সমললৈ যাওক

ৰশ্মি বনচল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox person | name = ৰশ্মি বনচ্‌ল | image = Rashmi Bansal (cropped).JPG | caption = ২০১১ চনত বন্‌চল | nationality = ভাৰতীয় | alma_mater = {{unbulleted list | আই আই এম, আহমেদাবাদ| চ’ফিয়া কলেজ ফ’ৰ ৱুমেন}} | occupation = লেখক | notable_works = {{unbulleted list | ষ্টে হাংগ...
 
সম্পূৰ্ণ
6 নং শাৰী: 6 নং শাৰী:
| alma_mater = {{unbulleted list | আই আই এম, আহমেদাবাদ| চ’ফিয়া কলেজ ফ’ৰ ৱুমেন}}
| alma_mater = {{unbulleted list | আই আই এম, আহমেদাবাদ| চ’ফিয়া কলেজ ফ’ৰ ৱুমেন}}
| occupation = লেখক
| occupation = লেখক
| notable_works = {{unbulleted list | ষ্টে হাংগ্ৰি ষ্টে ফুলিচ্‌ | কনেক্ট দ্য ডটচ্‌ | আই হেভ আ ড্ৰীম | প’ৰ লিটল ৰিচ্‌ শ্লাম | ফ’ল’ এভ্ৰি ৰেইনব’ | টেক মি হ’ম | এৰাইজ, আৱেক | গ’ডচ্‌ অউন কিট্‌চেন | টাচ্‌ দ্য স্কাই}}
| notable_works = {{unbulleted list | ষ্টে হাংৰি ষ্টে ফুলিচ্‌ | কনেক্ট দ্য ডটচ্‌ | আই হেভ আ ড্ৰীম | প’ৰ লিটল ৰিচ্‌ শ্লাম | ফ’ল’ এভ্ৰি ৰেইনব’ | টেক মি হ’ম | এৰাইজ, আৱেক | গ’ডচ্‌ অউন কিট্‌চেন | টাচ্‌ দ্য স্কাই}}
| spouse = যতীন বনচ্‌ল
| spouse = যতীন বনচ্‌ল
}}
}}
'''ৰশ্মি বনচাল''' (({{lang-en|Rashmi Bansal}}) এগৰাকী ভাৰতীয় অ-কল্পকাহিনী লেখক আৰু উদ্যোগী। ২০১৯ চনলৈকে উদ্যোগবৃত্তি বা শিল্পোদ্যোগৰ ওপৰত তেওঁ নখন কিতাপ লিখিছে।<ref>{{cite web|url=http://youthdevelopers.com/author-rashmi-bansal-biography-books-marriage/|title=Author Rashmi Bansal Biography, Books, Blog, Marriage, Husband, Daughter|publisher=Youth Developers|accessdate=5 November 2016 |language=}}</ref><ref name=yo>{{cite web|url=http://www.yosuccess.com/success-stories/rashmi-bansal/|title=Rashmi Bansal: An Author, Speaker and Entrepreneur!|publisher=Yo! Success|date=15 July 2015|accessdate=5 November 2016 |language=}}</ref> তেওঁৰ প্ৰথমখন কিতাপ 'ষ্টে হাংৰি ষ্টে ফুলিচ্‌'' (২০০৮) ২৫ জন উদ্যোগীৰ অভিজ্ঞতা সমূহ সামৰি লিখি উলিওৱা হৈছে আৰু আৰু কিতাপখনৰ অভিলেখ সংখ্যক পাঁচ লাখ কপি বিক্ৰী হৈছে।<ref>{{cite web|url=http://satyamsarvaiya.blogspot.in/2017_01_01_archive.html?m=1 |title=ASSIGNMENT COMMUNICATION SKILLS BOOK REVIEW ON: "STAY HUNGRY STAY FOOLISH"|author=Satyam Sarvaiya|publisher=Satyam Sarvaiya|date=9 January 2017|accessdate=17 March 2017|language=}}</ref>
'''ৰশ্মি বনচাল''' (({{lang-en|Rashmi Bansal}}) এগৰাকী ভাৰতীয় অ-কল্পকাহিনী লেখক আৰু উদ্যোগী।

