সমললৈ যাওক

গৰেনা ফ্ৰী ফায়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
2401:4900:3A0D:1AC8:AC7A:33C8:5472:A666 (আলোচনা)-ই কৰা 291799 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
75 নং শাৰী: 75 নং শাৰী:
==বাহ্যিক সংযোগ==
==বাহ্যিক সংযোগ==
* {{Official website|https://ff.garena.com}}
* {{Official website|https://ff.garena.com}}
*[https://www.gadgetclock.com/games-kharido-100-free-fire-top-up-bonus-at-gameskharido-in/ How to buy diamonds for free fire from games kharido]


[[শ্ৰেণী:ভিডিঅ' গেম]]
[[শ্ৰেণী:ভিডিঅ' গেম]]

15:56, 20 August 2021ৰ সংস্কৰণ


ফ্ৰী ফায়াৰ
গৰেনা ফ্ৰী ফায়াৰ

বিকাশক ১১১ডটচ্ ষ্টুডিঅ'
প্ৰকাশক গৰেনা
গেম ইঞ্জীন ইউনিটি
প্লেটফৰ্ম এণ্ড্ৰইড,
আইঅ'এচ
মুক্তিৰ তাৰিখ ৪ ডিচেম্বৰ ২০১৭[1]
শৈলী ব্যাটাল ৰয়েল গেম
প্ৰকাৰ মাল্টিপ্লেয়াৰ

গৰেনা ফ্ৰী ফায়াৰ (ইংৰাজী: Garena Free Fire; 'ফ্ৰী ফায়াৰ যুদ্ধক্ষেত্ৰ' বা 'ফ্ৰী ফায়াৰ') ১১১ ডটচ্ ষ্টুডিঅ'য়ে বিকাশ/নিৰ্মাণ কৰা অনলাইন মোবাইল গেম। গৰেনাই ইয়াক ২০১৭ চনৰ ২০ নৱেম্বৰত প্ৰকাশ কৰে আৰু ২০১৭ চনৰ ৫ ডিচেম্বৰ তাৰিখে এণ্ড্ৰইড আৰু আইঅ'এচ অপাৰেটিং চিষ্টেমত উপলব্ধ কৰি দিয়ে। ২০১৯ চনৰ সৰ্বাধিক ডাউনলড্ দিয়া মোবাইল গেমৰ বাবে ২০১৯ চনত গৰেনা ফ্ৰী ফায়াৰে 'গুগল প্লে ষ্ট’ৰ'-ৰ তৰফৰ পৰা 'বেষ্ট পপুলাৰ ভোট গেম' বঁটা লাভ কৰিবলৈ সক্ষম হয়।[2] বৰ্তমান ই গেমটোক ৫০০ মিলিয়নৰো অধিক লোকে ডাউনলড্ কৰিছে।[3] এই খেলত ৫০জন (প্ৰায়) খেলৈ থাকে।[4]


ফ্ৰী ফায়াৰ মেক্স (Free Fire Max), হৈছে ফ্ৰী ফায়াৰৰ এক বৰ্ধিত সংস্কৰণ যিটোক বৰ্তমান বিকাশ কৰি আছে।[5] ফ্ৰী ফায়াৰ মেক্সৰ প্ৰাৰম্ভিক প্ৰাক-পঞ্জীয়ন মীনা অঞ্চলৰ বাবে মুকলি কৰিছে।[6]

মেপ

  • কালাহাৰি
  • পৰগেটোৰী
  • বাৰমুডা
  • বাৰমুডা ২.০

গেমপ্লে

এই ব্যাটাল ৰয়েল গেমটোত প্ৰায় পঞ্চাশজন খেলৈ থাকে। ইয়াক খেলুৱৈসকলে তিনিপ্ৰকাৰে খেলিব পাৰে- এজন (Solo); দুজন (Duo) নাইবা চাৰিজন (Squad) কৈ।

গেমটোত প্ৰৱেশ কৰা খেলৈসকলক প্ৰথমে এখন ল’বিত লৈ যোৱা হয়, য’ত তেওঁলোকে একেলগে প্ৰায় সকলো খেলৈকে চাব পাৰে। ইয়াৰ পিছত খেলৈসকলক এখন দ্বীপলৈ বিমানত লৈ যোৱা হয় (কেজুৱেল আৰু ৰেংক গেমত)।

