ৱিকিপিডিয়া:একত্ৰিতকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰধান প্ৰৱন্ধ: ৱিকিপিডিয়াৰ প্ৰতিলিপি

একত্ৰিতকৰণ এটা অ-স্বয়ংক্ৰিয় পদ্ধতি যাৰ দ্বাৰা দুই বা তাতোধিক পৃষ্ঠাৰ সমলবোৰ একেটা পৃষ্ঠাতে একত্ৰিত কৰা হয়। ইয়াৰ ফলত যিবোৰ পৃষ্ঠাৰ সমল প্ৰতিলিপি কৰা হৈছে, সেই উৎস পৃষ্ঠাৰ পৰা লক্ষ্য পৃষ্ঠালৈ এটা পুনঃনিৰ্দেশনাৰ সৃষ্টি হয়।

তলত উল্লেখিতবোৰ প্ৰস্তাৱ কৰিবলৈ আলোচনা পদ্ধতি ব্যৱহাৰ নকৰিব:

একত্ৰিতকৰণৰ কাৰণসমূহ[সম্পাদনা কৰক]

চমুপথ:
WP:MERGEREASON

একত্ৰিতকৰণৰ বহু কাৰণ আছে:

  1. নকল: একে পৰিসৰৰ একে বিষয়ৰ দুই বা তাতোধিক পৃষ্ঠা থাকিলে।
  2. Overlap: There are two or more pages on related subjects that have a large overlap. Wikipedia is not a dictionary; there does not need to be a separate entry for every concept. For example, "flammable" and "non-flammable" can both be explained in an article on flammability.
  3. Text: If a page is very short and is unlikely to be expanded within a reasonable amount of time, it often makes sense to merge it with a page on a broader topic. For example, parents or children of a celebrity who are otherwise unremarkable are generally covered in a section of the article on the celebrity (and can be merged there).
  4. Context: If a short article requires the background material or context from a broader article in order for readers to understand it. For example, minor characters from works of fiction are generally covered in a "List of characters in <work>" article (and can be merged there); see also Wikipedia:Notability (fiction).

তলৰ কাৰণবোৰৰ বাবে একত্ৰিতকৰণ উচিত নহয়:

  1. একত্ৰিত কৰাৰ ফলত যদি বহু দীঘল পৃষ্ঠাৰ সৃষ্টি হয়
  2. যদি পৃথক বিষয় কেইটাৰ সম্পৰ্কে বিস্তৃত বিৱৰণ সমৃদ্ধ প্ৰৱন্ধ হয়
  3. চুটি হ'লেও প্ৰৱন্ধবোৰ যদি একক প্ৰৱন্ধ হোৱাৰ যোগ্য