সদস্য বাৰ্তা:-chanakyakdas/archive-three

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

-chanakyakdas Can you refund this page সুশোভন সোনু ৰয় I want to add more reliable sources on this page. 117.227.40.255 13:42, 16 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অনুপ্ৰেৰণাৰ পদক[সম্পাদনা কৰক]

অনুপ্ৰাণিত ৱিকিপিডিয়ান


অসমীয়া ৱিকিপিডিয়াত তোমাৰ একাণপতিয়া অৱদান দেখি আমি অভিভূত হৈছোঁ। ২০২২ বৰ্ষত ৱিকিৰ বিভিন্ন ক্ষেত্ৰত তোমাৰ নিস্বাৰ্থ অৱদানৰ বাবে এই সামান্য উপহাৰ আগবঢ়ালোঁ"
-Nayan j Nath (বাৰ্তা) 05:51, 1 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath: ধন্যবাদ দাদা। — চাণক্য (বাৰ্তা) 12:18, 1 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Need your input on a policy impacting gadgets and UserJS[সম্পাদনা কৰক]

Dear interface administrator,

This is Samuel from the Security team and I hope my message finds you well.

There is an ongoing discussion on a proposed policy governing the use of external resources in gadgets and UserJS. The proposed Third-party resources policy aims at making the UserJS and Gadgets landscape a bit safer by encouraging best practices around external resources. After an initial non-public conversation with a small number of interface admins and staff, we've launched a much larger, public consultation to get a wider pool of feedback for improving the policy proposal. Based on the ideas received so far, the proposed policy now includes some of the risks related to user scripts and gadgets loading third-party resources, best practices for gadgets and UserJS developers, and exemptions requirements such as code transparency and inspectability.

As an interface administrator, your feedback and suggestions are warmly welcome until July 17, 2023 on the policy talk page.

Have a great day!

Samuel (WMF), on behalf of the Foundation's Security team 23:02, 7 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)

সংক্ষিপ্ত পৃষ্ঠা সমূহ কিয় বিলোপ কৰোৱা হৈছে? ইংৰাজী (WP:OR) আৰু হিন্দী ৱিকিপডিয়াটো (वि:मूल शोध) সংক্ষিপ্ত ৰূপত পৃষ্ঠা আছে যাতে উল্লেখ কৰোতে সুবিধা হয়। KZ 03:14, 25 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@KhiLanTzi পৃষ্ঠাসমূহ ৱিকিপিডিয়া/প্ৰকল্প নামস্থানৰ পৰিৱৰ্তে মূল নামস্থান/প্ৰবন্ধ নামস্থানত সৃষ্টি কৰা হৈছিল। ― চাণক্য (বাৰ্তা) 13:38, 26 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিচাৰক পদক (এছিয়ান মাহ, ২০২৩)[সম্পাদনা কৰক]

বিচাৰকৰ পদক

  হে ৱিকি সতীৰ্থ; অসমীয়া ৱিকিপিডিয়াত বৰ্তমান চলি থকা ৱিকিপিডিয়া এছিয়ান মাহ ২০২৩ শীৰ্ষক প্ৰবন্ধ লেখন প্ৰতিযোগিতাত বিচাৰকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি সফলতাৰে প্ৰতিযোগিতাখন আগবঢ়াই নিয়াত যি বৰঙণি আগবঢ়াইছে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। আপোনাৰ সুস্বাস্থ্য কামনাৰে।

__অসমীয়া ৱিকিমিডিয়া সমাজ

@Chiring chandan: Thank you! — চাণক্য (বাৰ্তা) 23:45, 20 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এছিয়ান মাহৰ সহযোগী[সম্পাদনা কৰক]

এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