হোজাই জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Tanbiruzzaman (আলোচনা | বৰঙণি) অ পল্লৱ কুমাৰ নাথ (কথা-বতৰা)ৰ সম্পাদনাসমূহ Mohsin274য়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে । টেগ্: Rollback উলটিওৱা হৈছে SWViewer [1.6] |
Nayan j Nath (আলোচনা | বৰঙণি) Tanbiruzzaman (আলোচনা)-ই কৰা 434418 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে টেগ্: Undo |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
Districts |
|||
| Name = হোজাই |
| Name = হোজাই |
||
| Local = |
| Local = |
||
15 নং শাৰী: | 15 নং শাৰী: | ||
| Collector = |
| Collector = |
||
| Tehsils = ৩ |
| Tehsils = ৩ |
||
| LokSabha = |
| LokSabha = কাজিৰঙা লোকসভা সমষ্টি |
||
| Assembly = |
| Assembly = বিন্নাকান্দি, হোজাই, লামডিং |
||
| Highways = |
| Highways = |
||
| Vehicle = |
| Vehicle = |
||
81 নং শাৰী: | 81 নং শাৰী: | ||
== ৰাজনীতি == |
== ৰাজনীতি == |
||
হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল— |
হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল— |
||
* বিনাকান্দি |
|||
* যমুনামুখ |
|||
* হোজাই |
* হোজাই |
||
* লামডিং |
* লামডিং |
||
হোজাই জিলা |
হোজাই জিলা কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত। |
||
== তথ্য সংগ্ৰহ== |
== তথ্য সংগ্ৰহ== |
18:26, 30 September 2024ৰ সংস্কৰণ
Districts
| Name = হোজাই | Local = | State = অসম | Division = | HQ = হোজাই | Map = Hojai in Assam (India).svg | Coordinates = | Area = | Population = ৯৩১২১৮ | Year = ২০১১ | Urban = | Literacy = | SexRatio = | Collector = | Tehsils = ৩ | LokSabha = কাজিৰঙা লোকসভা সমষ্টি | Assembly = বিন্নাকান্দি, হোজাই, লামডিং | Highways = | Vehicle = | Religion = ইছলাম ৫৩.৬৫%, হিন্দু ৪৫.৫৩℅ | Website = http://nagaon.nic.in/hojai/index.html }}
হোজাই অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়।[1] হোজাই নৱগঠিত হোজাই জিলাৰ সদৰ। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়।
অসমীয়া এই অঞ্চলৰ চৰকাৰী ভাষা আৰু মেইতেই (মণিপুৰী) সহ-চৰকাৰী ভাষা।[2][3][4]
নামৰ উৎপত্তি
মধ্যযুগত হোজাই ডিমাছা-কছাৰী ৰাজ্যৰ অংশ আছিল। আহোম বুৰঞ্জীমতে, ডিমাছা-কছাৰী ৰাজ্য দিখৌ নদীৰ পৰা কলং নদী পৰ্যন্ত বিস্তৃত আছিল। হোজাইত বসবাসকাৰী ডিমাছা-কছাৰীসকল "হোজাই-কছাৰী" নামে জনাজাত আছিল। "হোজাই" ডিমাছা উপজাতিৰ এক বংশ বা গোষ্ঠী সম্ভৱত হোজাই নাম "হোজাই" গোষ্ঠীৰ নামৰ পৰা আহিছে।
জনগাঁথনি
২০১১ চনৰ লোকপিয়লমতে তিনিটা ৰাজহ চক্ৰ সংলগ্ন নৱগঠিত হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮জন। তাৰে ভিতৰত ৪৯,৯৫৬৫জন মুছলমান আৰু ৪২,৪০৬৫জন হিন্দু। অৰ্থাৎ হোজাই জিলাৰ জনসংখ্যাৰ মুছলমানৰ শতকৰা হাৰ ৫৩.৬৫% আৰু হিন্দুৰ শতকৰা হাৰ ৪৫.৫৩%। ডবকা ৰাজহ চক্ৰৰ মুছলমানৰ জনসংখ্যাৰ শতকৰা হাৰ প্ৰায় ৮৭%। হোজাই জিলাৰ আন দুটা ৰাজহ চক্ৰ হিন্দুপ্ৰধান।[5] ২০০১ চনত বৰ্তমান হোজাই জিলাৰ জনসংখ্যা আছিল ৭৪,৪৭৯১জন; তাৰে ভিতৰত ৩৭,৪২০৫জন মুছলমান আৰু ৩৬,৫১৮০জন হিন্দু। অৰ্থাৎ হোজাই জিলাত হিন্দুৰ জনসংখ্যাৰ হাৰ আছিল ৪৯.০৩% আৰু মুছলমান আছিল ৫০.২৪%। হোজাই জিলাত ২০০১ চনৰ পৰা ২০১১ চনলৈ জনসংখ্যা ২৫.০৩% বৃদ্ধি হৈছে।
তহচিল | সৰ্বমুঠ | হিন্দু | মুছলমান | হিন্দু % | মুছলমান % |
---|---|---|---|---|---|
হোজাই | ২২৮৫৩০ | ১৩৫৩৭৭ | ৯২৫৯০ | ৫৯.২৪% | ৪০.৫২% |
ডবকা | ৩০৩৭৬৭ | ৩৭৮৭২ | ২৬৫৩৬৬ | ১২.৪৭% | ৮৭.৩৫% |
লংকা | ৩৯৮৯২১ | ২৫০৮১৬ | ১৪১৬০৯ | ৬২.৮৭% | ৩৫.৫০% |
জিলা-২০১১ | ৯৩১২১৮ | ৪২৪০৬৫ | ৪৯৯৫৬৫ | ৪৫.৫৩% | ৫৩.৬৫% |
জিলা-২০০১ | ৭৪৪৭৯১ | ৩৬৫১৮০ | ৩৭৪২০৫ | ৪৯.০৩% | ৫০.২৪% |
ৰাজনীতি
হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল—
- বিনাকান্দি
- হোজাই
- লামডিং
হোজাই জিলা কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
তথ্য সংগ্ৰহ
- ↑ "Assam gets new district of Hojai" Archived 2016-07-01 at the Wayback Machine, The Northeast Today
- ↑ "Assam recognises Manipuri as associate official language in four districts" (en ভাষাত). Hindustan Times. 2024-02-24. https://www.hindustantimes.com/india-news/assam-recognises-manipuri-as-associate-official-language-in-four-districts-101708770769105.html। আহৰণ কৰা হৈছে: 2024-02-24.
- ↑ PTI (2024-02-24). "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/assam-cabinet-gives-nod-to-recognise-manipuri-as-associate-official-language-in-four-districts/article67881260.ece.
- ↑ "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en ভাষাত). The Indian Express. 2024-02-24. https://indianexpress.com/article/north-east-india/assam/assam-cabinet-recognise-manipuri-associate-official-language-four-districts-9178285/। আহৰণ কৰা হৈছে: 2024-02-24.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2016-06-17. https://web.archive.org/web/20160617132725/http://nagaon.nic.in/hojai/index.html। আহৰণ কৰা হৈছে: 2016-08-08.
- ↑ [1]
বহিসংযোগ
- http://nagaon.nic.in/hojai Archived 2019-01-13 at the Wayback Machine
|