সদস্য বাৰ্তা:Nayan j Nath/Archive/2016-2022

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

তোলনি বিয়া প্ৰবন্ধৰ কিবা তথ্যসূত্ৰ থাকিলে দিবাচোন। — গীতাৰ্থ বৰদলৈ (talk) 15:29, 29 March 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

The Teamwork Barnstar
লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তোমালৈ এই বঁটা আগবঢ়ালো। আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিডিয়াত কাম কৰি যাবা বুলি আশা ৰাখিছোঁ। -- জলি বৰা (talk) 12:52, 31 March 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰতিভাবান ন-সম্পাদকৰ পদক[সম্পাদনা কৰক]

প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে তোমালৈ এই পদক আগবঢ়ালোঁ। ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰতত ভাগ লৈ ভালেকেইটা নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ বাবেও তুমি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে তুমি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিবা। Priyankush Deka 13:53, 31 March 2019 (ইউ.টি.চি.)

WLWI2019 Special Award[সম্পাদনা কৰক]

WLWI2019 Special Award
ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আপুনি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় পুৰস্কাৰ হিচাপে আপোনাক এই পদক প্ৰদান কৰিলোঁ। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! -- ViśvakoṣaSampādaka (talk) 02:31, 1 april 2019 (ইউ.টি.চি.)

উদীয়মান সম্পাদক পদক[সম্পাদনা কৰক]

উদীয়মান সম্পাদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে এগৰাকী নতুন সদস্য হিচাপে আপুনি যোৱা মাহত অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা বৰঙণিলৈ চাই আপোনাক “উদীয়মান সম্পাদক” পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

Gitartha.bordoloi (talk) ১২:০২, ৩১ May ২০১৯ (IST)

গধূলি গোপাল ফুল নামৰ প্ৰবন্ধটো সৃষ্টি কৰা বাবে ধন্যবাদ। পিছে ৱিকিত আগৰে পৰাই গধূলিগোপাল নামৰ প্ৰবন্ধটো আছেই। আপুনি পৰা সম্পাদনাবোৰ পুৰণি প্ৰবন্ধটোত সংযোগ কৰি নতুন প্ৰবন্ধটোৰ পৰা পুনঃনিৰ্দেশ এটা কৰি দিলে ভাল হ'ব। --SlowPhoton (talk) 07:10, 2 মে' 2019 (ইউ.টি.চি.)

বঙালী অনুবাদ[সম্পাদনা কৰক]

আপুনাৰ বাৰ্তাৰ বাবে ধন্য়বাদ, মই ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০ৰ বাবে এনেকুৱা দুটামান পৃষ্ঠা হাতত লৈছো, যিহেতু ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০ বৰ্তমানলৈকে আৰম্ভ হোৱা নাই সেয়েহে মই বাকী থকা অনুবাদ আৰু কামখিনি মোৰ জুইশাল (SANDBOX! )ত কৰি আছো| বঙালী অনুবাদখিনি পৃষ্ঠা তিনিটাৰ পৰা আঁতৰাই দিছো | --ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃  কথামেলপুথি-পাজী 14:36, 6 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অক্লান্ত কৰ্মী পদক[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত তোমাৰ অক্লান্ত অৱদানৰ বাবে কৃতজ্ঞতা জনাই এই পদক আগবঢ়ালো। আশা কৰোঁ তুমি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিবা।

--জলি বৰা (talk) 03:11, 29 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

টাইগাৰ প্ৰবন্ধকাৰ পদক[সম্পাদনা কৰক]

টাইগাৰ প্ৰবন্ধকাৰ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি বাঘৰ দৰে উদ্দ্যমেৰে ৩৯টা প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয়। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮জন অংশগ্ৰহণকাৰীয়ে ২০৫টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 10:56, 21 January 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ[সম্পাদনা কৰক]

ৱিকি লাভ্‌ছ ৱুমেন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 04:42, 3 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অমূল্য অৱদান পদক[সম্পাদনা কৰক]

অমূল্য অৱদান পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
মৰমৰ নয়ন,এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে তোমালৈ এই পদকটো আগবঢ়োৱা হ’ল। তোমাৰ এই গতি যাতে সদায়েই অব্যাহত থাকে।

--ঈশান জ্যোতি বৰা (talk) 09:49, 22 April 2020 (ইউ.টি.চি.)|}[উত্তৰ দিয়ক]

ধন্যবাদ! Nayan j Nath (talk) 04:50, 23 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients[সম্পাদনা কৰক]

tiger face
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

Wiki Loves Women South Asia Barnstar Award[সম্পাদনা কৰক]

Greetings!

Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020.

Keep shining!

Wiki Loves Women South Asia Team

MediaWiki message delivery (talk) 13:27, 5 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Thank you! Nayan j Nath (talk) 09:23, 6 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উৎস/ তথ্য সংগ্ৰহ নাই। একটু যোগ কৰুণ। আফতাবুজ্জামান (talk) 16:10, 12 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Mahatma Gandhi 2020 edit-a-thon: Token of appreciation[সম্পাদনা কৰক]

Namaste, we would like to thank you for participating in Mahatma Gandhi 2020 edit-a-thon. Your participation made the edit-a-thon fruitful. Now, we are sending a token of appreciation to them who contributed to this event. Please fill the Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further. Please find the form here. Nitesh (CIS-A2K) (talk) 17:57, 26 October 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Thanks for your contributions to Commons and the Wikidata datathon[সম্পাদনা কৰক]

Hi I first posted on your Commons talk page but now I am commenting here after seeing the note on your Commons userpage. I would really be interested in making some items on Wikidata for your uploads but I just need a bit more information - see my comment on Commons. Also, feel free to add Assamese labels and descriptions to items on Wikidata that may interest you! Thanks again, Jane023 (talk) 11:32, 27 October 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Dear editor,

Hope you are doing well. First of all, thank you for your participation in Mahatma Gandhi 2020 edit-a-thon.
Now, CIS-A2K is going to conduct a 2-day-long Festive Season 2020 edit-a-thon to celebrate Indian festivals. We request you in person, please contribute in this event too, enthusiastically. Let's make it successful and develop the content on our different Wikimedia projects regarding festivities. Thank you Nitesh (CIS-A2K) (talk) 18:22, 27 November 2020 (UTC)

Reminder: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedians,

Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST.

Please give some time and provide your support to this event and participate. You are the one who can make it successful! Happy editing! Thank You Nitesh (CIS-A2K) (talk) 15:53, 4 December 2020 (UTC)

Token of appreciation: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

গামোচা প্ৰসঙ্গ[সম্পাদনা কৰক]

গামোচাই এতিয়ালৈকে ভৌগোলিক স্বীকৃতি লাভ কৰা নাই। এই লৈ তৰ্ক-বিতৰ্ক চলিহে আছে। শেহতীয়া নিউজবোৰ পঢ়িবলৈ অনুৰোধ জনালোঁ। JyotiPN (talk) 11:04, 23 December 2020 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

সেয়া মই লিখা নহয়। মই মাত্ৰ এখন ফটো সংযোগ কৰিছোঁ। অনুগ্ৰহ কৰি সংশোধন সমূহ তুলনা কৰি চাব। Nayan j Nath (talk) 12:14, 23 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

যৌন শিক্ষা পদক[সম্পাদনা কৰক]

যৌন শিক্ষা পদক
গুৰুত্বপূৰ্ণ যৌন শিক্ষা বিষয়ৰ ৱিকিসুলভ মানদণ্ডৰে আপোনাৰ দ্বাৰা সম্পাদিত প্ৰবন্ধ সমূহে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ --  অজয়  কথা-বতৰা 07:49, 31 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: জানুৱাৰী ২০২১[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


অনামিকা(চুমু) বড়া (talk) 17:52, 31 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Reminder: Wikipedia 20th celebration "the way I & my family feels"[সম্পাদনা কৰক]

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 14:59, 1 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Wikipedia 20th anniversary celebration edit-a-thon[সম্পাদনা কৰক]

Dear editor,

I hope this message finds you well. Wikipedia 20th anniversary celebration edit-a-thon is going to start from tomorrow. This is a gentle reminder. Please take part. Happy editing. Thank you MediaWiki message delivery (talk) 18:03, 8 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Wikimedia Foundation Community Board seats: Call for feedback meeting[সম্পাদনা কৰক]

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মানৱ যৌনতা পদক[সম্পাদনা কৰক]

মানৱ যৌনতা পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত মানৱ যৌনতা সম্পৰ্কীয়া কেইবাটাও উচ্চ মানবিশিষ্ট প্ৰবন্ধৰ সংযোজনেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 08:09, 29 মে' 2021 (ইউ.টি.চি.)