==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
বনচ্‌ল দক্ষিণ মুম্বাইৰ ‘টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান’ত ডাঙৰ-দীঘল হৈছিল য’ত তেওঁৰ দেউতাক এজন জ্যোতিৰ্বিজ্ঞানী আছিল। কোলাবাৰ ‘ছেইণ্ট জোচেফ হাই স্কুল’ত পঢ়াৰ পিছত, তেওঁ ‘ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, আহমেদাবাদ’ৰ পৰা এম বি এ ডIগ্ৰী লোৱাৰ আগতে চফিয়া মহিলা মহাবিদ্যালয় (ছফিয়া কলেজ ফ’ৰ ৱুমেন)ত অধ্যয়ন কৰিছিল।<ref name=yo/>

==কৰ্মজীৱন==
==কৰ্মজীৱন==
===সাংবাদিক ৰূপে===
===সাংবাদিক ৰূপে===
‘ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট’ৰপৰা স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত ৰশ্মি বনচ্‌লে ‘টাইমছ অৱ ইণ্ডিয়া’ কাকতৰ ব্ৰেণ্ড মেনেজাৰ ৰূপে কাম কৰিছিল। ‘দ্য ইণ্ডিপেণ্ডেণ্ট’ৰ বাবে এটা যুৱ পৃষ্ঠাৰ কাম কৰাৰ পিছত বনচ্‌লে তেওঁৰ স্বামীৰ সহযোগত ‘জেম’ নামৰ আন এখন যুৱ আলোচনী প্ৰকাশ কৰিছিল।<ref name=nyt>{{cite news|url=http://india.blogs.nytimes.com/2011/09/19/a-conversation-with-rashmi-bansal/?_r=0|title=A Conversation With: Rashmi Bansal|author=Timmons, Heather|newspaper=New York Times|date=19 September 2011}}</ref><ref>{{cite web|url=http://www.iftf.org/future-now/article-detail/digital-capitalization-india-mumbai-bansal-12172008/|title=Digital capitalization, India, Mumbai, Bansal, 12/17/2008|publisher=IFTFdate=26 December 2008|accessdate=7 November 2016 |language=}}</ref>

===লেখক ৰূপে===
===লেখক ৰূপে===
তেওঁ আই আই এম, আহমেদাবাদৰ এজন অধ্যাপকৰ দ্বাৰা ''ষ্টে হাংৰি ষ্টে ফুলিচ্‌'' (২০০৮) লিখিবলৈ অনুপ্ৰাণিত হৈছিল; যি তেওঁক বিদ্যালয়ৰ ২৫ জন উদ্যোগীৰ অভিজ্ঞতা সমূহ সামৰি লোৱাৰ পৰামৰ্শ দিছিল। তেওঁৰ পৰৱৰ্তী কিতাপ ''কনেক্ট দ্য ডটচ্‌'' (২০১০)ত এম.বি.এ. ডিগ্ৰী নথকা উদ্যোগীসকলৰ অগ্ৰগতি অন্বেষণ কৰা হৈছে। তাইৰ কিতাপ ''আই হেভ আ ড্ৰীম'' (২০১১) সামাজিক উদ্যোগীসকলৰ ওপৰত কেন্দ্ৰীভূত আছিল।<ref name=yo/><ref name=nyt/>

‘দ্য নিউয়ৰ্ক টাইমছ’ৰ হিডাৰ টিমনছৰ সৈতে এক সাক্ষাৎকাৰত বনচ্‌লে ব্যাখ্যা কৰিছিল যে তেওঁ ''হিংলিছ'' ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল কিয়নো ই মানুহৰ কণ্ঠস্বৰক অধিক পোনপটীয়া ভাৱে প্ৰতিনিধিত্ব প্ৰদান কৰে আৰু "সেইবোৰক অধিক বাস্তৱিক কৰি তোলে"।<ref name=nyt/> শেহতীয়াকৈ, বনচ্‌লে উদ্যোগীসকলৰ ওপৰত চাৰিখন কিতাপ লিখিছে:- ''প’ৰ লিটল ৰিচ্‌ শ্লাম'', ''ফ’ল’ এভ্ৰি ৰেইনব’''<ref>[http://www.womensweb.in/articles/follow-every-rainbow-review/ Follow Every Rainbow]</ref> ''টেক মি হ’ম'' আৰু ''এৰাইজ, আৱেক''। <ref name=yo/>

