সমললৈ যাওক

অন্নদা গোহাঁই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অন্নদা গোহাঁই (ইংৰাজী: Annada Gohain) এগৰাকী শিক্ষাবিদ তথা সমাজকৰ্মী আছিল। ১৯২৯ চনৰ ১৫ অক্টোবৰত তেখেতৰ জন্ম হয়। তেখেতে উত্তৰ গুৱাহাটীৰ ওপৰিও‌ চাংসাৰীৰ ত ককাকৰ ঘৰত শৈশৱ পাৰ কৰিছিল। অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছত তেওঁৰ নামত এটা প্ৰেক্ষাগৃহ নামকৰণ কৰা হৈছে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]