সমললৈ যাওক

হোজাই জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
পল্লৱ কুমাৰ নাথ (কথা-বতৰা)ৰ সম্পাদনাসমূহ Mohsin274য়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া হৈছে ।
টেগ্‌: Rollback উলটিওৱা হৈছে SWViewer [1.6]
1 নং শাৰী: 1 নং শাৰী:
Districts
{{India Districts
| Name = হোজাই
| Name = হোজাই
| Local =
| Local =
15 নং শাৰী: 15 নং শাৰী:
| Collector =
| Collector =
| Tehsils = ৩
| Tehsils = ৩
| LokSabha = কাজিৰঙা লোকসভা সমষ্টি
| LokSabha = নগাঁও লোকসভা সমষ্টি
| Assembly = বিন্নাকান্দি, হোজাই, লামডিং
| Assembly = যমুনামুখ, হোজাই, লামডিং
| Highways =
| Highways =
| Vehicle =
| Vehicle =
81 নং শাৰী: 81 নং শাৰী:
== ৰাজনীতি ==
== ৰাজনীতি ==
হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল—
হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল—
* যমুনামুখ
* বিনাকান্দি
* হোজাই
* হোজাই
* লামডিং
* লামডিং
হোজাই জিলা কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
হোজাই জিলা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।


== তথ্য সংগ্ৰহ==
== তথ্য সংগ্ৰহ==

18:14, 30 September 2024ৰ সংস্কৰণ

হোজাই জিলা
অসমত হোজাইৰ অৱস্থান
অসমত হোজাইৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ হোজাই
মহকুমা
চৰকাৰ
 • লোকসভা সমষ্টি নগাঁও লোকসভা সমষ্টি
 • বিধানসভা সমষ্টি যমুনামুখ, হোজাই, লামডিং
জনসংখ্যা
 (২০১১)
 • মুঠ ৯৩১২১৮

হোজাই অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়।[1] হোজাই নৱগঠিত হোজাই জিলাৰ সদৰ। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়।

অসমীয়া এই অঞ্চলৰ চৰকাৰী ভাষা আৰু মেইতেই (মণিপুৰী) সহ-চৰকাৰী ভাষা।[2][3][4]

নামৰ উৎপত্তি

মধ্যযুগত হোজাই ডিমাছা-কছাৰী ৰাজ্যৰ অংশ আছিল। আহোম বুৰঞ্জীমতে, ডিমাছা-কছাৰী ৰাজ্য দিখৌ নদীৰ পৰা কলং নদী পৰ্যন্ত বিস্তৃত আছিল। হোজাইত বসবাসকাৰী ডিমাছা-কছাৰীসকল "হোজাই-কছাৰী" নামে জনাজাত আছিল। "হোজাই" ডিমাছা উপজাতিৰ এক বংশ বা গোষ্ঠী সম্ভৱত হোজাই নাম "হোজাই" গোষ্ঠীৰ নামৰ পৰা আহিছে।

জনগাঁথনি

২০১১ চনৰ লোকপিয়লমতে তিনিটা ৰাজহ চক্ৰ সংলগ্ন নৱগঠিত হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮জন। তাৰে ভিতৰত ৪৯,৯৫৬৫জন মুছলমান আৰু ৪২,৪০৬৫জন হিন্দু। অৰ্থাৎ হোজাই জিলাৰ জনসংখ্যাৰ মুছলমানৰ শতকৰা হাৰ ৫৩.৬৫% আৰু হিন্দুৰ শতকৰা হাৰ ৪৫.৫৩%। ডবকা ৰাজহ চক্ৰৰ মুছলমানৰ জনসংখ্যাৰ শতকৰা হাৰ প্ৰায় ৮৭%। হোজাই জিলাৰ আন দুটা ৰাজহ চক্ৰ হিন্দুপ্ৰধান।[5] ২০০১ চনত বৰ্তমান হোজাই জিলাৰ জনসংখ্যা আছিল ৭৪,৪৭৯১জন; তাৰে ভিতৰত ৩৭,৪২০৫জন মুছলমান আৰু ৩৬,৫১৮০জন হিন্দু। অৰ্থাৎ হোজাই জিলাত হিন্দুৰ জনসংখ্যাৰ হাৰ আছিল ৪৯.০৩% আৰু মুছলমান আছিল ৫০.২৪%। হোজাই জিলাত ২০০১ চনৰ পৰা ২০১১ চনলৈ জনসংখ্যা ২৫.০৩% বৃদ্ধি হৈছে।

তহচিল  অনুযায়ী হোজাই জিলাৰ ধৰ্মীয় তথ্য [6]
তহচিল সৰ্বমুঠ হিন্দু মুছলমান  হিন্দু % মুছলমান %
হোজাই ২২৮৫৩০ ১৩৫৩৭৭ ৯২৫৯০ ৫৯.২৪% ৪০.৫২%
ডবকা ৩০৩৭৬৭ ৩৭৮৭২ ২৬৫৩৬৬ ১২.৪৭% ৮৭.৩৫%
লংকা ৩৯৮৯২১ ২৫০৮১৬ ১৪১৬০৯ ৬২.৮৭% ৩৫.৫০%
জিলা-২০১১ ৯৩১২১৮ ৪২৪০৬৫ ৪৯৯৫৬৫ ৪৫.৫৩% ৫৩.৬৫%
জিলা-২০০১ ৭৪৪৭৯১ ৩৬৫১৮০ ৩৭৪২০৫ ৪৯.০৩% ৫০.২৪%

ৰাজনীতি

হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ’ল—

  • যমুনামুখ
  • হোজাই
  • লামডিং

হোজাই জিলা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।

তথ্য সংগ্ৰহ

বহিসংযোগ