সদস্য:দিব্য দত্ত/সংৰক্ষণ/১

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংৰক্ষিত পাঠ আৰু দৰকাৰী লিংক

কমন.জেছফুলৰ তালিকাএই মাহৰ লক্ষ্য
অসমীয়া ৱিকিপিডিয়াত থাকিবলগীয়া অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা
সংৰক্ষণ ১ (২০১৫-২০২০)
সংৰক্ষণ ২ (২০২১-২০২২)

সন্মান[সম্পাদনা কৰক]

অনুপ্ৰাণিত ৱিকিপিডিয়ান


অসমীয়া ৱিকিপিডিয়াত তোমাৰ একাণপতিয়া অৱদান দেখি আমি অভিভূত হৈছোঁ। তোমাৰ নিস্বাৰ্থ অৱদানৰ বাবে এই সামান্য উপহাৰ আগবঢ়ালোঁ"
প্ৰভাকৰ শৰ্মা নেওগ (talk) 09:07, 12 August 2015 (UTC)

সাঁচ[সম্পাদনা কৰক]

Intricate syntax template আৰু module বিলাক সাৱধানেৰে সম্পাদনা কৰিব দেই! এনেই কৈ থৈছোঁ। গণ্ডগোলীয়া বস্তু। — গীতাৰ্থ বৰদলৈ (talk) 20:34, 10 ছেপ্টেম্বৰ 2014 (UTC)

আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ গীতটো বিশ্ববিদ্যালয়ৰ প্ৰবন্ধটোত সুমুৱাই দিয়া হ'ল যেতিয়া গীতৰ কথাৰ প্ৰবন্ধটো বিলোপন প্ৰত্যাহাৰৰ প্ৰশ্ন নুঠে। — গীতাৰ্থ বৰদলৈ (talk) 20:37, 10 ছেপ্টেম্বৰ 2014 (UTC)

তলত আপোনাৰ চহী দেখি ওপৰৰ শাৰীটোও আপুনি লিখা বুলি ভাবিছিলোঁ।

সাচৰ অনুবাদ[সম্পাদনা কৰক]

সাঁচবোৰ অনুবাদ কৰোঁতে নামবোৰো অসমীয়া অনুলিপি বা অনুবাদ কৰিছাঁ নেকি? আৰু তোমাৰ ফোন নংটো দিবাঁচোন।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 09:21, 25 মাৰ্চ 2015 (UTC)

সাময়িকভাৱে দি লৈছো, পিছত সাঁচৰ ডাটাখিনি ইংৰাজী {{convert}}, [[module:convert]], [[module:convert/text]], [[module:convert/data]] লৈ কপি-পেষ্ট কৰিম বুলি ভাবিছোঁ। ফোন নং - 9854769256 দিব্য দত্ত (talk) 10:20, 25 মাৰ্চ 2015 (UTC)
সাঁচৰ নামবোৰ অসমীয়াকৰন নকৰাই ভাল। মাত্ৰ সাঁচটোৰ কথাখিনি অসমীয়াত থালিকেই হ'ল। প্ৰভাকৰ শৰ্মা নেওগ (talk) 06:38, 27 মাৰ্চ 2015 (UTC)

এপ্ৰিল ২০১৫[সম্পাদনা কৰক]

ফেব্ৰুৱাৰীত সম্পাদনা কৰা প্ৰবন্ধ নহয় মাৰ্চত কৰা বুলি আহিব লাগে। হীৰক নয়ন ভূঞা (talk) 19:45, 29 মাৰ্চ 2015 (UTC)

হয়, ভুল ৰৈ গৈছিল। ধন্যবাদ। দিব্য দত্ত (talk) 20:45, 29 মাৰ্চ 2015 (UTC)

ৱিকিপত্ৰিকা সম্পাদকীয়[সম্পাদনা কৰক]

ভাষা আন্দোলনৰ কথাটো উল্লেখ নকৰাই ভাল। ভাষা অন্দোলনত শিলচৰতো ১১জন মৰিছে। সঁচা কথা কবলৈ গলে ভাষা আন্দোলনৰ বাবে আমি অসমীয়া কেইটাহে দায়ী। এইবোৰ স্পৰ্শকাতৰ বিষয়ৰ পৰা আঁতৰি থাকিব লাগে। প্ৰভাকৰ শৰ্মা নেওগ (talk) 13:58, 30 জুন 2015 (UTC)