==নিৰ্বাচিত কাম==
==নিৰ্বাচিত কাম==
# ''ষ্টে হাংৰি ষ্টে ফুলিচ্‌'' (ৱেষ্টলেণ্ড, ২০০৮)
# ''কনেক্ট দ্য ডটচ্‌'' (ৱেষ্টলেণ্ড, ২০১০)
# ''আই হেভ আ ড্ৰীম'' (ৱেষ্টলেণ্ড, ২০১১)
# ''প’ৰ লিটল ৰিচ্‌ শ্লাম'' (ৱেষ্টলেণ্ড, ২০১২)
# ''ফ’ল’ এভ্ৰি ৰেইনব’'' (ৱেষ্টলেণ্ড, ২০১৩)
# ''টেক মি হ’ম'' (ৱেষ্টলেণ্ড, ২০১৪)
# ''এৰাইজ, আৱেক'' (ৱেষ্টলেণ্ড, ২০১৫)
# ''গ’ডচ্‌ অউন কিট্‌চেন''<ref>[http://www.vowelor.com/book/gods-own-kitchen-rashmi-bansal-review/ "God's Own Kitchen"] by Rashmi Bansal, ''Westland''</ref> (ৱেষ্টলেণ্ড, ২০১৭)
==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==
{{ৰেফলিষ্ট}}
{{ৰেফলিষ্ট}}

03:15, 8 September 2021ৰ সংস্কৰণ

ৰশ্মি বনচ্‌ল

২০১১ চনত বন্‌চল
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান
  • আই আই এম, আহমেদাবাদ
  • চ’ফিয়া কলেজ ফ’ৰ ৱুমেন
পেচা লেখক
উল্লেখযোগ্য কৰ্ম
  • ষ্টে হাংৰি ষ্টে ফুলিচ্‌
  • কনেক্ট দ্য ডটচ্‌
  • আই হেভ আ ড্ৰীম
  • প’ৰ লিটল ৰিচ্‌ শ্লাম
  • ফ’ল’ এভ্ৰি ৰেইনব’
  • টেক মি হ’ম
  • এৰাইজ, আৱেক
  • গ’ডচ্‌ অউন কিট্‌চেন
  • টাচ্‌ দ্য স্কাই
দাম্পত্যসঙ্গী যতীন বনচ্‌ল

ৰশ্মি বনচাল ((ইংৰাজী: Rashmi Bansal) এগৰাকী ভাৰতীয় অ-কল্পকাহিনী লেখক আৰু উদ্যোগী। ২০১৯ চনলৈকে উদ্যোগবৃত্তি বা শিল্পোদ্যোগৰ ওপৰত তেওঁ নখন কিতাপ লিখিছে।[1][2] তেওঁৰ প্ৰথমখন কিতাপ 'ষ্টে হাংৰি ষ্টে ফুলিচ্‌ (২০০৮) ২৫ জন উদ্যোগীৰ অভিজ্ঞতা সমূহ সামৰি লিখি উলিওৱা হৈছে আৰু আৰু কিতাপখনৰ অভিলেখ সংখ্যক পাঁচ লাখ কপি বিক্ৰী হৈছে।[3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

বনচ্‌ল দক্ষিণ মুম্বাইৰ ‘টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান’ত ডাঙৰ-দীঘল হৈছিল য’ত তেওঁৰ দেউতাক এজন জ্যোতিৰ্বিজ্ঞানী আছিল। কোলাবাৰ ‘ছেইণ্ট জোচেফ হাই স্কুল’ত পঢ়াৰ পিছত, তেওঁ ‘ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, আহমেদাবাদ’ৰ পৰা এম বি এ ডIগ্ৰী লোৱাৰ আগতে চফিয়া মহিলা মহাবিদ্যালয় (ছফিয়া কলেজ ফ’ৰ ৱুমেন)ত অধ্যয়ন কৰিছিল।[2]

