সদস্য:সম্পাদক খিলঞ্জীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সদস্য পৃষ্ঠা : সম্পাদক খিলঞ্জীয়া[সম্পাদনা কৰক]

নমস্কাৰ,মই বুৰঞ্জী সম্বন্ধিত বিভিন্ন সম্পাদনা কৰো। অসমীয়া ভাষাত আন্তৰ্জাতিক ভাৱে বুৰঞ্জীৰ ক্ষেত্ৰত বিশেষ প্ৰবন্ধৰ অভাৱ আছে,তাৰোপৰি অসমৰ সোণালী ইতিহাসৰ বিষয়ে খুব কমকৈ হে অসমীয়া ৱিকিপিডিয়াত উল্লেখ আছে সেয়েহে এই বিষয়ে অধিক তথ্য সংযোগৰ বাবে মই ৱিকিপপিডিয়াত যোগদান কৰিছোঁ। আশা ৰাখিছোঁ সকলো সম্পাদকৰ পৰা সঁহাৰি পাম।

বৰ্তমান কৰি থকা কাম আৰু কৰিবলগীয়া কাম[সম্পাদনা কৰক]

  • তাঈ জাতি
  • উত্তৰ পূবৰ তাঈ জনগোষ্ঠী
  • শান ভাষা
  • দেহং দাই