চুতীয়া ৰাজ্য[সম্পাদনা কৰক]

@Nayan j Nath: চুতীয়া ৰাজ্য পেজটো edit কৰি আছো। citation যুগ কৰি আছো। অলপ ধৰ্য্য ধৰক। সকলোতে [উদ্ধৃতিৰ প্ৰয়োজন] tag লগাই নুফুৰিব।Ananya Taye (বাৰ্তা) 08:30, 7 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বৰ ভাল। প্ৰয়োজনীয় অংশত টেগ লগোৱা হৈছে। অনুগ্ৰহ কৰি বানানৰ ক্ষেত্ৰটো গুৰুত্ব দিব। বহুত বানান ভুল লিখিছে। _Nayan j Nath (বাৰ্তা) 08:34, 7 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Nayan j Nath/Archive,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities[সম্পাদনা কৰক]

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৰামায়ণ কথকতা পদক
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ আপুনি হিন্দু কিংবদন্তি, ৰামায়ণ বিষয়ক ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধ সাৱলীল অনুবাদেৰে অসমীয়া ৱিকিপিডিয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে। ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ- 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 08:47, 1 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Feedback for Mini edit-a-thons[সম্পাদনা কৰক]

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Wiki Loves Women South Asia 2021 Newsletter #1[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021view details!
Thank you for organizing the Wiki Loves Women South Asia 2021 edition locally in your community. We have updated some prize related information on the project's main page and we're asking you to update your local project page by following that.

As well as for the convenience of communication and coordination, the information of the organizers is being collected through a Google form, we request you to fill it out.

This message has been sent to you because you are listed as a local organizer in Metawiki. If you have changed your decision to remain as an organizer, update the list.

Regards,
Wiki Loves Women Team 13:14, 17 August 2021 (ইউ.টি.চি.)

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় Nayan j Nath/Archive,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Hi, Nayan Dada. Sorry for writing in English. I understand Asamese but cannot write. I'm requesting you to change the title of the page: অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী. The page should be renamed after as "ঠাকুৰ অনুকূলচন্দ্ৰ". Anukulchandra Chakravarty popularly known as Thakur Anukulchandra and I can assure you that it doesn't violate wikipedia rule because I've already managed the title in Bangla wikipedia from "Anukulchandra Chakravarty" to "Thakur Anukulchandra" with proper logic and information. Kindly change the title, it will be helpful to find this article. Thanks. Preetidipto.21 (বাৰ্তা) 21:30, 19 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Preetidipto.21:, স্থানান্তৰ কৰা হৈছে। ধন্যবাদ! -Nayan j Nath (বাৰ্তা) 12:19, 1 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversary[সম্পাদনা কৰক]

Mahatma Gandhi 2021 edit-a-thon

Dear Wikimedian,

Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আয়োজক পদক[সম্পাদনা কৰক]

আয়োজক পদক
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১ প্ৰতিযোগিতা অনুষ্ঠিত কৰাত আপোনাৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই বিশেষ আয়োজক পদকটি আগবঢ়ালোঁ। আশা কৰোঁ আগলৈকো ৱিকিমিডিয়া প্ৰকল্পৰ কাম-কাজ ৰাইজৰ মাজলৈ নিয়াত আপোনাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে— অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- -𝕂𝕦𝕝𝕕𝕙𝕒𝕣 ℝ𝕒𝕓𝕙𝕒𝕋𝕒𝕝𝕜- 16:22, 1 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আদ্ভিত্য নামৰ আহিবলগীয়া অসমীয়া ছবিখনৰ প্ৰশংগত।[সম্পাদনা কৰক]

নমস্কাৰ । আদ্ভিত্য নামৰ আহিবলগীয়া অসমীয়া ছবিখনৰ ইংৰাজী ভাষাৰ wikipedia পেজ খন বৰ্তমাদ "draft" হৈ আছে। নাম - draft: Advitya (film) - এইদৰে আছে। যিহেতু পেজখনত ইতিমধ্যে ছবিখনৰ তথ্য দিয়া আছে, আপোনালৈ মোৰ এয়া বিনম্ৰ অনুৰোধ যে উক্ত প্ৰবন্ধ টো ৰাইজৰ কাৰণে approve কৰি দিয়ে যেন।

