কে শিৱ ৰেড্ডী
অৱয়ব
কে শিৱ ৰেড্ডী | |
---|---|
২০১২ চনত শিৱ ৰেড্ডী | |
জন্ম | ১৯৪৩ (বয়স ৮০–৮১) গুন্তুৰ, অন্ধ্ৰ প্ৰদেশ, ভাৰত |
নাগৰিকত্ব | ভাৰতীয় |
পেচা | কবি |
উল্লেখযোগ্য কৰ্ম | মহানা-অ’-মহানা, পক্কাকি অট্টিগিলেতি |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
কে শিৱ ৰেড্ডী (ইংৰাজী: K Siva Reddy) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ কবি। অন্ধ্ৰ প্ৰদেশৰ গুন্তুৰত তেওঁৰ জন্ম হৈছিল। ১৯৯৬ চনত তেওঁ তেওঁৰ কাব্য-সংকলন ‘মহানা-অ’-মহানা’ৰ[1] বাবে তেলেগু ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[2] ২০১৮ চনত কাব্য-সংকলন ‘পক্কাকি অট্টিগিলেতি’ (Pakkaki Ottigilite)ৰ বাবে তেওঁক সৰস্বতী সন্মানেৰে সন্মানিত কৰা হয়।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]কে শিৱ ৰেড্ডী হায়দৰাবাদৰ বিবেক বৰ্ধিনী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল আৰু তেওঁ তাত পঁয়ত্ৰিশ বছৰ ইংৰাজী পঢ়াইছিল। তেওঁ আফ্ৰিকান আৰু ইউৰোপীয় কবিতা তেলেগুলৈ অনুবাদ কৰিছে।
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Aame Evaraite Matram, Palapitta Prachuranalu, হায়দৰাবাদ, ২০০৯
- Posaganivannee, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ২০০৮
- অতনু-চৰিত্ৰ, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ২০০৫
- Vrittalekhini, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ২০০৩
- অন্তৰ্জনম, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ২০০২
- Kavisamayam, Sahiti Mitrulu, বিজয়াবাড়া, ২০০০
- Jaitrayatra, Sivareddy Mithrulu, হায়দৰাবাদ ১৯৯৯
- Varsham, Varsham, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৯৯
- Naa Kalala Nadi Anchuna, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৯৭
- Ajeyam, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৯৪
- শিৱাৰেড্ডী কবিতা, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৯১
- মহানা! অ’-মহানা!, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৮৮
- ভাৰামিতি, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৮৩
- নেত্ৰা ধনুষু, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৭৮
- Aasupatrigeetam, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৭৬
- Charya, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৭৫
- ৰক্তম সুৰ্য়ুদু, ঝাৰি পয়েট্ৰি চাৰ্কল, হায়দৰাবাদ, ১৯৭৩[4]
স্বীকৃতি
[সম্পাদনা কৰক]- সাহিত্য অকাডেমি বঁটা, ১৯৯০
- সৰস্বতী সন্মান, ২০১৮
- সিদ্ধাৰ্থ কালাপীতম পুৰস্কাৰম
- ড° সোমাসুন্দৰ সাহিত্য পুৰস্কাৰম
- ৱিচালা সাহিত্যি এৱাৰ্ড[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "sahitya-akademi.gov.in-Telugu". http://sahitya-akademi.gov.in/awards/akademi%20samman_suchi.jsp#TELUGU.
- ↑ "K. Siva Reddy". Poetry International Rotterdam. Archived from the original on 23 April 2019. https://web.archive.org/web/20190423013400/https://www.poetryinternationalweb.net/pi/site/poet/item/16074/27/K-Siva-Reddy। আহৰণ কৰা হৈছে: 23 April 2019.
- ↑ "K Siva Reddy to get Saraswati Samman". Hindustan Times, New Delhi. https://www.hindustantimes.com/india-news/k-siva-reddy-to-get-saraswati-samman/story-edPLtEtSy1xDs1CasJ2xuO.html। আহৰণ কৰা হৈছে: 23 April 2019.
- ↑ "Bibliography". https://www.poetryinternational.org/pi/poet/16074/K-Siva-Reddy/en/tile.
- ↑ "prakritifoundation.com". http://prakritifoundation.com/artiseprofile/k-siva-reddy/.
|