বাৰ্তা:ছাজিদ-ৱাজিদ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্থানান্তৰ[সম্পাদনা কৰক]

ৱাজিদ খান (সংগীত পৰিচালক) পৃষ্ঠাটো ছাজিদ-ৱাজিদলৈ স্থানান্তৰ, যিহেতু ইংৰাজী ৱিকিত এই নামেৰেই প্ৰবন্ধটো আছে আৰু ৱাজিদ খান দ্বাৰ্থতা দূৰীকৰণ পৃষ্ঠা সৃষ্টি কৰা উচিত। দিব্য দত্ত' (বাৰ্তা) 16:31, 1 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱাজিদ খান (সংগীত পৰিচালক) পৃষ্ঠাটো Sajid Wajid পৃষ্ঠাৰপৰা হুবহু অনুবাদ নকৰি আজিৰ কাকত সমূহৰ নিউজৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা হৈছে। সেয়ে অনামিকা বৰাই পিছত সৃষ্টি কৰা পৃষ্ঠাটোত ৱাজিদ খান (সংগীত পৰিচালক)ৰ সম্পাদনা ব্যৱহাৰ নকৰিলে সুখী হ'ম। পৃষ্ঠাটো স্থানান্তৰ নকৰি তেওঁ পুনৰ নতুন পৃষ্ঠা এটা কিয় সৃষ্টি কৰিলে বুজি পোৱা নগ'ল।JyotiPN (talk) 16:27, 1 June 2020 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
ছাজিদ খান (সংগীত পৰিচালক) শিৰোনামৰ পৃষ্ঠা সৃষ্টি কৰিলে স্থানান্তৰ নকৰাকৈ ৰাখিব পৰা যাব। দিব্য দত্ত (বাৰ্তা) 16:39, 1 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আপুনি যি ভাল দেখে কৰক। পৃষ্ঠা স্থানান্তৰ কৰাত মোৰ অলপো আপত্তি নাই। কিন্তু অনামিকাই মোৰ পৃষ্ঠাটো ৰাতিপুৱা ৫ বজাত বনাই থোৱাৰ পাছতো নিজে সাজিদ-ৱাজিদ নামেৰে নতুন পৃষ্ঠা এটা কিয় বনালে এইটোৱে মই বুজি নাপালোঁ। আশাকৰোঁ প্ৰশাসক ৰূপে আপুনি উচিত সিদ্ধান্তই ল'ব। গতিকে এই বিষয়ত অধিক বিবাদলৈ নগৈ মই আপোনাৰ ওপৰতে বিশ্বাস ৰাখিবলৈ ভাল পাম। আশাকৰোঁ ৱিকিয়ে সকলোৰে পৰিশ্ৰমৰ মূল্য দিব। ধন্যবাদেৰে- JyotiPN