সমললৈ যাওক

অনাদি পাতন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনাদি পাতন পদবন্ধে ৰচিত শংকৰদেৱ সৃষ্ট এখনি সাহিত্য৷ এই পুথিখন ৰচোঁতাই ভাগৱতৰ তৃতীয় স্কন্ধৰ আলমত ৰচনা কৰিছে৷ পুথিখন ভাগৱতৰ কাহিনীৰ লগতে বামন পুৰাণৰ কথাৰো উল্লেখ আছে৷ লেখকে নিজেই “বামন পুৰাণৰ কিছু মিশ্ৰ দিলোঁ তাত’’ বুলি স্বীকাৰ কৰি গৈছে৷[1] অনাদি পাতন' পুথিখন এখন বৃহৎ শাস্ত্ৰ আৰু ইয়াত প্ৰায় ৩০০-ৰো অধিক পদ আছে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "শংকৰদেৱ". https://as.m.wikisource.org/wiki/পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৩০ আহৰণ কৰা হৈছে: 17 September 2024.