ধন্যবাদ। Assameseboy (বাৰ্তা) 14:03, 2 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰথম কথা, ৱিকিপিডিয়াত প্ৰবন্ধ আদি প্ৰকাশৰ ক্ষেত্ৰত অনুমতিৰ প্ৰয়োজন নাথাকে। অৰ্থাৎ বেলেগে approve কৰাৰ প্ৰয়োজন নাথাকে। দ্বিতীয়তে ইংৰাজী ৱিকিপিডিয়া সম্পৰ্কীয় অভিযোগ অসমীয়া ৱিকিপিডিয়াৰ সদস্য/প্ৰশাসকক দিয়া নহয়। ইংৰাজী ৱিকি নীতি নিয়মৰ ক্ষেত্ৰত কিছু কঠোৰ, আপোনাৰ প্ৰবন্ধটো যদি উপযুক্ত তথ্যসহ প্ৰকাশযোগ্য প্ৰবন্ধ, তেন্তে নিশ্চয় ইয়াক গ্ৰহণ কৰা হৈছে। -Nayan j Nath (বাৰ্তা) 16:14, 2 November 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


WLWSA-2021 Newsletter #6 (Request to provide information)[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:23, 17 November 2021 (ইউ.টি.চি.)

বিশেষ নক্ষত্ৰ পদক[সম্পাদনা কৰক]

বিশেষ নক্ষত্ৰ পদক
প্ৰবন্ধ সৃষ্টি আৰু ৱিকিপত্ৰিকাৰ সম্পাদনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অসমীয়া ৱিকিপিডিয়াতক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ ধন্যবাদেৰে — চাণক্য (বাৰ্তা) 05:52, 1 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Invitation to organize Feminism and Folklore 2022[সম্পাদনা কৰক]

Dear Nayan j Nath/Archive/2016-2022,

You are humbly invited to organize Feminism and Folklore 2022 writing competion. This year Feminism and Folklore will focus on feminism, women biographies and gender-focused topics for the project in league with Wiki Loves Folklore gender gap focus with folk culture theme on Wikipedia.

You can help us in enriching the folklore documentation on Wikipedia from your region by creating or improving articles based on folklore around the world, including, but not limited to folk festivals, folk dances, folk music, women and queer personalities in folklore, folk culture (folk artists, folk dancers, folk singers, folk musicians, folk game athletes, women in mythology, women warriors in folklore, witches and witch hunting, fairy tales and more. Users can contribute to new articles or translate from the list of suggested articles here.

Organizers can sign up their local community using Sign up page and create a local contest page as one on English Wikipedia. You can also support us in translating the project page and help us spread the word in your native language.

Learn more about the contest and prizes from our project page. Feel free to contact us on our talk page or via Email if you need any assistance.

Looking forward for your immense coordination.

Thank you.

Feminism and Folklore Team,

Tiven2240

05:17, 11 January 2022 (ইউ.টি.চি.)

International Mother Language Day 2022 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedian,

CIS-A2K announced International Mother Language Day edit-a-thon which is going to take place on 19 & 20 February 2022. The motive of conducting this edit-a-thon is to celebrate International Mother Language Day.

This time we will celebrate the day by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource, items that need to be created on Wikidata [edit Labels & Descriptions], some language-related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about languages or related to languages. Anyone can participate in this event and editors can add their names here. Thank you MediaWiki message delivery (বাৰ্তা) 13:13, 15 February 2022 (ইউ.টি.চি.) [উত্তৰ দিয়ক]

On behalf of User:Nitesh (CIS-A2K)

Wikipedia Asian Month 2021 Postcard[সম্পাদনা কৰক]

Dear Participants,

Congratulations!

It's Wikipedia Asian Month's honor to have you all participated in Wikipedia Asian Month 2021, the seventh Wikipedia Asian Month. Your achievements were fabulous, and all the articles you created make the world can know more about Asia in different languages! Here we, the Wikipedia Asian Month International team, would like to say thank you for your contribution also cheer for you that you are eligible for the postcard of Wikipedia Asian Month 2021. Please kindly fill the form, let the postcard can send to you asap!

This form will be closed at March 15.

Cheers!

Thank you and best regards,

Wikipedia Asian Month International Team, 2022.02

এই মাহৰ ৱিকিপিডিয়ান: ফেব্ৰুৱাৰী, ২০২২[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

চাণক্য (বাৰ্তা) 17:23, 28 February 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ @-chanakyakdas Nayan j Nath (বাৰ্তা) 11:11, 7 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

International Women's Month 2022 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedians,

Hope you are doing well. Glad to inform you that to celebrate the month of March, A2K is to be conducting a mini edit-a-thon, International Women Month 2022 edit-a-thon. The dates are for the event is 19 March and 20 March 2022. It will be a two-day long edit-a-thon, just like the previous mini edit-a-thons. The edits are not restricted to any specific project. We will provide a list of articles to editors which will be suggested by the Art+Feminism team. If users want to add their own list, they are most welcome. Visit the given link of the event page and add your name and language project. If you have any questions or doubts please write on event discussion page or email at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 12:53, 14 March 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

