সদস্য:KhiLanTzi/পৰীক্ষাগাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য:KhiLanTzi/জুইশালৰ পৰা পুনঃনিৰ্দেশিত)

লাক-নি হল টাই-আহোম সকলৰ পৰম্পৰাত বৰ্ষপঞ্জী। আহোম সাহিত্য আৰু বুৰঞ্জীসমূহত দিন-তাৰিখ সমুহ লাক-নি প্ৰথাতে লিখা হৈছিল।[1] মুঠ ষাঠিটা লাক-নি মিলি এটা আৱৰ্তন পূৰ্ণ হয়। ষাঠি বছৰীয়া আৱৰ্তনৰ এই প্ৰথা চীনা তথা অইন এছীয় দেশ সমূহতো দেখা যায়।[2] লাক-নি প্ৰথাত মুঠ বাৰটা মাহ আৰু দহটা বাৰ থাকে।[3]

টাই-আহোম বাৰসমূহ[সম্পাদনা কৰক]

পৰম্পৰাগত টাই-আহোম লাক-নি প্ৰথাত মুঠ দহটা বাৰ থাকে। অন্যহাতে প্ৰায়বোৰ দিনপঞ্জি ব্যৱস্থাত সাতটা বাৰ দেখা যায়। টাই-আহোম বাৰসমূহ তলত দিয়া হৈছে[3]:-

ক্ৰমিক অসমীয়া লিপিত টাই-আহোম লিপিত
বান কাপ 𑜈𑜃𑜫 𑜀𑜆𑜫
বান দাপ 𑜈𑜃𑜫 𑜓𑜆𑜫
বান ৰাই 𑜈𑜃𑜫 𑜍𑜩
বান মু'ঙ 𑜈𑜃𑜫 𑜉𑜢𑜤𑜂𑜫
বান প্লেক 𑜈𑜃𑜫 𑜆𑜢𑜤𑜀
বান কাত 𑜈𑜃𑜫 𑜀𑜄𑜫
বান খুত 𑜈𑜃𑜫 𑜁𑜤𑜄𑜫
বান ৰুং 𑜈𑜃𑜫 𑜍𑜤𑜂𑜫
বান তাউ 𑜈𑜃𑜫 𑜄𑜰𑜫
১০ বান কা 𑜈𑜃𑜫 𑜀𑜡

টাই-আহোম মাহসমূহ[সম্পাদনা কৰক]

লাক-নি প্ৰথাত মাহ সমূহক ডু'ন বুলি কোৱা হয়। লাক-নি প্ৰথাত মুঠ ১২টা মাহ থাকে।[4]টাই আহোম নববৰ্ষৰ প্ৰথমটো মাহৰ নাম ডু'ন-চিঙ।[5] এই মাহ ইংৰাজী নৱেম্বৰ-ডিচেম্বৰ মাহত পৰে।

ক্ৰমিক অসমীয়া লিপিত টাই-আহোম লিপিত ইংৰাজী মাহ
ডু'ন-চিঙ 𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜂𑜫
ডু'ন-কাম 𑜓𑜢𑜤𑜃𑜫 𑜀𑜪
ডু'ন-ছাম 𑜓𑜢𑜤𑜃𑜫 𑜏𑜪
ডু'ন-ছি 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢
ডু'ন-হা 𑜓𑜢𑜤𑜃𑜫 𑜑𑜡
ডু'ন-ৰুক 𑜓𑜢𑜤𑜃𑜫 𑜍𑜤𑜀𑜫
ডু'ন-চিত 𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜄𑜫
ডু'ন-পেট 𑜓𑜢𑜤𑜃𑜫 𑜆𑜢𑜤𑜄𑜫
ডু'ন-কাও 𑜓𑜢𑜤𑜃𑜫 𑜀𑜰𑜫
১০ ডু'ন-ছিপ 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫
১১ ডু'ন-ছিপ-ইট 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜒𑜪𑜄𑜫
১২ ডু'ন-ছিপ-ছং 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜁

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. (Baruah 1930)
  2. Nussbaum, Louis-Frédéric (2005). "Jikkan-jūnishi". Japan Encyclopedia. Translated by Roth, Käthe. p. 420. ISBN 9780674017535
  3. 3.0 3.1 (Mohan Phukan 2016:84)
  4. (Phukan Baruah 1964:193)
  5. (Phukan Baruah 1964:193)

উৎস প্ৰসংগ[সম্পাদনা কৰক]

  1. Mohan Phukan, Medini Madhab Dulen (2016), Lao kham Tai Ngai Ngai A book of spoken Tai language, Northeast Tai Literary Association (Ban Oak Pup Lik Moung Tai) 
  2. Morey, Stephen (2015), Metadata and endangered archives: lessons from the Ahom Manuscripts Project In: From Dust to Digital: Ten Years of the Endangered Archives Programme [online.], Open Book Publishers, ISBN 978-2-8218-7626-2, https://books.openedition.org/obp/2224?lang=en#text 
  3. Phukan Baruah, B. N.N. (1964). Ahom lexicon. The government of Assam in the department of historical and antiquarian studies. https://books.google.co.in/books/about/Ahom_Lexicons.html?id=MfqkboCUdzwC&redir_esc=y. 
  4. Baruah, GC (1930), Ahom-Buranji, https://books.google.co.in/books/about/Ahom_Buranji.html?id=LKScnQEACAAJ&redir_esc=y 

[[শ্ৰেণী:টাই-আহোম]] [[শ্ৰেণী:বৰ্ষপঞ্জী]]