণ্টেডজলৱা
লভ মি
তচে প্যাৰ কৰত্যে হ্যে
কল কিছনে দেখাতেৰে বিনা লগতা নহী মেৰা জিয়া
ধুন্দতে ৰেহ জাওগেআই এম ফলিং ইন লভ
নাক' ৰে নাক'
অপনে কৌ পেছে চাহিয়ে
পেয়িং গেষ্টচ্‌পেয়িং গেষ্টচ্‌
২০০৮গড তুচ্ছি গ্ৰেট হৌতুজে অক্খা বীচ ঘুমা দু
হেল্ল'বেং বেং বেং
হেল্ল'
মিটৱা ৰে
পাৰ্টনাৰডু ইউ ৱানা পাৰ্টনাৰ
চনি ডে নখৰে

চাজিদ-ৱাজিদ যুটিৰ সংগীত পৰিচালনা

[সম্পাদনা কৰক]
বৰ্ষ চিনেমা গীত সংগী
TBA থ্ৰী দেৱসকলো গীতমুক্তি পোৱা নাই
২০১৯ ফেমিলি অৱ ঠাকুৰগঞ্জসমূহ গীত
দবং থ্ৰীসমূহ গীত
পাগলপন্তিটাইটেল ট্ৰেক আৰু বেকগ্ৰাউণ্ড স্কৰ
২০১৮সত্যমেৱ জয়তে১টা গীত
নানু কী জানু১টা গীত
ৱেলকম টু নিউয়ৰ্ক২টা গীত
২০১৭জুড়ৱা১টা গীত
ডেডিসমূহ গীত
২০১৬ফ্ৰিকি আলিসমূহ গীত
টুটক টুটক টুটিয়া২টা গীত
ক্যা কুল হ্যে হমসমূহ গীত
২০১৫সিং ইজ ব্লিং১টা গীত
তেৱৰ৫টা গীত
ডলি কী দৌলিসমূহ গীত
২০১৪দাৱত-এ-ইস্কসমূহ গীত
হিৰ'পন্তি৩টা গীত
ম্যে তেৰা হিৰ'সমূহ গীত
জয় হৌসমূহ গীত
২০১৩বুলেট ৰাজা৫টা গীত
ইস্ক ইন পেৰিছসমূহ গীত
চচমে বড়ৌৰ
হিম্মতৱালা৪টা গীতশচীন-জিগৰৰ সৈতে সমূহ গীত
ৰংগ্ৰেজ১টা গীত
২০১২দবং টুসমূহ গীত
চং অৱ চৰ্দাৰ১টা গীত- য়্যে জৌ হল্‌কি হল্‌কি খুমাৰিয়াহিমেশ ৰেছমিয়াৰ সৈতে
অজৱ গজৱ লভঅজৱ গজৱ লভ গীতটিৰ বাহিৰে বাকী সকলো গীতশচীন-জিগৰৰ সৈতে
কামাল ধামাল মালামালসমূহ গীত
এক থা টাইগাৰ১টা গীত
তেৰি মেৰী কাহানীসমূহ গীত
ৰাওডি ৰাথৌড়
হাউচফুল টু
তেজ
২০১১মিলে না মিলে হম
চতুৰ সিং টু ষ্টাৰ
২০১০ন' প্ৰব্লেম১টা গীতপ্ৰীতম আৰু আনন্দ ৰাজ আনন্দৰ সৈতে
দবংসমূহ গীতললিত পণ্ডিতৰ সৈতে
জানে কহা সে আয়া হ্যেসমূহ গীত
ৱীৰ
২০০৯ম্যে অঔৰ মিচেচ খান্না
ৱাণ্টেড
পেয়িং গেষ্ট
কল কিছনে দেখা
ধুন্দতে ৰেহ জাওগে
২০০৮গড তুচ্ছি গ্ৰেট হৌ
হেল্ল'
জিন্দেগী তেৰে নাম
খল্লবল্লি
হিৰ'জমন্তি শৰ্মাৰ সৈতে সকলো গীত
২০০৭ৱেলকাম১ টি গীতআনন্দ ৰাজ আনন্দ, আদেশ শ্ৰীৱাস্তৱ, হিমেশ ৰেছমিয়াৰ সৈতে
পাৰ্টনাৰসমূহ গীত
২০০৬জানে হৌগা ক্যানিখিল-বিনয়ৰ সৈতে
চাদি কৰকে ফছ গ্যে য়াৰ৩টা গীত- দিৱানে দিল কৌ জানে না, চাদি কৰকে ফছ গ্যে য়াৰ, কুছ ভী নহী থাডব্বু মলিক আৰু পি সমীৰৰ সৈতে
দ্যা কিলাৰসমূহ গীত
জৱানী দিৱানীসমূহ গীত
চাৱন-দ্যা লভ চিজন২টা গীত- তু মিলা দে, দিল কৌ দিল কী ধড়কন কৌআদেশ শ্ৰীৱাস্তৱৰ সৈতে
২০০৫মাছুকা
ড্ৰীমচ্‌
২০০৪মুজছে চাদি কৰৌগে৭টা গীত- ৰৱ কৰে, মুজছে চাদি কৰৌগে, আজা চনিয়ে, লহু বনকে আচু, কৰ দু কামাল, লাল, দুপাট্টা, আজা চনিয়ে(ৰিমিক্স)অনু মলিকৰ সৈতে
গৰ্ব৫টা গীত- হম তুমকৌ নিগাহৌ ম্যে, ডম মস্ত মস্ত, চনিয়ে তু চনি, ফৰিয়াদ ক্যা কৰে হম, তেৰে হ্যে দিৱানা দিলঅনু মলিকৰ সৈতে