On behalf of User:Nitesh (CIS-A2K)

প্ৰথম স্থান

অভিনন্দন!
প্ৰিয় সতীৰ্থ, যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২ প্ৰবন্ধ লিখন প্ৰতিযোগিতাত অসমীয়া ভাষাৰ প্ৰথম স্থান অধিকাৰ কৰাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই পদকটি যাচিলোঁ। — ---Chandan Chiring Phukon Chat 08:07, 30 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Feminism and Folklore 2022 - Local prize winners[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Congratulations for winning a local prize in Feminism and Folklore 2022 writing competition. Thank you for your contribution and documenting your local folk culture on Wikipedia. Please fill in your preferences before 15th of June 2022 to receive your prize. Requesting you to fill this form before the deadline to avoid disappointments.

Feel free to contact us if you need any assistance or further queries.

Best wishes,

FNF 2022 International Team

Stay connected  

MediaWiki message delivery (বাৰ্তা) 07:50, 22 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপত্ৰিকা পদক[সম্পাদনা কৰক]

ৱিকিপত্ৰিকা পদক
মাহেকীয়াভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণৰ বাবে আপুনি আগবঢ়াই অহা অমূল্য অৱদান আৰু নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটি আগবঢ়ালোঁ।  – 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 03:03, 30 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Kuldhar Rabha, আন্তৰিক কৃতজ্ঞতা! পত্ৰিকাখনত যতি নপৰাকৈ দলগত ভাৱে আমাৰ এই যাত্ৰা আগবাঢ়ি যাব। -Nayan j Nath (বাৰ্তা) 05:11, 30 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

June Month Celebration 2022 edit-a-thon[সম্পাদনা কৰক]

Dear User,

CIS-A2K is announcing June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month.

This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find here. Thank you Nitesh (CIS-A2K) (talk) 12:46, 21 June 2022 (UTC)

On behalf of User:Nitesh (CIS-A2K)

ঈশান জ্যোতি বৰা (বাৰ্তা) 08:01, 1 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

WikiConference India 2023: Program submissions and Scholarships form are now open[সম্পাদনা কৰক]

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

(on behalf of the WCI Organizing Committee)


দিৱস পদক[সম্পাদনা কৰক]

দিৱস পদক

প্ৰিয় সতীৰ্থ, ভালে সংখ্যক দিৱস সম্বন্ধীয় অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ সম্পাদনা তথা প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য পদকটি আপোনালৈ আগবঢ়োৱা হ’ল৷ আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷

- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ৷

অনামিকা(চুমু) বড়া (বাৰ্তা) 17:51, 1 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@অনামিকা(চুমু) বড়া, ধন্যবাদ! Nayan j Nath (বাৰ্তা) 02:41, 2 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline[সম্পাদনা কৰক]

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

On Behalf of, WCI 2023 Core organizing team.

Indic Wiki Improve-a-thon 2022[সম্পাদনা কৰক]

Dear Wikimedian, Glad to inform you that CIS-A2K is going to conduct an event, Indic Wiki improve-a-thon 2022, for the Indic language. It will run from 15 December to 5 January 2023. It will be an online activity however if communities want to organise any on-ground activity under Improve-a-thon that would also be welcomed. The event has its own theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. We invite you to plan a short activity under this event and work on the content on your local Wikis. The event is not restricted to a project, anyone can edit any project by following the theme. The event page link is here. The list is under preparation and will be updated soon. The community can also prepare their list for this improve-a-thon. If you have question or concern please write on here. Regards MediaWiki message delivery (বাৰ্তা) 07:35, 12 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Indic Wiki Improve-a-thon 2022 has started[সম্পাদনা কৰক]

Dear Wikimedians, As you already know, Indic Wiki improve-a-thon 2022 has started today. It runs from 15 December (today) to 5 January 2023. This is an online activity however if communities want to organise any on-ground activity under Improve-a-thon please let us know at program@cis-india.org. Please note the event has a theme Azadi Ka Amrit Mahatosav which is based on a celebration of the 75th anniversary of Indian Independence. The event will be for 20 days only. This is an effort to work on content enrichment and improvement. The event is not restricted to a particular project. The event page link is here please add your name in the participant's section. A few lists are there and we will add more. The community can also prepare their list for this improve-a-thon but we suggest you list stub articles from your Wiki. If you have a question or concern please write here. Regards MediaWiki message delivery (বাৰ্তা) 08:30, 15 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]