কৰ্মজীৱন

সাংবাদিক ৰূপে

‘ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট’ৰপৰা স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত ৰশ্মি বনচ্‌লে ‘টাইমছ অৱ ইণ্ডিয়া’ কাকতৰ ব্ৰেণ্ড মেনেজাৰ ৰূপে কাম কৰিছিল। ‘দ্য ইণ্ডিপেণ্ডেণ্ট’ৰ বাবে এটা যুৱ পৃষ্ঠাৰ কাম কৰাৰ পিছত বনচ্‌লে তেওঁৰ স্বামীৰ সহযোগত ‘জেম’ নামৰ আন এখন যুৱ আলোচনী প্ৰকাশ কৰিছিল।[4][5]

লেখক ৰূপে

তেওঁ আই আই এম, আহমেদাবাদৰ এজন অধ্যাপকৰ দ্বাৰা ষ্টে হাংৰি ষ্টে ফুলিচ্‌ (২০০৮) লিখিবলৈ অনুপ্ৰাণিত হৈছিল; যি তেওঁক বিদ্যালয়ৰ ২৫ জন উদ্যোগীৰ অভিজ্ঞতা সমূহ সামৰি লোৱাৰ পৰামৰ্শ দিছিল। তেওঁৰ পৰৱৰ্তী কিতাপ কনেক্ট দ্য ডটচ্‌ (২০১০)ত এম.বি.এ. ডিগ্ৰী নথকা উদ্যোগীসকলৰ অগ্ৰগতি অন্বেষণ কৰা হৈছে। তাইৰ কিতাপ আই হেভ আ ড্ৰীম (২০১১) সামাজিক উদ্যোগীসকলৰ ওপৰত কেন্দ্ৰীভূত আছিল।[2][4]

‘দ্য নিউয়ৰ্ক টাইমছ’ৰ হিডাৰ টিমনছৰ সৈতে এক সাক্ষাৎকাৰত বনচ্‌লে ব্যাখ্যা কৰিছিল যে তেওঁ হিংলিছ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল কিয়নো ই মানুহৰ কণ্ঠস্বৰক অধিক পোনপটীয়া ভাৱে প্ৰতিনিধিত্ব প্ৰদান কৰে আৰু "সেইবোৰক অধিক বাস্তৱিক কৰি তোলে"।[4] শেহতীয়াকৈ, বনচ্‌লে উদ্যোগীসকলৰ ওপৰত চাৰিখন কিতাপ লিখিছে:- প’ৰ লিটল ৰিচ্‌ শ্লাম, ফ’ল’ এভ্ৰি ৰেইনব’[6] টেক মি হ’ম আৰু এৰাইজ, আৱেক[2]

নিৰ্বাচিত কাম

  1. ষ্টে হাংৰি ষ্টে ফুলিচ্‌ (ৱেষ্টলেণ্ড, ২০০৮)
  2. কনেক্ট দ্য ডটচ্‌ (ৱেষ্টলেণ্ড, ২০১০)
  3. আই হেভ আ ড্ৰীম (ৱেষ্টলেণ্ড, ২০১১)
  4. প’ৰ লিটল ৰিচ্‌ শ্লাম (ৱেষ্টলেণ্ড, ২০১২)
  5. ফ’ল’ এভ্ৰি ৰেইনব’ (ৱেষ্টলেণ্ড, ২০১৩)
  6. টেক মি হ’ম (ৱেষ্টলেণ্ড, ২০১৪)
  7. এৰাইজ, আৱেক (ৱেষ্টলেণ্ড, ২০১৫)
  8. গ’ডচ্‌ অউন কিট্‌চেন[7] (ৱেষ্টলেণ্ড, ২০১৭)

তথ্যসূত্ৰ