আঁতৰাই দিলোঁ। দিব্য দত্ত (talk) 14:23, 30 জুন 2015 (UTC)

Templates[সম্পাদনা কৰক]

টেম্পলেট বিলাকৰ নামবিলাকো অসমীয়ালৈ অনুবাদ কৰিছানেকি? যেনে কেলেণ্ডাৰ? তেনে কৰিলে বেমেজালি হ'ব পাৰে। কোন কোন টেম্পলেট অনুবাদ কৰিছাঁ লিংক কেইটা দিবাচোন। প্ৰভাকৰ শৰ্মা নেওগ (talk) 04:56, 8 জুলাই 2015 (UTC)

Re:চিত্ৰ[সম্পাদনা কৰক]

সেইখন ক'ৰবাৰ পৰা সংগ্ৰহ কৰা আছিল! অস ৱিকিৰ পৰাও আঁতৰাই দিব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 06:19, 19 July 2015 (UTC)

এই মাহৰ ৱিকিপিডিয়ান: জুলাই[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

জলি বৰা (talk) 06:53, 28 July 2015 (UTC)

Categorization[সম্পাদনা কৰক]

Lat's not use broad category "শ্ৰেণী:জীৱবিজ্ঞান" for articles like "বৃহদান্ত্ৰ". There are appropriate sub-categories for that. We'll have to move a lot of pages from the "জীৱবিজ্ঞান" category to sub-categories. — গীতাৰ্থ বৰদলৈ (talk) 08:06, 29 July 2015 (UTC)

OK. জীৱবিজ্ঞানত মুঠ কিমান প্ৰবন্ধ আছে, সেইটো নিৰ্ণয় কৰিবলৈ সহজ হ'ব বুলি মই টেগটো লগাই গৈছিলোঁ। দিব্য দত্ত (talk) 18:47, 29 July 2015 (UTC)

এই মাহৰ ৱিকিপিডিয়ান: অক্টোবৰ[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


জলি বৰা (talk) 16:26, 2 October 2015 (UTC)

শ্ৰেণী[সম্পাদনা কৰক]

চলচ্চিত্ৰৰ শ্ৰেণীকেইটাত ইংৰাজী সংখ্যা লিখিলে যে? — গীতাৰ্থ বৰদলৈ (talk) 17:51, 13 October 2015 (ইউ.টি.চি.)

জীৱবিজ্ঞানৰ ভোটাতৰা পদক[সম্পাদনা কৰক]

জীৱবিজ্ঞানৰ ভোটাতৰা
জীৱবিজ্ঞান সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ। জলি বৰা (talk) 22:45, 29 October 2015 (ইউ.টি.চি.)

A barnstar for you![সম্পাদনা কৰক]

The Asian Month Barnstar
Thanks for your great contribution in Wikipedia Asian Month 2015! AddisWang (talk) 04:16, 2 December 2015 (ইউ.টি.চি.)

এডিটাথন[সম্পাদনা কৰক]

অসমৰ প্ৰবন্ধ তালিকাত "Assam (Orthodox) Logo" আৰু "Muga Silk of Assam (Logo)" বুজি নাপালোঁ। — গীতাৰ্থ বৰদলৈ (talk) 18:14, 27 January 2016 (ইউ.টি.চি.)

আমি এৰী, মুগা, পাট, অসম চাহ, জহা চাউল, পিঠা এইবোৰ ভৰাই দিব পাৰোঁ।
অসমৰ এৰী, পাট জহা চাউল, পিঠা আদিয়ে GI মৰ্যাদা পাইছে জানো? অধিকাৰীক ৱেবছাইটত নাপালো। তেজপুৰৰ লেচু আৰু কাৰ্বি আংলংৰ আদায়ে GI মৰ্যাদা পাইছে। এই লিংকটো চাবচোন।

-অজয় দাস  (বাৰ্তা) 11:13, 29 January 2016 (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদক[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়া আৰু ৱিকিউৎসত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্প দুটাক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব। — গীতাৰ্থ বৰদলৈ (talk) 18:51, 31 মে' 2016 (ইউ.টি.চি.)