২০০৩তেৰে নাম২টা গীত- তুনে সাথ জৌ মেৰা চৌৰা, তুনে সাথ জৌ মেৰা চৌৰা(দুখৰ)হিমেশ ৰেছমিয়াৰ সৈতে
চোৰি চোৰিসমূহ গীত
২০০২গুনাহআনন্দ ৰাজ আনন্দৰ সৈতে
চৰাৰতসমূহ গীত
হম তুম্‌হাৰে হ্যে চনম১টা গীত- দিল তৌড় আয়ানিখিল-বিনয়, ডব্বু মলিক, বাপ্পি লাহিড়ি, বালি ব্ৰহ্মভট্ট আৰু নাদিম-শ্ৰাৱনৰ সৈতে
ক্যা য়হী প্যাৰ হ্যেসমূহ গীত
তুমকৌ না ভুল পায়েংগে৫টা গীত -য়হ বেখুদি দিৱানগী, ঈদ মোবাৰক, ক্যিউ খনকে তেৰি চুড়ি, ম্যে তৌহ লড়কী কুঁৱাৰী, তেৰি চুড়ি(ক্লাব মিক্স)ডব্বু মলিকৰ সৈতে
মা তুজে চালামসমূহ গীত
২০০১য়হ জিন্দেগী কা চফৰডব্বু মলিকৰ সৈতে
মিট্টিআলি গণি আৰু মন্তিৰ সৈতে
২০০০বাঘীদিলিপ সেন আৰু সমীৰ সেনৰ সৈতে সমূহ গীত
খৌফ১টা গীত-ৰাজা কি কেইদ ম্যেঅনু মলিকৰ সৈতে
১৯৯৯হেল্ল' ব্ৰাডাৰ৪টা গীত- এড়িয়া কা হিৰ',হটা চাৱন কী ঘটা, চুপকে চে কইহিমেশ ৰেছমিয়াৰ সৈতে
১৯৯৮প্যাৰ কিয়া তৌ ডৰনা ক্যা১টা গীত - তেৰি জৱানীযতীন-ললিত আৰু হিমেশ ৰেছমিয়াৰ সৈতে

সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]
বৰ্ষ বঁটা শিতান বৰ্ণনা
২০১০[8]মিৰ্চি মিউজিক এৱাৰ্ডবছৰটোৰ শ্ৰেষ্ঠ এলবামচিনেমা: দবং
২০১০মিৰ্চি মিউজিক এৱাৰ্ডবছৰটোৰ শ্ৰেষ্ঠ কম্পজাৰতেৰে মস্ত মস্ত দৌ নেইন
২০১১ফিল্মফেয়াৰ বঁটা[9]শ্ৰেষ্ঠ সংগীত পৰিচালকচিনেমা: দবং
২০১১জি চিনে এৱাৰ্ডচ্‌শ্ৰেষ্ঠ সংগীত পৰিচালকচিনেমা: দবং
২০১১গিল্ড এৱাৰ্ডশ্ৰেষ্ঠ সংগীত পৰিচালকচিনেমা: দবং
২০১১জিমা এৱাৰ্ডশ্ৰেষ্ঠ ছবিচিনেমা: দবং
২০১১ষ্টাৰ স্ক্ৰিন এৱাৰ্ডশ্ৰেষ্ঠ সংগীত পৰিচালকচিনেমা: দবং
২০১১জিমা এৱাৰ্ডশ্ৰেষ্ঠ সংগীত পৰিচালকচিনেমা: দবং
২০১১জি চিনে এৱাৰ্ডচ্‌বছৰটোৰ শ্ৰেষ্ঠ ট্ৰেকমুন্নি বদনাম হুই
২০১২বিগ ষ্টাৰসকলোতকৈ মনোৰঞ্জক সংগীতচিনেমা: এক থা টাইগাৰ
২০১৩গিল্ড এৱাৰ্ডবছৰটোৰ শ্ৰেষ্ঠ ৰেডিঅ' গীতগীত: ফেভিকল চে
২০১৪লাইফ অকে নাও এৱাৰ্ডশ্ৰেষ্ঠ এলবামচিনেমা: ম্যে তেৰা হিৰ'
২০১৬প্ৰাইড অৱ ইণ্ডিয়ামিউজিকমিউজিক
২০১৮জিঅ' ফিল্মফেয়াৰ এৱাৰ্ডবেকগ্ৰাউণ্ড স্কৰডেডী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "टूट गई जोड़ी / म्यूजिक कम्पोजर वाजिद की मौत के पीछे कोरोना, उनकी मां भी संक्रमित, दोनों एक ही अस्पताल में भर्ती थे". https://www.bhaskar.com.Jun 01, 2020, 04:37 PM IST. https://www.bhaskar.com/entertainment/bollywood/news/wajid-khan-was-infected-with-coronavirus-due-to-his-mother-127362796.html আহৰণ কৰা হৈছে: 1 June 2020.
