সমললৈ যাওক

অনিল অধিকাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিল অধিকাৰী
পশ্চিমবঙ্গ বিধানসভা
কাৰ্যকাল
২০১১  ৩১ অক্টোবৰ ২০১৯
পূৰ্বসূৰী যোগেশ চন্দ্ৰ বৰ্মন
সমষ্টি ফালাকাটা
ব্যক্তিগত তথ্য
জন্ম প্ৰায়১৯৪৯
মৃত্যু ৩১ অক্টোবৰ ২০১৯ (বয়স ৭০)
ৰাজনৈতিক দল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
পেচা ৰাজনীতিবিদ

অনিল অধিকাৰী (প্ৰায়১৯৪৯ – ৩১ অক্টোবৰ ২০১৯) পশ্চিমবঙ্গৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ফালাকাটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

অনিল অধিকাৰী ২০১১ আৰু ২০১৬ চনত ফালাকাটা বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।[1][2] ২০১৯ চনৰ ৩১ অক্টোবৰত ৭০ বয়সত তেখেতৰ মৃত্যু হয়।[3]

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. "General Elections, India, 2011, to the Legislative Assembly of West Bengal". Constituency-wise Data. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/AE2011/stat_WB_May2011.pdf আহৰণ কৰা হৈছে: 18 June 2014.
  2. "General Elections, India, 2016, to the Legislative Assembly of West Bengal". Constituency-wise Data. Election Commission. Archived from the original on 12 June 2016. https://web.archive.org/web/20160612134740/http://eciresults.nic.in/ConstituencywiseS25109.htm?ac=109 আহৰণ কৰা হৈছে: 14 June 2016.
  3. "তৃণমূল বিধায়ক প্ৰয়াত" (bn ভাষাত). Calcutta News. 31 October 2019. Archived from the original on 31 October 2019. https://web.archive.org/web/20191031144538/http://calcuttanews.tv/tmc-mla-anil-adhikari-passed-away/ আহৰণ কৰা হৈছে: 31 October 2019.