ধন্যবাদ[সম্পাদনা কৰক]

"অক্টোবৰ মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে মোক বিভূষিত কৰা বাবে ধন্যবাদ। আগলৈও ৱিকিত অৱদান আগবঢ়াই যাবলৈ চেষ্টা কৰিম। চাণক্য কুমাৰ দাস (talk) 13:04, 26 October 2016 (ইউ.টি.চি.)

ৱিকিপিডিয়া চন্দ্ৰলৈ[সম্পাদনা কৰক]

আন আন প্ৰবন্ধৰ লগতে মোৰ সত্য সাই বাবা, বিজ্ঞানৰ দৰ্শন, ছি জিনপিং, বাহাই ধৰ্ম আদি প্ৰবন্ধকেইটাও নিৰ্বাচিত প্ৰবন্ধলৈ উন্নীত কৰিবলৈ অনুৰোধ জনালো। IKHazarika (talk) 05:32, 29 October 2016 (ইউ.টি.চি.)

আৰ্তিকল ফিচাৰ কৰা কাৰ্য[সম্পাদনা কৰক]

মই বিষ্ণু শইকিয়া চাৰক শুধিছিলো, আপোনাক ক'বলৈ ক'লে আৰু নিজেই কৰি ল'ব পাৰিম বুলি ক'লে। মই মোৰ কেইটামান কৰিলো, আপুনি সেইকেইটাৰ লগতে আন আন প্ৰবন্ধ চাবলৈ অনুৰোধ কৰিলো। সময় পাৰ হ'ল যদিও মেতাত এতিয়ালৈকে পেজ আপদেত হোৱা নাই। IKHazarika (talk) 16:20, 3 November 2016 (ইউ.টি.চি.)

অল এফে[সম্পাদনা কৰক]

ৱিকিডেটাত আপডেট কৰিলে হ'ব যেন পইছো, মোৰ কেইটা আহিলে, টেগ লগাই অসমীয়া ৱিকিপিডিয়াৰ ফিচাৰ্ড আৰ্টিকল লিষ্টত যোগ কৰি ৱিকিডেটাত আপডেট কৰিছিলো তথ্য মোঅওৰ প্ৰবন্ধকেIটাৰ। অপুনি আপোনাৰ কেইটা নাই হোৱা বুলি কোৱাত মই মই ফিচাৰ্ড আৰ্তিকলৰ অসমীয়া লিষ্টখন আপডেট কৰিলো পিচে এতিয়াও আপদেত হোৱা নাই, ৱিকিদেতাত পৃষ্ঠাকেইখনৰ বেজ ফিচাৰ্ড আৰ্তিকলৰ কৰি চাও। হ'ব লাগ্এeএ IKHazarika (talk) 08:42, 5 November 2016 (ইউ.টি.চি.)

শুভ নৱবৰ্ষ![সম্পাদনা কৰক]

Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.

“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)

পদক[সম্পাদনা কৰক]

ফটোগ্ৰাফাৰৰ পদক
যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ বাবে উপযোগী বহুতো মূল্যৱান চিত্ৰ যোগ দি আপুনি আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে এই পদক প্ৰদান কৰিলো। আগলৈকে একেই উৎসাহেৰে কাম কৰি যাব বুলি আশা ৰাখিছোঁ। -- জলি বৰা (talk) 17:40, 31 March 2019 (ইউ.টি.চি.)

ডাক[সম্পাদনা কৰক]

ডাকৰ বচনৰ লগত অসমীয়া জাতীয় জীৱনৰ সম্বন্ধ গভীৰ। সেয়ে কোৱা হয়— ডাকৰ বচন অসমীয়া জন-জীৱনৰ ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক কোষ, ‘ডাকৰ বচন বেদৰ বাণী’। ভাৰতীয় মানুহৰ দৃষ্টিত বেদ-বাক্যৰ মূল্য যিমান, অসমীয়া জনজীৱনতো ডাকৰ বচনৰ মূল্য সিমান। ডাকৰ বচনৰ শিক্ষা বাস্তৱ জীৱনৰ শিক্ষা। উল্লেখযোগ্য যে ডাকৰ বচনসমূহ কেৱল অসমতেই নহয় বংগদেশ, বিহাৰ আদি ঠাইতো প্ৰচলিত। ডাক এজন মানুহ নে ডাকৰ বচন নিৰ্ব্যক্তিক ৰচনা সেই বিষয়েও মতভেদ আছে।

কাৰিকৰী পদক[সম্পাদনা কৰক]

কাৰিকৰী বিশেষজ্ঞ পদক
'অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ_
— গীতাৰ্থ বৰদলৈ (talk) 09:09, 31 May 2019 (ইউ.টি.চি.)

