তেলেগু ভাষা
(তেলেগুৰ পৰা পুনঃনিৰ্দেশিত)
তেলেগু | |
---|---|
తెలుగు | |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | অন্ধ্ৰ প্ৰদেশ তেলঙ্গানা |
স্থানীয় ভাষিক |
প্ৰায় ৮ কোটি |
ভাষা পৰিয়াল |
দ্ৰাবিড়ীয়
|
লিখন প্ৰণালী | তেলেগু লিপি |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
![]() |
ভাষা সংকেত | |
ISO 639-1 | te |
ISO 639-2 | tel |
ISO 639-3 | tel |
তেলেগু (তেলেগু ভাষাত: తెలుగు তেলুগু, আ-ধ্ব-ব: [ˈt̪elʊgʊ]) হ'ল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলঙ্গানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা। [1][2]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Dravidian Language Family". National Virtual Translation Center. 2007. http://www.nvtc.gov/lotw/months/april/DravidianLanguageFamily.htm। আহৰণ কৰা হৈছে: 2007-11-13.
- ↑ "Image of Indian languages and total speakers". Archived from the original on 2007-05-24. https://web.archive.org/web/20070524104936/http://www.ciil.org/Main/Languages/indian.htm। আহৰণ কৰা হৈছে: 2007-02-13.
|
|