সদস্য বাৰ্তা:সম্পাদক খিলঞ্জীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

নমস্কাৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

নমস্কাৰ, সম্ভাষণ গ্ৰহণ কৰিব। অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগ্ৰহৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। বৰ্তমান আপুনি ৱিকিপিডিয়াত তাঈ জাতি নামৰ এটা প্ৰৱন্ধ সৃষ্টি কৰিছে। কিন্তু দেখা গৈছে যে আপুনি লিখা প্ৰৱন্ধটোৰ তথ্যবোৰ আপুনি ক'ৰপৰা সংগ্ৰহ কৰিছে তাৰ কোনো উল্লেখ নাই। মন কৰিব যে, তথ্যৰ উৎসৰ উল্লেখ নথকা, নিজে গৱেষণা কৰি লিখা লেখা ৱিকিপিডিয়াত ৰখা নহয়। সেয়ে আপুনি লিখা লেখাবোৰৰ তথ্যবোৰৰ যদি উৎস উল্লেখ নকৰে, তেতিয়া সেই লেখাবোৰ বিলোপ কৰা হব পাৰে। গতিকে যিকোনো প্ৰৱন্ধ লিখিলে তাত দিয়া তথ্যবোৰৰ উৎস (মানে আপুনি তথ্যবোৰ ক'ৰ পৰা লৈছে) দিবলৈ অনুৰোধ জনালোঁ। - দিব্য দত্ত (বাৰ্তা) 05:12, 2 June 2019 (ইউ.টি.চি.)

Gnome-edit-redo.svgদিব্য দত্ত: ধন্যবাদ, মই অতি সোনকালে উৎস সমূহ প্ৰদান কৰিম,মোৰ সম্পাদনা সমূহ উৎস প্ৰসংগপুথিৰ পৰাই লোৱা হৈছে, মই প্ৰবন্ধটো লিখি শেষ হোৱা পাছত উৎস সমূহ যোগ দিম বুলি ভাবিছিলোঁ! তথ্যসূত্ৰ সমূহ নিশ্চয় অতি সোনকালে সংযোগ কৰা হব। সম্পাদক খিলঞ্জীয়া (talk) 05:39, 2 June 2019 (ইউ.টি.চি.)