ফুলকোঁৱৰ পদক[সম্পাদনা কৰক]

ফুলকোঁৱৰ পদক
ফুল সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ। -অজয় দাস  (বাৰ্তা) 11:37, 21 June 2019 (ইউ.টি.চি.)

হাবুং[সম্পাদনা কৰক]

হাবুং প্ৰবন্ধটো Administrator review হোৱা নাই নেকি? যদি কিবা উন্নত / শুধৰণি কৰিব লাগিয়া আছে জনাব। ইংৰাজী ৱিকিপিডিয়াত লিখি প্ৰায় সম্পূৰ্ণ হৈছে অসমীয়া ৱিকিপিডিয়াত admin ৰ reviewখিনি হোৱা নাই চাগে। --সম্পাদক খিলঞ্জীয়া (talk) 02:48, 29 June 2019 (ইউ.টি.চি.)

ৰিভিউ হ’ল, কি সমস্যা হৈছে বাৰু! দিব্য দত্ত  (বাৰ্তা) 09:46, 29 June 2019 (ইউ.টি.চি.)

WikiConference India 2020: IRC today[সম্পাদনা কৰক]

{{subst:WCI2020-IRC (Oct 2019)}} MediaWiki message delivery (talk) 05:27, 20 October 2019 (ইউ.টি.চি.)

WikiConference India 2020: IRC today[সম্পাদনা কৰক]

Greetings, thanks for taking part in the initial conversation around the proposal for WikiConference India 2020 in Hyderabad. Firstly, we are happy to share the news that there has been a very good positive response from individual Wikimedians. Also there have been community-wide discussions on local Village Pumps on various languages. Several of these discussions have reached consensus, and supported the initiative. To conclude this initial conversation and formalise the consensus, an IRC is being hosted today evening. We can clear any concerns/doubts that we have during the IRC. Looking forward to your participation.

The details of the IRC are

Note: Initially, all the users who have engaged on WikiConference India 2020: Initial conversations page or its talk page were added to the WCI2020 notification list. Members of this list will receive regular updates regarding WCI2020. If you would like to opt-out or change the target page, please do so on this page.

This message is being sent again because template substitution failed on non-Meta-Wiki Wikis. Sorry for the inconvenience. MediaWiki message delivery (talk) 05:58, 20 October 2019 (ইউ.টি.চি.)

Thank you and Happy Diwali[সম্পাদনা কৰক]

Thank you and Happy Diwali
"Thank you for being you." —anonymous
Hello, this is the festive season. The sky is full of fireworks, tbe houses are decorated with lamps and rangoli. On behalf of the Project Tiger 2.0 team, I sincerely thank you for your contribution and support. Wishing you a Happy Diwali and a festive season. Regards and all the best. --Titodutta (talk) 13:19, 27 October 2019 (ইউ.টি.চি.)

অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা[সম্পাদনা কৰক]

দিব্য দা, ৱিকিপিডিয়া:অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাত নিজাকৈ প্ৰবন্ধ সংযোগ নকৰিব। এই তালিকাখন মেটা ৱিকিৰ (m:List of articles every Wikipedia should have) পৰা লোৱা হৈছে। ইয়াত ১০০০টা প্ৰবন্ধ আছে। তাতকৈ বেছি হ'ব নোৱাৰে। --SlowPhoton (talk) 12:18, 31 October 2019 (ইউ.টি.চি.)

ok দিব্য দত্ত  (বাৰ্তা) 12:28, 31 October 2019 (ইউ.টি.চি.)

broken Gadgets without js remove[সম্পাদনা কৰক]

Hello I have see this Wiki has broken Gadgets বিশেষ:গেজেটসমূহ, please create the js Files or remove the Gadgets from the Gadget-definition.--WikiBayer (talk) 10:30, 14 November 2019 (ইউ.টি.চি.)