  2. 1 2 3 4 5 "Salman Khan’s Mascot, Composer Wajid Didn't Discard Melody At The Altar Of Digital-era Music". https://www.outlookindia.com.1 June 2020. https://www.outlookindia.com/website/story/entertainment-news-salman-khans-mascot-composer-wajid-did-not-discard-melody-at-the-altar-of-digital-era-music/353923 আহৰণ কৰা হৈছে: 1 June 2020.
  3. "टूट गई जोड़ी / म्यूजिक कम्पोजर वाजिद की मौत के पीछे कोरोना, उनकी मां भी संक्रमित, दोनों एक ही अस्पताल में भर्ती थे". https://www.bhaskar.com.Jun 01, 2020, 04:37 PM IST. https://www.bhaskar.com/entertainment/bollywood/news/wajid-khan-was-infected-with-coronavirus-due-to-his-mother-127362796.html আহৰণ কৰা হৈছে: 1 June 2020.
  4. 1 2 "Wajid Khan Passes Away: सलमान ख़ान के क़रीबी मशहूर संगीत निर्देशक वाजिद ख़ान का निधन, सदमे में बॉलीवुड". https://www.jagran.com.01 Jun 2020 07:53 PM (IST). https://www.jagran.com/entertainment/bollywood-music-dirctor-wajid-khan-of-sajid-wajid-passes-away-due-to-kidney-ailment-reportedly-covid-19-positive-known-for-salman-khan-films-20335934.html আহৰণ কৰা হৈছে: 1 June 2020.
  5. "Bollywood music composer Wajid Khan passes away". The New Indian Express. 31 May 2020. Archived from the original on 7 June 2020. https://web.archive.org/web/20200607150402/https://www.newindianexpress.com/entertainment/hindi/2020/jun/01/bollywood-music-composer-wajid-khan-passses-away-2150584.html আহৰণ কৰা হৈছে: 1 June 2020.
  6. "Music director Wajid Khan dies at 43". The August. 31 May 2020. Archived from the original on 2 December 2020. https://web.archive.org/web/20201202000912/https://www.theaugust.com/current/music-director-wajid-khan-death/ আহৰণ কৰা হৈছে: 31 May 2020.
  7. PTI. "Composer Sajid confirms brother Wajid tested positive for Covid-19" (en ভাষাত). Khaleej Times. https://www.khaleejtimes.com/citytimes/bollywood/composer-sajid-confirms-brother-wajid-tested-positive-for-covid-19 আহৰণ কৰা হৈছে: 2020-06-01.
  8. "Winners - Mirchi Music Award Hindi 2010". http://www.radiomirchi.com/mma2010/hindi/winers.php.
  9. Hungama, Bollywood (29 January 2011). "“We haven’t won any Filmfare Award so far” – Sajid – Wajid" (en ভাষাত). http://www.bollywoodhungama.com/news/features/we-havent-won-any-filmfare-award-so-far-sajid-wajid/.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]