সদস্য বাৰ্তা:সম্পাদক খিলঞ্জীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

নমস্কাৰ, সম্ভাষণ গ্ৰহণ কৰিব। অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগ্ৰহৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। বৰ্তমান আপুনি ৱিকিপিডিয়াত তাঈ জাতি নামৰ এটা প্ৰৱন্ধ সৃষ্টি কৰিছে। কিন্তু দেখা গৈছে যে আপুনি লিখা প্ৰৱন্ধটোৰ তথ্যবোৰ আপুনি ক'ৰপৰা সংগ্ৰহ কৰিছে তাৰ কোনো উল্লেখ নাই। মন কৰিব যে, তথ্যৰ উৎসৰ উল্লেখ নথকা, নিজে গৱেষণা কৰি লিখা লেখা ৱিকিপিডিয়াত ৰখা নহয়। সেয়ে আপুনি লিখা লেখাবোৰৰ তথ্যবোৰৰ যদি উৎস উল্লেখ নকৰে, তেতিয়া সেই লেখাবোৰ বিলোপ কৰা হব পাৰে। গতিকে যিকোনো প্ৰৱন্ধ লিখিলে তাত দিয়া তথ্যবোৰৰ উৎস (মানে আপুনি তথ্যবোৰ ক'ৰ পৰা লৈছে) দিবলৈ অনুৰোধ জনালোঁ। - দিব্য দত্ত (বাৰ্তা) 05:12, 2 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@দিব্য দত্ত: ধন্যবাদ, মই অতি সোনকালে উৎস সমূহ প্ৰদান কৰিম,মোৰ সম্পাদনা সমূহ উৎস প্ৰসংগপুথিৰ পৰাই লোৱা হৈছে, মই প্ৰবন্ধটো লিখি শেষ হোৱা পাছত উৎস সমূহ যোগ দিম বুলি ভাবিছিলোঁ! তথ্যসূত্ৰ সমূহ নিশ্চয় অতি সোনকালে সংযোগ কৰা হব। সম্পাদক খিলঞ্জীয়া (talk) 05:39, 2 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পৃষ্ঠা স্থানান্তৰ[সম্পাদনা কৰক]

পৃষ্ঠা এটা স্থানান্তৰ কৰাৰ আগতে অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাত মন্তব্য ৰাখিব আৰু আন ৱিকিপিডিয়াসকলৰ মতামতলৈ বাট চাব। ৱিকিপিডিয়াত প্ৰচলিত নামটোহে পৃষ্ঠা শিৰোনামত ব্যৱহাৰ হয়, লাগিলে সি অপভ্ৰংশ‌ই হওক। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 07:04, 15 August 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.