[WikiConference India 2020] Invitation to participate in the Community Engagement Survey[সম্পাদনা কৰক]

This is an invitation to participate in the Community Engagement Survey, which is one of the key requirements for drafting the Conference & Event Grant application for WikiConference India 2020 to the Wikimedia Foundation. The survey will have questions regarding a few demographic details, your experience with Wikimedia, challenges and needs, and your expectations for WCI 2020. The responses will help us to form an initial idea of what is expected out of WCI 2020, and draft the grant application accordingly. Please note that this will not directly influence the specificities of the program, there will be a detailed survey to assess the program needs post-funding decision.

MediaWiki message delivery (talk) 05:10, 12 December 2019 (ইউ.টি.চি.)

টাইগাৰ প্ৰবন্ধকাৰ পদক[সম্পাদনা কৰক]

টাইগাৰ প্ৰবন্ধকাৰ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি বাঘৰ দৰে উদ্দ্যমেৰে ২৭টা প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয়। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮জন অংশগ্ৰহণকাৰীয়ে ২০৫টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 10:57, 21 January 2020 (ইউ.টি.চি.)

[WikiConference India 2020] Conference & Event Grant proposal[সম্পাদনা কৰক]

WikiConference India 2020 team is happy to inform you that the Conference & Event Grant proposal for WikiConference India 2020 has been submitted to the Wikimedia Foundation. This is to notify community members that for the last two weeks we have opened the proposal for community review, according to the timeline, post notifying on Indian Wikimedia community mailing list. After receiving feedback from several community members, certain aspects of the proposal and the budget have been changed. However, community members can still continue engage on the talk page, for any suggestions/questions/comments. After going through the proposal + FAQs, if you feel contented, please endorse the proposal at WikiConference_India_2020#Endorsements, along with a rationale for endorsing this project. MediaWiki message delivery (talk) 18:21, 19 February 2020 (ইউ.টি.চি.)

ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ[সম্পাদনা কৰক]

ৱিকি লাভ্‌ছ ৱুমেন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 04:43, 3 April 2020 (ইউ.টি.চি.)

delet a file please[সম্পাদনা কৰক]

I'm sorry. mistakenly I upload a file see here. please delet it.

[Small wiki toolkits – Indic workshop series 2020] Register now! - Reminder[সম্পাদনা কৰক]

Note:You have received this message as you an interface-admin on your home Wikimedia project.


Greetings, hope this message finds you all in the best of your health, and you are staying safe amid the ongoing crisis.

Firstly, to give you context, Small wiki toolkits (SWT) is an initiative to support small wiki communities, to learn and share technical and semi-technical skills to support, maintain, and grow. We are happy to inform you that the SWT group has planned a series of four online workshops for Indic Wikimedia community members during June & July 2020. These workshops have been specifically designed and curated for Indic communities, based on a survey conducted early this year. The four workshops planned in this regard are;

  • Understanding the technical challenges of Indic language wikis (by Birgit): Brainstorming about technical challenges faced by contributors to Indic language Wikimedia projects.
  • Writing user scripts & gadgets (by Jayprakash12345): Basics to intermediate-level training on writing user scripts (Javascript and jQuery fundamentals are prerequisites).
  • Using project management & bug reporting tool Phabricator (by Andre): Introduction to Phabricator, a tool used for project management and software bug reporting.
  • Writing Wikidata queries (by Mahir256): Introduction to the Wikidata Query Service, from writing simple queries to constructing complex visualizations of structured data.
You can read more about these workshops at: SWT Indic Workshop Series 2020/Workshops -- exact dates and timings will be informed later to selected participants.

Registration is open until 24 May 2020, and you can register yourself by visiting this page! These workshops will be quite helpful for Indic communities to expand their technical bandwidth, and further iterations will be conducted based on the response to the current series. Looking forward to your participation! If you have any questions, please contact us on the talk page here. MediaWiki message delivery (talk) 14:06, 22 May 2020 (ইউ.টি.চি.)