বিমানত গৈ থাকোঁতে খেলৈসকলে পেৰাচুটৰ সহায়ত দ্বীপত লেণ্ড কৰিবলগীয়া হয়। আৰু অস্ত্ৰ-সস্ত্ৰ ব্যৱহাৰ কৰি শত্ৰুক মাৰি জয়ী হ’ব লাগে। খেলৈসকলে ইজনে-সিজনক বিচাৰি পোৱাকৈ এক নিৰ্দিষ্ট সময়ৰ অন্তত জ’ন (Zone) বৃত্তাকাৰত ক্ৰমে সৰু হৈ গৈ থাকে আৰু সেই জ’নৰ ভিতৰতে খেলৈসকলে খেলিব লাগে। খেলৰ একেবাৰে শেষত থকা খেলৈ বা খেলৈৰ গোটটোৱে Boyaah পায় অৰ্থাৎ বিজয়ী হয়।

চৰিত্ৰসমূহ

খেলখন খেলিবলৈ সহজ কৰাৰ লগতে ৰেংক আদি বঢ়াবলৈ বহুটো চৰিত্ৰ ব্যৱহাৰ কৰা হয়।[7] খেলৰ বিভিন্ন চৰিত্ৰসমূহ হ’ল ক্ৰমে-

  • আদাম
  • ইভ
  • অলিভীয়া
  • হায়াট’
  • এণ্ড্ৰিঅ’
  • এন্থনিঅ’
  • মোকো
  • হুঁকুং
  • জোচেফ
  • ডিজে আলোক[8]
  • মেক্সিম
  • ফ’ৰ্‌ড
  • লৌৰা
  • এলভাৰো
  • মিগুৱেল
  • ৰাফেল
  • নতৰা
  • নিকিতা
  • ক্লা
  • কেলী
  • মিচা
  • পালোমা
  • কিৰোলীন
  • এ১২৪
  • চানি
  • জোতা
  • ষ্টেফি
  • কাপিলা
  • জয়[9]
  • কে[10]

তথ্য উৎস

  1. "https://ff.garena.com". https://ff.garena.com/news/2017/1204/14.html/। আহৰণ কৰা হৈছে: ৯ মে ২০২০. 
  2. "https://www.pocketgamer.com". https://www.pocketgamer.com/articles/081817/garena-free-fire-exclusive-interview-what-does-the-future-hold-for-2019s-most-downloaded-mobile-game/। আহৰণ কৰা হৈছে: ৯ মে ২০২০. 
  3. "Google Play Store". https://play.google.com/store/apps/details?id=com.dts.freefireth। আহৰণ কৰা হৈছে: ১১ মে ২০২০. 
  4. "https://ff.garena.com". https://ff.garena.com/। আহৰণ কৰা হৈছে: ৯ মে ২০২০. 
  5. Bald, Cameron. "Garena to release Free Fire Max, an enhanced version of its hit battle royale game" (en ভাষাত). www.pocketgamer.com. https://www.pocketgamer.com/articles/082568/garena-to-release-free-fire-max-an-enhanced-version-of-its-hit-battle-royale-game/। আহৰণ কৰা হৈছে: 23 April 2020. 
  6. Partleton, Kayleigh (26 April 2021). "Garena opens pre-registrations for Free Fire Max for MENA users". Pocket Gamer.biz. https://www.pocketgamer.biz/news/76397/pre-registrations-free-fire-max-mena-users/. 
  7. "Garena Free Fire". https://ff.garena.com/chars/index/en/। আহৰণ কৰা হৈছে: 11 may 2020. 
  8. "DJ Alok character in Free Fire". sportskeeda.com. https://www.sportskeeda.com/esports/how-get-free-dj-alok-character-free-fire। আহৰণ কৰা হৈছে: 28 Sep 2020. 
  9. "New character in Free Fire - Hrithik Roshan". republicworld.com. https://www.republicworld.com/technology-news/gaming/new-character-in-free-fire-hrithik-roshan.html। আহৰণ কৰা হৈছে: 28 Sep 2020. 
  10. "Free Fire’s new character “K”: All you need to know about the in-game persona of KSHMR". https://www.sportskeeda.com/esports/free-fire-s-new-character-k-all-need-know-in-game-character-kshmr। আহৰণ কৰা হৈছে: 31 oct 2020. 

বাহ্যিক সংযোগ