সদস্য:Debanjan ray/অসম গণ সংগ্ৰাম পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসম গণ সংগ্ৰাম পৰিষদৰ পৰা পুনঃনিৰ্দেশিত)

অসম গণ সংগ্ৰাম পৰিষদ (Assam Popular Struggle Association), ভাৰতঅসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ১৯৯৯ চনত অসম গণ সংগ্ৰাম পৰিষদ গঠিত হৈছিল। অসম গণ সংগ্ৰাম পৰিষদৰ সভাপতি যতীন্দ্ৰ কুমাৰ বৰগোহাঁই।

২০০১ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনত অসম গণ সংগ্ৰাম পৰিষদে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টীৰ নেতৃত্বৰ Rashtriya Democratic Alliance-ত যোগ দিছিল।