নেমু আৰু কাজিনেমু[সম্পাদনা কৰক]

দিব্য দা, আপুনি পূৰ্বৰ কাজিনেমু প্ৰবন্ধটো নেমুলৈ স্থানান্তৰ কৰিলে। সেয়া ইংৰাজী Lime পৃষ্ঠাৰ লগত ৱিকিডাটাত যোগ কৰা আছিল। যিহেতু Lime বুলি কলে বহুতো ফলক বুজায় আৰু ই প্ৰচলিত নেমুতকৈ বেলেগ সেয়ে সেই পৃষ্ঠা লাইমলৈ স্থানান্তৰ কৰি পূৰ্বৰ নেমু প্ৰবন্ধটো আকৌ নেমুলৈ স্থানান্তৰ কৰা প্ৰস্তাৱ আগবঢ়াইছোঁ। সদ্যহতে কাজিনেমু পৃষ্ঠাখন খালি বা ডিলিট কৰি দিলে মই নতুনকৈ সৃষ্টি কৰিম। বৰ্তমানত থকা পৃষ্ঠাখন ইংৰাজী Lemonৰ পৰা অনুবাদ কৰিছিলোঁ, সেয়ে কাজিনেমুৰ লগত মিলা নাই। -  অজয়  আহক আলোচনা কৰোঁ 14:52, 24 May 2020 (ইউ.টি.চি.)

@অজয় দাস: সদ্যহতে Lemonটো নেমু আৰু Limeটো লাইম কৰি দিছোঁ। দিব্য দত্ত  (বাৰ্তা) 17:20, 24 May 2020 (ইউ.টি.চি.)

কাৰিকৰী বিশেষজ্ঞ পদক[সম্পাদনা কৰক]

কাৰিকৰী বিশেষজ্ঞ পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ - চাণক্য (বাৰ্তা) 04:45, 30 May 2020 (ইউ.টি.চি.)

লাচিত চেনিটাইজাৰ[সম্পাদনা কৰক]

@দিব্য দত্ত:, @Mridul Kumar Sharmah:: লাচিত চেনিটাইজাৰত ব্যৱহাৰ কৰা দাৰিটো ভুল যেন লাগিছে। দাৰিৰ কাৰণে । bengali currency numerator four ব্যৱহাৰ কৰা হৈছে। মোৰ বোধেৰে । devanagari danda-ৰ ব্যৱহাৰহে শুদ্ধ। দুয়োটা দেখাত একে যদিও কাম কিন্তু বেলেগ বেলেগ। unicode lookup-ত চাব পাৰে। আৰু ক'মাৰ পাছৰ space দিয়া হৈছে, সংখ্যাৰ ক্ষেত্ৰত সেয়া শুদ্ধকৈ কাম নকৰে, যেনে ১২,০০০ ক ১২, ০০০ কৰে। বটটোত সেইকাৰণে মই ক'মাটো ৰখা নাই। বটটোৰ যদি-চিহ্নবোৰ তলত দিয়া ধৰণে ৰাখিছোঁ:

incorrect, correct
'। ','। '
'। ','। '
'। ','। '
'॥','॥'
'॥','॥'
'! ','! '
'; ','; '
'?','?'
'। ','। '
'। ','। '

--SlowPhoton (talk) 03:10, 3 June 2020 (ইউ.টি.চি.)

@SlowPhoton: তলৰ ক’ডখিনি ঠিকেই আছে নিশ্চয়,
  • x = x.replace(/। /g, ।" ");
  • x = x.replace(/। /g, ।" ");
  • x = x.replace(/ \?/g, ?"");
  • x = x.replace(/॥/g, "॥");
  • x = x.replace(/! /g, !" ");
  • x = x.replace(/; /g, "; ");
  • x = x.replace(/॥/g, '॥');
  • x = x.replace(/॥/g, "॥");
  • x = x.replace(/॥/g, "॥");

বাকী ক'মাটো ঠিক কৰা হ'ব। দিব্য দত্ত  (বাৰ্তা) 05:03, 3 June 2020 (ইউ.টি.চি.)

হয় ঠিকেই আছে। --SlowPhoton (talk) 05:26, 3 June 2020 (ইউ.টি.চি.)
হ’ব এনেকৈ ৰাখি দিয়ক॥ --Mridul Kumar Sharmah (talk) 10:01, 3 June 2020 (ইউ.টি.চি.)
" quotation mark-টো শুদ্ধকৈ কাম কৰা নাই। যেনে "উদাহৰণ" -ক “উদাহৰণ“ কৰিছে। মোৰ বোধেৰে ইয়াক replace নকৰাই ভাল হ'ব। --SlowPhoton (talk) 03:54, 6 June 2020 (ইউ.টি.চি.)
হয়, আঁতৰাই দিলোঁ। --দিব্য দত্ত  (বাৰ্তা) 12:03, 6 June 2020 (ইউ.টি.চি.)

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients[সম্পাদনা কৰক]

tiger face
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

বঙালী ৰ চিনাক্তকৰণ স্ক্ৰিপ্ট[সম্পাদনা কৰক]

@দিব্য দত্ত, Gitartha.bordoloi, অজয় দাস: মই বঙালী ৰ চিনাক্তকৰণ কৰা এটা স্ক্ৰিপ্ট লিখিছোঁ। যদি কোনো প্ৰবন্ধৰ শিৰোনাম, পাঠ্য, বা শেহতীয়া সাল-সলনি আদিত বঙালী ৰ ব্যৱহাৰ হয়, তেন্তে এই স্ক্ৰিপ্টটোৱে তাক চিনাক্ত কৰি নটিফিকেচন দিব। ব্যৱহাৰ কৰি চাবচোন। উপযোগী যেন লাগিলে সকলোৰে সন্মতিসাপেক্ষে গেজেটৰূপে প্ৰতিষ্ঠাপন কৰিব পৰা যাব। --SlowPhoton (talk) 09:19, 15 June 2020 (ইউ.টি.চি.)

mw.loader.load('//meta.wikimedia.org/w/index.php?title=User:SlowPhoton/Script/BengaliRChecker.js&action=raw&ctype=text/javascript');

বঢ়িয়া হৈছে, মই পৰীক্ষা কৰি চালো। সমাজৰ বাটচ'ৰাত প্ৰস্তাৱ এটা দিয়ক। দিব্য দত্ত  (বাৰ্তা) 10:18, 15 June 2020 (ইউ.টি.চি.)
ধন্যবাদ। আৰু অলপ পৰীক্ষা কৰি লওঁ। তাৰ পাছত প্ৰস্তাৱটো দি দিম। --SlowPhoton (talk) 10:46, 15 June 2020 (ইউ.টি.চি.)
SlowPhoton, বঢ়িয়া। গেজেটৰ কাৰণে সন্মতি নালাগে চাগে, সকলোকে জনালেই হ'ব। জাননীখন এনেকৈ দিব পাৰা- "এই পৃষ্ঠাটোত বঙালী ৰ লুকাই আছে। অনুগ্ৰহ কৰি সংলগ্ন "লাচিত" সঁজুলিৰে সকলো বৰ্ণাশুদ্ধি নিবাৰণ কৰক।" — গীতাৰ্থ বৰদলৈ (talk) 06:30, 16 June 2020 (ইউ.টি.চি.)
@দিব্য দত্ত: সঁজুলিৰূপে স্থাপন কৰি দিবচোন। পাছত ৰাইজৰ চ'ৰাত জনাই দিম। --SlowPhoton (talk) 18:00, 15 October 2020 (ইউ.টি.চি.)
@SlowPhoton:  কৰা হ'ল দিব্য দত্ত  (বাৰ্তা) 18:23, 15 October 2020 (ইউ.টি.চি.)
ধন্যবাদ --SlowPhoton (talk) 01:56, 16 October 2020 (ইউ.টি.চি.)

Wiki Loves Women South Asia Barnstar Award[সম্পাদনা কৰক]

Greetings!

Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020.

Keep shining!

Wiki Loves Women South Asia Team

MediaWiki message delivery (talk) 13:27, 5 July 2020 (ইউ.টি.চি.)

We sent you an e-mail[সম্পাদনা কৰক]

Hello দিব্য দত্ত/সংৰক্ষণ/১,

Really sorry for the inconvenience. This is a gentle note to request that you check your email. We sent you a message titled "The Community Insights survey is coming!" . If you have questions, email surveys@wikimedia.org.

You can see my explanation here.

MediaWiki message delivery (talk) 18:46, 25 September 2020 (ইউ.টি.চি.)

Mahatma Gandhi edit-a-thon on 2 and 3 October 2020[সম্পাদনা কৰক]

Hello,
Thanks for showing interest to participate in the Mahatma Gandhi 2020 edit-a-thon. The event starts tomorrow 2 October 12:01 am IST and will run till 3 October 11:59 pm IST.

Note a few points

  • You may contribute to any Wikimedia project on the topic: Mahatma Gandhi, his life and contribution. Please see this section for more details.
  • If you have added your name in the "Participants" section, please make sure that you have mentioned only those projects where you'll participate for this particular edit-a-thon. The list is not supposed to be all the projects once contributes to in general. You may go back to the page and re-edit if needed.

If you have questions, feel free to ask.
Happy Gandhi Jayanti. -- User:Nitesh (CIS-A2K) (sent using MediaWiki message delivery (talk) 23:09, 30 September 2020 (ইউ.টি.চি.))

বিশিষ্ট লেখক পদক[সম্পাদনা কৰক]

ছেপ্টেম্বৰ মাহত অসমীয়া ৱিকিপিডিয়াত সৰ্বমুঠ নটা নতুন প্ৰবন্ধৰ সৃষ্টিৰে আপোনাৰ আৱদান অমূল্য।

বিশিষ্ট লেখক পদক।
ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

পঞ্চশতক তাৰকা পদক[সম্পাদনা কৰক]

পঞ্চশতক তাৰকা পদক
অসমীয়া ৱিকিপিডিয়াত ৫০০+ প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়াক সমৄদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদক আগবঢ়াবলৈ পাই অত্যন্ত সুখী আৰু গৌৰৱবোধ কৰিছোঁ। আশাকৰোঁ আপুনি এনেদৰেই আপোনাৰ বলিষ্ঠ সম্পাদনাৰে ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকিব। -  অজয়  আহক আলোচনা কৰোঁ 03:19, 19 October 2020 (ইউ.টি.চি.)

Mahatma Gandhi 2020 edit-a-thon: Token of appreciation[সম্পাদনা কৰক]

Namaste, we would like to thank you for participating in Mahatma Gandhi 2020 edit-a-thon. Your participation made the edit-a-thon fruitful. Now, we are sending a token of appreciation to them who contributed to this event. Please fill the Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further. Please find the form here. Nitesh (CIS-A2K) (talk) 17:00, 26 October 2020 (ইউ.টি.চি.)

জেনিফাৰ ডাউডনা প্ৰবন্ধ সম্পাদনা[সম্পাদনা কৰক]

জেনিফাৰ ডাউডনা প্ৰবন্ধটোত আপুনি সম্পাদনা কৰি আগবঢ়োৱা বৰঙণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো। অনামিকা(চুমু) বড়া (talk) 14:32, 28 October 2020 (ইউ.টি.চি.)

এই মাহৰ ৱিকিপিডিয়ান[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

-  অজয়   আহক আলোচনা কৰোঁ 02:45, 30 October 2020 (ইউ.টি.চি.)

Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Dear editor,

Hope you are doing well. First of all, thank you for your participation in Mahatma Gandhi 2020 edit-a-thon.
Now, CIS-A2K is going to conduct a 2-day-long Festive Season 2020 edit-a-thon to celebrate Indian festivals. We request you in person, please contribute in this event too, enthusiastically. Let's make it successful and develop the content on our different Wikimedia projects regarding festivities. Thank you Nitesh (CIS-A2K) (talk) 18:22, 27 November 2020 (UTC)

Reminder: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedians,

Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST.

Please give some time and provide your support to this event and participate. You are the one who can make it successful! Happy editing! Thank You Nitesh (CIS-A2K) (talk) 15:53, 4 December 2020 (UTC)

Token of appreciation: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)

দ্যা ভিন্সি বঁ‌টা[সম্পাদনা কৰক]

দ্যা ভিন্সি বঁ‌টা
নমস্কাৰ! আপোনাক এই ক্ষুদ্ৰ পদকটি আগবঢ়াবলৈ পাই সুখী অনুভৱ কৰিছো। অসমীয়া ৱিকিপিডিয়া তথা ৱিকি উৎসৰ এজন প্ৰশাসক হিচাপে আপোনাৰ দক্ষতা প্ৰশংসনীয়। নিজ চেষ্টা আৰু কষ্টৰে তৈয়াৰ কৰা সঁজুলি সমূহৰ সংযোগৰে ৱিকিৰ কাম কাজ সমূহ সুলভ কৰি তোলাৰ বাবেও আপুনি প্ৰশংসাৰ পাত্ৰ। এইদৰে অসমীয়া ৱিকিপিডিয়া সমাজ খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনাৰ অৱদান নমস্য হৈ ৰ'ব। কৃতজ্ঞতাৰে -Nayan j Nath (talk) 20:10, 29 December 2020 (ইউ.টি.চি.)